VOICE 24x7
Friday, June 24, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

১০ ছেকেণ্ডলৈকে এখন ভৰিৰ ওপৰত থিয় হ’ব নোৱাৰা ব্যক্তিৰ মৃত্যুৰ আশংকা অধিক , কি কি তথ্য পোহৰলৈ আহিছে নতুন গৱেষণাত !!

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 23, 2022
in জীৱন
১০ ছেকেণ্ডলৈকে এখন ভৰিৰ ওপৰত থিয় হ’ব নোৱাৰা ব্যক্তিৰ মৃত্যুৰ আশংকা অধিক , কি কি তথ্য পোহৰলৈ আহিছে নতুন গৱেষণাত !!
0
SHARES
13
VIEWS
Share on FacebookShare on Twitter

ব্ৰিটিছ জাৰ্নেল অৱ স্প’ৰ্টছ মেডিচিনত প্ৰকাশিত এক অধ্যয়নত প্ৰকাশ পোৱা অনুসৰি  যিসকল মধ্যবয়সীয়া লোকে কমেও ১০ ছেকেণ্ডলৈকে এখন ভৰিত থিয় হ’ব নোৱাৰে, ১০ বছৰৰ ভিতৰত তেওঁলোকৰ মৃত্যুৰ আশংকা অধিক বৃদ্ধি পাই  ৷ ২০০৯ চনৰ পৰা ব্ৰাজিলত ৫০ বছৰৰ ওপৰৰ ১৭০২ জন লোকৰ মাজত ফিটনেছ আৰু স্বাস্থ্যৰ ওপৰত কৰা এক অধ্যয়নৰ পৰা এই ফলাফল পোৱা গৈছে।

অংশগ্ৰহণকাৰীসকলক হাত দুখন কাষত ৰাখি আগলৈ চাই এটা ভৰি তুলি মাটি স্পৰ্শ নকৰাকৈ  আনখন ভৰিৰ পিছফালে ৰাখিবলৈ কোৱা হৈছিল । তেওঁলোকক তিনিবাৰ এনেদৰে চেষ্টা চলাবলৈ  অনুমতি দিয়া হৈছিল। পাঁচজনৰ ভিতৰত এজনকৈ লোক এই পৰীক্ষাত ব্যৰ্থ হৈছিল ৷  সাধাৰণতে যিসকলৰ বয়স অধিক  বা স্বাস্থ্যৰ অৱস্থা বেয়া তেওঁলোক এই পৰীক্ষাত ব্যর্থ হৈছিল ৷

ব্ৰাজিল, ফিনলেণ্ড, অষ্ট্ৰেলিয়া, ব্ৰিটেইন আৰু আমেৰিকাৰ গৱেষকসকলে জনোৱা মতে, বয়সস্থ লোকসকলৰ নিয়মীয়া শাৰীৰিক অনুশীলনত  এটা ভাৰসাম্যজনিত ব্যায়াম কৰিলে চিকিৎসকসকলে স্বাস্থ্যৰ গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে। গৱেষকসকলৰ মতে, বিশ্বজুৰি প্ৰতি বছৰে ৬ লাখ ৮০ হাজাৰতকৈ অধিক লোক  বাগৰি পৰি যোৱাৰ বাবে  মৃত্যু হয় ৷  ১০ ছেকেণ্ডৰ এই পৰীক্ষাটোৰ জৰিয়তে  সহজেই যিসকল দুৰ্বল হ’ব পাৰে তেওঁলোকক চিনাক্ত কৰাত সহায় কৰিব পাৰি।মানুহে ৬০ বছৰ বয়সলৈকে নিজৰ ভাৰসাম্য ৰক্ষাৰ ক্ষমতা বজাই ৰখাৰ প্ৰৱণতা থাকে ৷ তাৰ পাছত  দ্ৰুতগতিত  এয়া হ্ৰাস পাবলৈ আৰম্ভ কৰে।

 

 

Previous Post

আজি দেশৰ তিনিখন লোকসভা আৰু সাতখন বিধানসভা আসনৰ বাবে ভোটগ্ৰহণ

Next Post

কিয় ভীষ্ম পিতামাহ নামেৰে জনাজাত মুকেশ খান্না ?

Related Posts

এতিয়া আমৰ বতৰ। গাওঁ -চহৰত উভৈনদী হৈ আছে ধুনীয়া ধুনীয়া আম। আম খোৱাৰ আগতে জানি লওঁক আমৰ বিষয়ে
জীৱন

এতিয়া আমৰ বতৰ। গাওঁ -চহৰত উভৈনদী হৈ আছে ধুনীয়া ধুনীয়া আম। আম খোৱাৰ আগতে জানি লওঁক আমৰ বিষয়ে

June 24, 2022
ঋতু অনুসৰি শিলিখা বিভিন্ন দ্ৰব্যৰ লগত ব্যৱহাৰ হয় । কোন ঋতুত শিলিখা কেনেকৈ খালে অধিক উপকাৰ হয় জানো আহক
জীৱন

ঋতু অনুসৰি শিলিখা বিভিন্ন দ্ৰব্যৰ লগত ব্যৱহাৰ হয় । কোন ঋতুত শিলিখা কেনেকৈ খালে অধিক উপকাৰ হয় জানো আহক

June 23, 2022
যি কোনো বয়সতে এই ৰোগ হ’ব পাৰে যদিও শিশু সকলক সাধাৰণতে এই ৰোগে বেছিকৈ আক্ৰমণ কৰে। জানো আহকচোন ৰোগৰ বিষয়ে আৰু প্ৰতিকাৰৰ উপায়
জীৱন

যি কোনো বয়সতে এই ৰোগ হ’ব পাৰে যদিও শিশু সকলক সাধাৰণতে এই ৰোগে বেছিকৈ আক্ৰমণ কৰে। জানো আহকচোন ৰোগৰ বিষয়ে আৰু প্ৰতিকাৰৰ উপায়

June 22, 2022
সৌন্দৰ্যৰ ৰাণী বগা গোলাপ সুগন্ধিদায়ক হোৱাৰ উপৰিও আছে ঔষধি গুণ – জানো আহকচোন
জীৱন

প্ৰেমৰ প্ৰতীক গোলাপক ফুলৰ ৰাণী বুলি কোৱা হয়। সৌন্দৰ্যময়ী গোলাপৰো আছে আৰু বহুত নজনা কথা

June 21, 2022
আপোনাৰ বাৰু কলেষ্টেৰল হৈছে নেকি?
জীৱন

আপোনাৰ বাৰু কলেষ্টেৰল হৈছে নেকি?

June 20, 2022
জণ্ডিছ ৰোগী সকলে এই পাচলি বিধক পথ্য হিচাপে গ্ৰহণ কৰিব পাৰে। জানো আহকচোন বতৰৰ এই পাচলি বিধৰ বিষয়ে
জীৱন

জণ্ডিছ ৰোগী সকলে এই পাচলি বিধক পথ্য হিচাপে গ্ৰহণ কৰিব পাৰে। জানো আহকচোন বতৰৰ এই পাচলি বিধৰ বিষয়ে

June 18, 2022
Next Post
কিয় ভীষ্ম পিতামাহ নামেৰে জনাজাত মুকেশ খান্না ?

কিয় ভীষ্ম পিতামাহ নামেৰে জনাজাত মুকেশ খান্না ?

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

১২ ঘণ্টালৈ বৃদ্ধি  পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

১২ ঘণ্টালৈ বৃদ্ধি পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

June 24, 2022
পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

June 24, 2022
এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত  নচলিব ই-ৰিক্সা

এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত নচলিব ই-ৰিক্সা

June 24, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7