VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অতিৰিক্ত ঘাম ওলোৱাৰ বাবে দূর্বল অনুভৱ কৰে নেকি ? গৰমৰ দিনত কোন তিনিবিধ পানীয়ই আপোনাৰ শৰীৰ শীতল কৰি তুলিব ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
April 8, 2023
in জীৱন
অতিৰিক্ত ঘাম ওলোৱাৰ বাবে দূর্বল অনুভৱ কৰে নেকি ? গৰমৰ দিনত কোন তিনিবিধ পানীয়ই আপোনাৰ শৰীৰ শীতল কৰি তুলিব ?
0
SHARES
29
VIEWS
Share on FacebookShare on Twitter

মাৰ্চ-এপ্ৰিল মাহৰ পৰাই আৰম্ভ হয় গৰমৰ অনুভৱ । দিনক দিনে উষ্ণতা বৃদ্ি পাবলৈ আৰম্ভ কৰিছে ৷ প্ৰচণ্ড গৰমৰ পৰা হাত সাৰিবলৈ বহুতে শীতল পানীয় খোৱাৰ প্ৰৱণতা থাকে। স্বাস্থ্য সচেতন বহু লোকে স্বাস্থ্যৰ কথা ভাবি পুনৰ এনে কাৰ্বনেটেড বা শীতল পানীয় সেৱন কৰিব নিবিচাৰে। গৰমৰ দিনত চৰবত বা ডাব নাৰিকলৰ পানী খায়। পুষ্টিবিদসকলৰ মতে এইবোৰৰ বাহিৰেও গৰমৰ দিনত আন কিছুমান পানীয় আছে যিয়ে শৰীৰক ঠাণ্ডা কৰি ৰখাত সহায় কৰে।

 

গৰমৰ দিনত কেনেধৰণৰ পানীয় খালে শৰীৰ শীতল হৈ থাকিব?

 

১) বেলৰ চৰবত

ৰাতিপুৱা ১১ বজাৰ আগত কামলৈ ওলাই গ’লে শৰীৰত ঘাম ওলাবলৈ ধৰিলে। অতিৰিক্ত ঘামৰ লগত ওলোৱা নিমখে শৰীৰক অধিক ভাগৰুৱা কৰি তোলে। এই সময়ত বেলৰ চৰবত  কামত আহিব পাৰে। কাৰণ, বেলত ৰাইব’ফ্লেভিন আৰু ভিটামিন বি থাকে, যাৰ ফলত ঘাম ওলোৱাৰ সময়তো শৰীৰত শক্তিৰ অভাৱ হ’ব নোৱাৰে। ইয়াৰ উপৰিও ইয়াত আইৰণ, ছডিয়াম, পটাছিয়ামৰ যৌগ থাকে যিয়ে হজম শক্তি উন্নত কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

২) ঘোল

বিভিন্ন মছলা আৰু নিমখ মিহলাই দৈৰে তৈয়াৰী এই সুস্বাদু পানীয় গৰমৰ দিনত শৰীৰ শীতল কৰাৰ বাবে উৎকৃষ্ট । যদি অত্যধিক ঘাম ওলোৱাৰ বাবে ভাগৰুৱা অনুভৱ হয়। ৰাস্তাৰ কাষত ছাঁত বহি এই ঘোল সেৱন কৰিব পাৰি। ক্লান্তি দূৰ কৰাৰ উপৰিও এই পানীয়ই অন্ত্ৰৰ স্বাস্থ্য আৰু হজম শক্তি বজাই ৰখাতো সহায় কৰে।

 

৩) তিয়ঁহ-পদিনা চৰবত

তিয়ঁহৰ লগত পদিনা পাত মিহলি কৰি প্ৰস্তুত কৰা চৰবতে গৰমৰ দিনত শৰীৰ আৰু মন দুয়োটা ঠাণ্ডা ৰাখিব পাৰে ৷ এন্টিঅক্সিডেন্টৰে সমৃদ্ধ এই পানীয়ই পাচনতন্ত্ৰৰ সমস্যা দূৰ কৰাত সহায় কৰাৰ লগতে ওজন কমাতো সহায় কৰে।

 

Previous Post

গান্ধী-মোদীক এদাল সূতাৰে বান্ধিলে বাঘে, ইন্দিৰাৰ প্ৰকল্পৰ সোণালী জয়ন্তী উদযাপনত অংশ ল’ব নৰেন্দ্ৰ মোদীয়ে

Next Post

অভিষেক-ঐশ্বৰ্যই বিবাহ বিচ্ছেদ হ’ব বুলি চলিছে চর্চা, টুইটাৰত কি লিখিলে অভিষেকে !!

Related Posts

তেজত শর্কৰাৰ মাত্ৰা বজাই ৰাখি মিঠাইৰ লোভ পূৰণ কৰিব পাৰে এই চাৰিবিধ ফলে
জীৱন

তেজত শর্কৰাৰ মাত্ৰা বজাই ৰাখি মিঠাইৰ লোভ পূৰণ কৰিব পাৰে এই চাৰিবিধ ফলে

June 1, 2023
দিনটোত ১০ ঘণ্টাতকৈ অধিক শোৱে নেকি ?বৃদ্ধি পাব পাৰে হাৰ্ট এটেকৰ সম্ভাৱনা ?
জীৱন

দিনটোত ১০ ঘণ্টাতকৈ অধিক শোৱে নেকি ?বৃদ্ধি পাব পাৰে হাৰ্ট এটেকৰ সম্ভাৱনা ?

May 31, 2023
জিমৰ পৰা উভতি আহিলে মূৰৰ বিষত ভোগে নেকি ? বিষ কমোৱাৰ উপায় কি?
জীৱন

জিমৰ পৰা উভতি আহিলে মূৰৰ বিষত ভোগে নেকি ? বিষ কমোৱাৰ উপায় কি?

May 30, 2023
চকুত কেতিয়াবা বিষ হয় নেকি? কি ধৰণেৰে আপুনি তৎক্ষণাত সুস্থ হ’ব ?
জীৱন

চকুত কেতিয়াবা বিষ হয় নেকি? কি ধৰণেৰে আপুনি তৎক্ষণাত সুস্থ হ’ব ?

May 29, 2023
চকুৰ তলৰ অংশ  ফুলি উঠাত অস্বস্তি পাইছে নেকি ? ঘৰতে কেনেকৈ ল’ব যত্ন?
জীৱন

চকুৰ তলৰ অংশ ফুলি উঠাত অস্বস্তি পাইছে নেকি ? ঘৰতে কেনেকৈ ল’ব যত্ন?

May 26, 2023
যৌৱন ধৰি ৰাখিব বিচাৰেনে? খাদ্যৰ তালিকাত ৰাখক  এই তিনিধৰণৰ বাদাম  হ’ব?
জীৱন

যৌৱন ধৰি ৰাখিব বিচাৰেনে? খাদ্যৰ তালিকাত ৰাখক এই তিনিধৰণৰ বাদাম হ’ব?

May 25, 2023
Next Post
অভিষেক-ঐশ্বৰ্যই বিবাহ বিচ্ছেদ হ’ব বুলি চলিছে চর্চা, টুইটাৰত কি লিখিলে অভিষেকে !!

অভিষেক-ঐশ্বৰ্যই বিবাহ বিচ্ছেদ হ’ব বুলি চলিছে চর্চা, টুইটাৰত কি লিখিলে অভিষেকে !!

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7