VOICE 24x7
Wednesday, June 29, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আপোনাৰ বাৰু কলেষ্টেৰল হৈছে নেকি?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 20, 2022
in জীৱন
আপোনাৰ বাৰু কলেষ্টেৰল হৈছে নেকি?
0
SHARES
5
VIEWS
Share on FacebookShare on Twitter

দেহত অতিৰিক্ত চৰ্বি জমা হ’লেও কলেষ্টেৰল বৃদ্ধি পাব পাৰে। কলেষ্টেৰল হৃাস কৰিবলৈ কেনে খাদ্য খোৱা উচিত-
১) টেঙাজাতীয় ফলমূল অধিক পৰিমানে খাব লাগে। দেহত উৎপন্ন হোৱা কলেষ্টেৰলক খাদ্যপ্ৰাণ ‘গ’ ই বাইল এচিড লৈ পৰিৱৰ্তন কৰে। খাদ্যপ্ৰাণ ‘গ’ ই গলব্লাডাৰ ষ্ট’নৰ সম্ভাব্য বিপদৰ পৰাও ৰক্ষা কৰাত সহায় কৰে।
২) দেহৰ চৰ্বি হৃাস কৰিবৰ কাৰণে বাচমতি চাউলৰ ভাত , বাৰ্লি , সেউজীয়া বুটমাহ , মচুৰ দাইল আদি খোৱা ভাল। মৌচাকৰ পৰা সংগ্ৰহ কৰা খাঁতি মৌজল প্ৰতিদিনে তিনি চামুচ কৈ খাব লাগে।মৌজোলৰ লগত আধা কাপ নেমুৰ ৰস মিহলাই খাব পাৰিলে বেছি উপকাৰ পোৱা যায়।
৩) তিতা দ্ৰব্য আৰু জ্বলা খাদ্যদ্ৰব্য উপকাৰী।
৪) খাদ্যদ্ৰব্য ৰন্ধন কৰোতে কম পৰিমাণে সৰিয়হ তেল নাইবা তিল তেলত হালধি , জালুকৰ গুড়া , আদা আদি ব্যৱহাৰ কৰিব লাগে।ঘিউ বা অধিক তেল ব্যৱহাৰ কৰা উচিত নহয়।
৫) গুলঞ্চ লতাৰ ৰস ২ চামুচ , আমলখি নিতৌ ৩ টাকৈ বা আমলখিৰ গুড়া , ১ চামুচ ১/৪ কাপ পানীত মিশ্ৰণ কৰি দিনে এবাৰকৈ খাব লাগে।
৬) কমলা টেঙাৰ ৰস , আঙুৰৰ ৰস , মাটিকঁঠালৰ ৰস , তেঁতেলী টেঙাৰ চৰ্বত , কাজিনেমুৰ ৰস , গোলনেমুৰ ৰস , আমলখিৰ ৰস , শিলিখাৰ ৰস , পালেংশাকৰ ৰস আদি খালে উপকাৰ পোৱা যায়।
কি কি খোৱা উচিত নহয়-
ড্ৰাইফুড , ক’ল্ড ড্ৰিংকচ , আইচক্ৰীম , চকলেট , মিঠাবস্তু , চেনি , ঘিউ , মাখন আদি খাব নালাগে।
খাহীৰ মাংস , পাৰৰ মাংস , কণীৰ কুহুম , অধিক তেল যুক্ত মাছ খোৱা বেয়া।
ওলকচু , মূলা , গাজৰ , চালগোম , বুট আদি কমকৈ খাব লাগে।
ম’হৰদৈ গৰুৰ গাখীৰ , ছাগলীৰ গাখীৰ অপকাৰী।
ধূমপান কৰিব নালাগে। মাদক দ্ৰব্য বৰ্জন কৰিব লাগে।

Previous Post

দেউতাকবোৰসন্তানৰ প্ৰথমজন বন্ধু

Next Post

প্ৰাতঃস্মৰণীয়…

Related Posts

ক’লা সোণ খ্যাত জালুক উৎকৃষ্ট মছলা হোৱাৰ উপৰিও সৌন্দৰ্যচৰ্চাত ব্যৱহাৰ হোৱা দেখা যায় কিন্তু কেনেকৈ ? জানো আহক
জীৱন

ক’লা সোণ খ্যাত জালুক উৎকৃষ্ট মছলা হোৱাৰ উপৰিও সৌন্দৰ্যচৰ্চাত ব্যৱহাৰ হোৱা দেখা যায় কিন্তু কেনেকৈ ? জানো আহক

June 29, 2022
গৰমৰ দিনত আপুনি কুঁহিয়াৰৰ ৰস খায় নেকি ? কুঁহিয়াৰৰ ৰস খালে কি হয় , জানো আহক
জীৱন

গৰমৰ দিনত আপুনি কুঁহিয়াৰৰ ৰস খায় নেকি ? কুঁহিয়াৰৰ ৰস খালে কি হয় , জানো আহক

June 28, 2022
আপেল সকলোৰে এবিধ প্ৰিয় ফল হোৱাৰ লগতে আপেলেৰে কেনেকৈ সৌন্দৰ্য চৰ্চা কৰিব পাৰি জানো আহক
জীৱন

আপেল সকলোৰে এবিধ প্ৰিয় ফল হোৱাৰ লগতে আপেলেৰে কেনেকৈ সৌন্দৰ্য চৰ্চা কৰিব পাৰি জানো আহক

June 27, 2022
অমিতাই বিভিন্ন ৰোগ প্ৰতিৰোধ কৰে , ইয়াৰ উপৰিও অমিতাৰ আছে আৰু বহুত নজনা কথা । জানো আহকচোন অমিতাৰ আচৰিত কথাবোৰ
জীৱন

অমিতাই বিভিন্ন ৰোগ প্ৰতিৰোধ কৰে , ইয়াৰ উপৰিও অমিতাৰ আছে আৰু বহুত নজনা কথা । জানো আহকচোন অমিতাৰ আচৰিত কথাবোৰ

June 25, 2022
এতিয়া আমৰ বতৰ। গাওঁ -চহৰত উভৈনদী হৈ আছে ধুনীয়া ধুনীয়া আম। আম খোৱাৰ আগতে জানি লওঁক আমৰ বিষয়ে
জীৱন

এতিয়া আমৰ বতৰ। গাওঁ -চহৰত উভৈনদী হৈ আছে ধুনীয়া ধুনীয়া আম। আম খোৱাৰ আগতে জানি লওঁক আমৰ বিষয়ে

June 24, 2022
১০ ছেকেণ্ডলৈকে এখন ভৰিৰ ওপৰত থিয় হ’ব নোৱাৰা ব্যক্তিৰ মৃত্যুৰ আশংকা অধিক , কি কি তথ্য পোহৰলৈ আহিছে নতুন গৱেষণাত !!
জীৱন

১০ ছেকেণ্ডলৈকে এখন ভৰিৰ ওপৰত থিয় হ’ব নোৱাৰা ব্যক্তিৰ মৃত্যুৰ আশংকা অধিক , কি কি তথ্য পোহৰলৈ আহিছে নতুন গৱেষণাত !!

June 23, 2022
Next Post
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়...

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

June 29, 2022
আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?

আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?

June 29, 2022
শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

June 29, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7