VOICE 24x7
Friday, June 9, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

গৰমৰ দিনত কুঁজী থেকেৰাৰে মাছ ৰান্ধি খায় নিশ্চয়। খালে কি হয় জানো আহক

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 18, 2022
in জীৱন
গৰমৰ দিনত কুঁজী থেকেৰাৰে মাছ ৰান্ধি খায় নিশ্চয়। খালে কি হয় জানো আহক
0
SHARES
167
VIEWS
Share on FacebookShare on Twitter

ইংৰাজী নাম :- Indian ga
বৈজ্ঞানিক নাম :- Gracinia morella ( Gerin ) Desv
কুঁজী থেকেৰা চিৰ সেউজীয়া বহুবৰ্ষী মধ্যমীয়া উদ্ভিদ। জুলাই , আগষ্ট মাহত ফল পুৰঠ হয়। ফল খাবলৈ টেঙা। ফলত কুঁজ থকা বাবে ইয়াক কুঁজী থেকেৰা বোলে।ফলৰ ভিতৰত একৰ পৰা তিনিটালৈ ফুট থাকে। ফলৰ বাকলিৰ ৰং দেখিবলৈ অতি ধুনীয়া। ফলৰ ৰং হালধীয়া , ৰঙচুৱা হয়। ফল পকিলে টেঙা , মিঠা হয়।
গৰমৰ দিনত কুঁজী থেকেৰাৰ চৰবত খালে পেট ঠাণ্ডা হৈ থাকে। কুঁজী থেকেৰাৰে ৰান্ধা মাছৰ তৰকাৰীৰ সোৱাদেই সুকীয়া। গৰমৰ দিনত এবিধ উত্তম খাদ্য।
কুঁজী থেকেৰা বহুতো ঔষধি গুণেৰে ভৰপুৰ। পুৰঠ ফল সৰু সৰুকৈ কাটি ৰ’দত শুকুৱাই ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়।
১) কুঁজী থেকেৰা গ্ৰহণী , পেটচলা , পেটৰ বিষ , বদহজম আদিত উপকাৰী। কুঁজী ঠেকেৰা তিয়াই থোৱা পানী চৰবত বনাই খালে গ্ৰহণী ৰোগ ভাল হয়।
২) শ্বাস-প্ৰশ্বাস ৰোগ বিশেষকৈ হাঁপানি আদি ৰোগত কুঁজী থেকেৰা উপকাৰী।
৩) হৃদ ৰোগীৰ বাবে কুঁজী থেকেৰা উপকাৰী।
৪) একাংগী ৰোগ , বমি , বাতবিষ আদিৰ বাবে কুঁজী থেকেৰা হিতকৰ।
৫) কুঁজী থেকেৰা খালে শৰীৰৰ অলাগতিয়াল মেদ কমি যায়।
৬) কুঁজী থেকেৰাই ছাল নিমজ কৰে।
৭) কুঁজী থেকেৰাই বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।

Previous Post

মেঘালয়ৰ নতুন ডিজিপি আই পি এছ বিষয়া এল আৰ বিষ্ণয়

Next Post

প্ৰাতঃস্মৰণীয়…

Related Posts

শৰীৰত হিম’গ্লবিনৰ মাত্ৰা কমিছে? খাদ্যাভ্যাসৰ কি কি পৰিৱৰ্তনে শৰীৰক শক্তিশালী কৰি ৰাখিব?
জীৱন

শৰীৰত হিম’গ্লবিনৰ মাত্ৰা কমিছে? খাদ্যাভ্যাসৰ কি কি পৰিৱৰ্তনে শৰীৰক শক্তিশালী কৰি ৰাখিব?

June 7, 2023
চাহৰ লগত বিস্কুট খাবলৈ ভাল পায় নেকি? এনে অভ্যাসে কি কি স্বাস্থ্যজনিত বিপদৰ সৃষ্টি কৰে জানেনে?
জীৱন

চাহৰ লগত বিস্কুট খাবলৈ ভাল পায় নেকি? এনে অভ্যাসে কি কি স্বাস্থ্যজনিত বিপদৰ সৃষ্টি কৰে জানেনে?

June 7, 2023
ওজন হ্ৰাসৰ পৰা আৰম্ভ কৰি হৃদযন্ত্ৰৰ স্বাস্থ্যলৈকে পকা অমিতাই ল’ব পাৰে যত্ন
জীৱন

ওজন হ্ৰাসৰ পৰা আৰম্ভ কৰি হৃদযন্ত্ৰৰ স্বাস্থ্যলৈকে পকা অমিতাই ল’ব পাৰে যত্ন

June 6, 2023
আপুনিও খায় নেকি ওটছ্! কেবল ওজন নিয়ন্ত্ৰণেই নহয়, ওটছ্ৰ আছে একাধিক গুণ
জীৱন

আপুনিও খায় নেকি ওটছ্! কেবল ওজন নিয়ন্ত্ৰণেই নহয়, ওটছ্ৰ আছে একাধিক গুণ

June 5, 2023
শৰীৰত ভিটামিন চিৰ অভাৱ হ’লে কি লক্ষণে দেখা দিব ?
জীৱন

শৰীৰত ভিটামিন চিৰ অভাৱ হ’লে কি লক্ষণে দেখা দিব ?

June 2, 2023
তেজত শর্কৰাৰ মাত্ৰা বজাই ৰাখি মিঠাইৰ লোভ পূৰণ কৰিব পাৰে এই চাৰিবিধ ফলে
জীৱন

তেজত শর্কৰাৰ মাত্ৰা বজাই ৰাখি মিঠাইৰ লোভ পূৰণ কৰিব পাৰে এই চাৰিবিধ ফলে

June 1, 2023
Next Post
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়...

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 9, 2023
চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

June 8, 2023
বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

June 8, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7