VOICE 24x7
Monday, August 8, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নিম্ন ৰক্তচাপত ভূগি আছে নেকি? ঘৰুৱা পদ্ধতিৰে নিৰাময় কঁৰো আহক

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 2, 2022
in জীৱন
নিম্ন ৰক্তচাপত ভূগি আছে নেকি? ঘৰুৱা পদ্ধতিৰে নিৰাময় কঁৰো আহক
0
SHARES
11
VIEWS
Share on FacebookShare on Twitter

দেহত পুষ্টিকৰ খাদ্যৰ অভাৱ হ’লে নিম্ন ৰক্তচাপ হ’ব পাৰে। বংশগত ৰোগ বুলিও বহু চিকিৎসকে কয়। তেজৰ পৰিমাণ কম হলেও এই ৰোগ হ’ব পাৰে। শৰীৰ দুৰ্বল হয় , শৰীৰৰ উত্তাপ কমি যায় আৰু মূৰ ঘুৰণী হয়। বন দৰবেৰে আমি নিম্ন ৰক্তচাপক নিয়ন্ত্ৰণত আনিব পাৰোঁ।
১) ভীম কলৰ কলডিল দিনে দুইবাৰকৈ একেৰাহে ২/৩ দিন ৰান্ধি খোৱা উচিত। কলডিলৰ সৈতে পাৰ চৰাইৰ মাংস ৰান্ধি খাব পাৰিলেও ভাল।
২) পৌননৌৱা শাক দিনে ১০০ গ্ৰামকৈ কিছুদিন খালে নিম্ন ৰক্তচাপ ৰোগ আৰোগ্য হোৱাত সহায়ক হয়।
৩) আধা লিটাৰ গাখীৰত কেইটুকুৰামান গাজৰ কাটি এটা পাত্ৰত উতলাই গৰম কৰি খালে শৰীৰত যথেষ্ট শক্তি পোৱা যায় আৰু লৌহ জাতীয় পদাৰ্থ বৃদ্ধি পায়।
৪) আহাৰৰ লগত দিনে দুইটাকৈ কেঁচা পিঁয়াজ আৰু দুটা কণী কেঁচাই খাব পাৰিলে ভাল।
৫) গৰম ক্ৰিয়াদায়ক বস্তু বিশেষকৈ কণী , মাংস , পিঁয়াজ , হিং , কেঁচা ফল-মূল আদি সুপথ্য।
৬) খেজুৰী , বাদাম , আপেল , আঙ্গুৰ উপকাৰী।
৭) ভীম কলৰ পচলা , কলীয়া কচুৰ ঠুৰি জালুক দি ৰান্ধি খাব লাগে।
৮) পিপলি , নৰসিংহ আদিও উপকাৰী।

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

প্ৰাতঃস্মৰণীয়…

Related Posts

চুলি সৰিছে নেকি? প্ৰতিৰোধৰ আছে উপায় । জানো আহক
জীৱন

চুলি সৰিছে নেকি? প্ৰতিৰোধৰ আছে উপায় । জানো আহক

August 6, 2022
স্বাস্থ্যৰ ক্ষেত্ৰত নেমুৰ উপকাৰিতা
জীৱন

গোল নেমু বহুত বেমাৰৰ মহৌষধ স্বৰূপ হোৱাৰ উপৰিও গোল নেমুৰ আছে আৰু কিছু বিশেষ কথা।জানো আহক

August 5, 2022
তুলসীৰ ১০ টা বিস্ময়কৰ ঔষধি গুণ
জীৱন

তুলসী গছক কিয় তীৰ্থৰ দৰে পৱিত্ৰ গছ বুলি কোৱা হয় জানেনে বাৰু ? আপোনাৰ চোতালত থকা তুলসী জোপায় কিহৰ সংকেত দিয়ে , জানো আহক

August 4, 2022
তিতাকেৰেলা খাবলৈ তিতা যদিও ইয়াৰ ঔষধি গুণ জানিলে আপোনাৰ মন মিঠা হৈ পৰিব
জীৱন

তিতাকেৰেলা খাবলৈ তিতা যদিও ইয়াৰ ঔষধি গুণ জানিলে আপোনাৰ মন মিঠা হৈ পৰিব

August 1, 2022
আমাৰ শৰীৰৰ কিছুমান সমস্যা ঘৰুৱা উপায়েৰেও আমি সমাধান কৰিব পাৰোঁ। জানো আহক-
জীৱন

আমাৰ শৰীৰৰ কিছুমান সমস্যা ঘৰুৱা উপায়েৰেও আমি সমাধান কৰিব পাৰোঁ। জানো আহক-

July 30, 2022
এটা সুস্থ নিৰোগী শৰীৰৰ অধিকাৰী কেনেকৈ হ’ব জানো আহক
জীৱন

এটা সুস্থ নিৰোগী শৰীৰৰ অধিকাৰী কেনেকৈ হ’ব জানো আহক

July 29, 2022
Next Post
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়...

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

August 8, 2022
১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 7, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7