VOICE 24x7
Saturday, September 23, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ওজন হ্ৰাসৰ পৰা আৰম্ভ কৰি হৃদযন্ত্ৰৰ স্বাস্থ্যলৈকে পকা অমিতাই ল’ব পাৰে যত্ন

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 6, 2023
in জীৱন
ওজন হ্ৰাসৰ পৰা আৰম্ভ কৰি হৃদযন্ত্ৰৰ স্বাস্থ্যলৈকে পকা অমিতাই ল’ব পাৰে যত্ন
0
SHARES
49
VIEWS
Share on FacebookShare on Twitter

পকা অমিতা কেবল সোৱাদযুক্তই নহয়, ই শৰীৰৰ বাবেও বহু উপকাৰী > চিকিৎসকৰ পৰা পুষ্টিবিদলৈকে এই ফলক সকলোৱে ‘ছুপাৰ মেডিচিন’ বুলি গণ্য কৰে। শিশুৰ খাদ্যত পকা অমিতা ৰাখিলে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে । বিভিন্ন ভিটামিন আৰু খনিজ পদাৰ্থৰ প্ৰাকৃতিক উৎস পকা অমিতা চকুৰ বাবে উপকাৰী। বিটা কেৰটিনেৰে সমৃদ্ধ পকা অমিতাই ছালৰ স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

 

ইয়াৰ বাহিৰেও পকা অমিতাৰ শৰীৰৰ বাবে কি কি উপকাৰিতা আছে?

 

১) এন্টি অক্সিডেন্টৰে সমৃদ্ধ

ভিটামিন চি আৰু এণ্টি অক্সিডেন্টৰে সমৃদ্ধ পকা অমিতাৰ কেন্সাৰৰ দৰে দীৰ্ঘদিনীয়া ৰোগৰ নিৰাময়। ইয়াৰ উপৰিও অমিতাত কেৰটিনয়ড, ভিটামিন চি আৰু ই থাকে। ছালৰ বাবে ই অতি গুৰুত্বপূৰ্ণ।

 

২) হজম শক্তিত সহায় কৰে

পকা অমিতাই মুখৰ সোৱাদ ঘূৰাই আনে। ইয়াৰ উপৰিও ভোক বৃদ্ধি কৰে আৰু পেট পৰিষ্কাৰ কৰে। পেট পৰিষ্কাৰ হ’লে গেছৰ হাৰ্টবাৰ্ণৰ সমস্যাও নিয়ন্ত্ৰণত থাকে। কেৱল সেয়াই নহয়, অৰ্শ ৰোগত আক্ৰান্তসকলক অমিতা  খাবলৈ পৰামৰ্শ দিয়ে চিকিৎসকে।

 

৩) ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিব পৰা

অমিতাই কিন্তু শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। এই পকা অমিতাৰ পৰা ১০০ শতাংশ ভিটামিন চি পোৱা যায়। যদি শৰীৰত কোনো ধৰণৰ সংক্ৰমণ হয় তেন্তে পকা অমিতা খাবলৈ চিকিৎসকে পৰামৰ্শ দিয়ে।

 

৪) ওজন কমাবলৈ

পকা অমিতাত প্ৰচুৰ পৰিমাণে আঁহ থাকে, যিয়ে আন্ত্ৰিক স্বাস্থ্য বজাই ৰখাত সহায় কৰে। ইয়াৰ উপৰিও ই বিপাকীয় হাৰও বৃদ্ধি কৰে। ইয়াৰ উপৰিও ওজন কমাবলৈ খাদ্য গ্ৰহণ কৰাসকলৰ বাবেও পকা অমিতা ভাল।

 

৫)হৃদযন্ত্ৰৰ স্বাস্থ্য ৰক্ষা কৰে

হৃদযন্ত্ৰৰ সুস্বাস্থ্য বজাই ৰখাৰ বাবে পটাছিয়াম অতি গুৰুত্বপূৰ্ণ। কাৰণ, এই যৌগটোৱে উচ্চ ৰক্তচাপ আৰু হৃদৰোগৰ লগত জড়িত সকলো সমস্যা নিয়ন্ত্ৰণ কৰে। পকা অমিতা পটাছিয়ামৰ প্ৰাকৃতিক উৎস।

Previous Post

উদ্বেগ আৰু অস্থিৰতাই আপোনাক বিচলিত কৰিছে নেকি ? গৰমত কি ফলে সকাহ দিব পাৰে?

