VOICE 24x7
Saturday, June 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ডাৰ্ক চকলেট ভাল পায় নেকি আপুনি ? খালে শৰীৰৰ কি লাভালাভ হয় আপুনি জানেনে ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
February 14, 2023
in জীৱন
ডাৰ্ক চকলেট ভাল পায় নেকি আপুনি ? খালে শৰীৰৰ কি লাভালাভ হয় আপুনি জানেনে ?
0
SHARES
20
VIEWS
Share on FacebookShare on Twitter

সপ্তাহত এবাৰ হ’লেও স্বাস্থ্য সচেতন লোকেও খাবলৈ ভাল পায় ডার্ক চকলেট ৷ আপাত দৃষ্টিত দেখা যায় যে এন্টি অক্সিডেন্ট আৰু পলিফিনলযুক্ত ডাৰ্ক চকলেট খালে শৰীৰ উপকৃত হয় ৷  তদুপৰি বহু গৱেষণাই প্ৰমাণ কৰিছে যে ডাৰ্ক চকলেটৰ উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ, হৃদযন্ত্ৰৰ সুস্বাস্থ্য বজাই ৰখা, মগজুৰ কাৰ্য্যক্ষমতা বজাই ৰখাত ভূমিকা আছে।

শেহতীয়া গৱেষণাৰ মতে এই ডাৰ্ক চকলেটৰ মূল উপাদান হ’ল ক’ক’ বিন। ইয়াত ফ্লেভানল নামৰ এন্টিঅক্সিডেন্ট থাকে। কিন্তু ডাৰ্ক চকলেটত কেডমিয়াম আৰু পাৰাৰ দৰে দুটা বিষাক্ত ৰাসায়নিক পদাৰ্থ থাকে।

এই দুটা যৌগ তেজত দীৰ্ঘদিন মিহলি হ’লে বৃক্কৰ ক্ষতিৰ সম্ভাৱনা বহুগুণে বৃদ্ধি পায়। ইয়াৰ উপৰিও শিশু বা গৰ্ভৱতী মহিলাৰ ক্ষতিৰ আশংকা সৰ্বাধিক। গতিকে চিকিৎসকে কয়, ডাৰ্ক চকলেট খালে স্বাস্থ্য উন্নত কৰাতকৈ ক্ষতিৰ আশংকা বেছি। পুষ্টিবিদসকলে কয় যে আপুনি ৪০ৰ পৰা ৫০ শতাংশ ক’ক’ৰ পৰিমাণ থকা ডাৰ্ক চকলেট খাব পাৰে।

Previous Post

ফাট মেলিছে নেকি বিজয়-ৰশ্মিকাৰ প্ৰেমৰ সম্পর্কত ভেলেণ্টাইন ডে’ত ৰশ্মিকাৰ ইনষ্ট্ৰাগ্ৰাম ষ্ট’ৰীক লৈ চর্চা

Next Post

নিউজিলেণ্ডৰ ইতিহাসত তৃতীয়বাৰৰ বাবে ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা

Related Posts

শৰীৰত হিম’গ্লবিনৰ মাত্ৰা কমিছে? খাদ্যাভ্যাসৰ কি কি পৰিৱৰ্তনে শৰীৰক শক্তিশালী কৰি ৰাখিব?
জীৱন

শৰীৰত হিম’গ্লবিনৰ মাত্ৰা কমিছে? খাদ্যাভ্যাসৰ কি কি পৰিৱৰ্তনে শৰীৰক শক্তিশালী কৰি ৰাখিব?

June 7, 2023
চাহৰ লগত বিস্কুট খাবলৈ ভাল পায় নেকি? এনে অভ্যাসে কি কি স্বাস্থ্যজনিত বিপদৰ সৃষ্টি কৰে জানেনে?
জীৱন

চাহৰ লগত বিস্কুট খাবলৈ ভাল পায় নেকি? এনে অভ্যাসে কি কি স্বাস্থ্যজনিত বিপদৰ সৃষ্টি কৰে জানেনে?

June 7, 2023
ওজন হ্ৰাসৰ পৰা আৰম্ভ কৰি হৃদযন্ত্ৰৰ স্বাস্থ্যলৈকে পকা অমিতাই ল’ব পাৰে যত্ন
জীৱন

ওজন হ্ৰাসৰ পৰা আৰম্ভ কৰি হৃদযন্ত্ৰৰ স্বাস্থ্যলৈকে পকা অমিতাই ল’ব পাৰে যত্ন

June 6, 2023
আপুনিও খায় নেকি ওটছ্! কেবল ওজন নিয়ন্ত্ৰণেই নহয়, ওটছ্ৰ আছে একাধিক গুণ
জীৱন

আপুনিও খায় নেকি ওটছ্! কেবল ওজন নিয়ন্ত্ৰণেই নহয়, ওটছ্ৰ আছে একাধিক গুণ

June 5, 2023
শৰীৰত ভিটামিন চিৰ অভাৱ হ’লে কি লক্ষণে দেখা দিব ?
জীৱন

শৰীৰত ভিটামিন চিৰ অভাৱ হ’লে কি লক্ষণে দেখা দিব ?

June 2, 2023
তেজত শর্কৰাৰ মাত্ৰা বজাই ৰাখি মিঠাইৰ লোভ পূৰণ কৰিব পাৰে এই চাৰিবিধ ফলে
জীৱন

তেজত শর্কৰাৰ মাত্ৰা বজাই ৰাখি মিঠাইৰ লোভ পূৰণ কৰিব পাৰে এই চাৰিবিধ ফলে

June 1, 2023
Next Post
নিউজিলেণ্ডৰ ইতিহাসত তৃতীয়বাৰৰ বাবে ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা

নিউজিলেণ্ডৰ ইতিহাসত তৃতীয়বাৰৰ বাবে ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

June 10, 2023
বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ  সন্মুখত জ’কভিচ

ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ সন্মুখত জ’কভিচ

June 10, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7