Next Post

আই আই টি খড়গপুৰত মৃত্য হোৱা অসমৰ ছাত্ৰ ফাইজানৰ বুকু আৰু মূৰত স্পষ্ট আঘাতৰ চিন , দ্বিতীয় মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দাখিল কলকাতা উচ্চ ন্যায়ালয়ত

Related Posts

ভাৰতবৰ্ষত এনে এখন ঠাই আছে য’ত দেওবাৰে কেৱল মানুহকে নহয় জীৱ-জন্তুকো দিয়া হয়  সাপ্তাহিক বন্ধ
জীৱন

ভাৰতবৰ্ষত এনে এখন ঠাই আছে য’ত দেওবাৰে কেৱল মানুহকে নহয় জীৱ-জন্তুকো দিয়া হয় সাপ্তাহিক বন্ধ

August 19, 2023
১৯ আগষ্টত সমগ্ৰ বিশ্বতে পালন কৰা হয় ‘আন্তঃৰাষ্ট্ৰীয় ব’ দিৱস’
জীৱন

১৯ আগষ্টত সমগ্ৰ বিশ্বতে পালন কৰা হয় ‘আন্তঃৰাষ্ট্ৰীয় ব’ দিৱস’

August 19, 2023
শৰীৰত হিম’গ্লবিনৰ মাত্ৰা কমিছে? খাদ্যাভ্যাসৰ কি কি পৰিৱৰ্তনে শৰীৰক শক্তিশালী কৰি ৰাখিব?
জীৱন

শৰীৰত হিম’গ্লবিনৰ মাত্ৰা কমিছে? খাদ্যাভ্যাসৰ কি কি পৰিৱৰ্তনে শৰীৰক শক্তিশালী কৰি ৰাখিব?

June 7, 2023
চাহৰ লগত বিস্কুট খাবলৈ ভাল পায় নেকি? এনে অভ্যাসে কি কি স্বাস্থ্যজনিত বিপদৰ সৃষ্টি কৰে জানেনে?
জীৱন

চাহৰ লগত বিস্কুট খাবলৈ ভাল পায় নেকি? এনে অভ্যাসে কি কি স্বাস্থ্যজনিত বিপদৰ সৃষ্টি কৰে জানেনে?

June 7, 2023
আপুনিও খায় নেকি ওটছ্! কেবল ওজন নিয়ন্ত্ৰণেই নহয়, ওটছ্ৰ আছে একাধিক গুণ
জীৱন

আপুনিও খায় নেকি ওটছ্! কেবল ওজন নিয়ন্ত্ৰণেই নহয়, ওটছ্ৰ আছে একাধিক গুণ

June 5, 2023
শৰীৰত ভিটামিন চিৰ অভাৱ হ’লে কি লক্ষণে দেখা দিব ?
জীৱন

শৰীৰত ভিটামিন চিৰ অভাৱ হ’লে কি লক্ষণে দেখা দিব ?

June 2, 2023
Next Post
আই আই টি খড়গপুৰত মৃত্য হোৱা অসমৰ ছাত্ৰ ফাইজানৰ বুকু আৰু মূৰত স্পষ্ট আঘাতৰ চিন , দ্বিতীয় মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দাখিল কলকাতা উচ্চ ন্যায়ালয়ত

আই আই টি খড়গপুৰত মৃত্য হোৱা অসমৰ ছাত্ৰ ফাইজানৰ বুকু আৰু মূৰত স্পষ্ট আঘাতৰ চিন , দ্বিতীয় মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দাখিল কলকাতা উচ্চ ন্যায়ালয়ত

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7