VOICE 24x7
Tuesday, March 21, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ক্ৰমাৎ বাঢ়িছে তাপমাত্ৰা, গ্ৰীষ্মকালত শিশুক সুস্থ কৰি ৰাখিবলৈ কি তিনিবিধ খাদ্য খুৱাব ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 17, 2023
in জীৱন
ক্ৰমাৎ বাঢ়িছে তাপমাত্ৰা,  গ্ৰীষ্মকালত শিশুক সুস্থ কৰি ৰাখিবলৈ কি তিনিবিধ খাদ্য খুৱাব ?
0
SHARES
14
VIEWS
Share on FacebookShare on Twitter

লাহে লাহে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে তাপমাত্ৰা ৷ প্ৰচুৰ ঘাম ওলোৱা, অস্বস্তি, কিছু সময়ৰ বাবে দুৰ্বল অনুভৱ কৰা আদি বিভিন্ন সমস্যাই দেখা দিয়ে গৰমৰ দিনত ৷ বতৰ বিজ্ঞান বিভাগে তাপমাত্ৰা অধিক বৃদ্ধি পাব বুলি আগজাননী দিছে ৷

গতিকে আগতীয়াকৈ শৰীৰৰ যত্ন লোৱাটো প্ৰয়োজনীয়। বিশেষকৈ শিশুসকলৰ। এতিয়াও গ্ৰীষ্মকালীন ছুটী আৰম্ভ হোৱা নহয় ৷  ফলত প্ৰতিদিনে স্কুললৈ যাবলগীয়া হয়। তেওঁলোকক সুস্থ কৰি ৰখাৰ দায়িত্ব অভিভাৱকৰ। এই গ্ৰীষ্মকালত শিশুক সুস্থ কৰি ৰাখিবলৈ কিছুমান বিশেষ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক।

 

বেল

গৰমৰ দিনত বেলৰ দৰে একোৱেই উপযোগী নহয়। বেল ভিটামিন এ, চি আৰু বি কমপ্লেক্স, পটাছিয়াম, মেগনেছিয়ামৰ সমৃদ্ধ উৎস। বহু শিশুৱে বেল খাবলৈ মন নকৰে । ল’ৰা-ছোৱালীয়ে ভাল পোৱা যিকোনো উপাদানৰে বেলৰ চৰবত বনাব পাৰে। ভিটামিন চিৰ উপস্থিতিৰ বাবে বেলে ভিতৰৰ পৰা ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিবলৈ সক্ষম হয়।

 

দৈ

গৰমৰ দিনত শৰীৰ শীতল কৰি ৰাখিবলৈ  দৈৰ বিকল্প নাই। শিশুৰ পেট সুস্থ কৰি ৰাখিবলৈ প্ৰতিদিনে  দৈ খুৱাব লাগে। কেলচিয়াম, ফছফৰাছ, প্ৰটিনযুক্ত টেঙা দৈও  হাড়  ভালে ৰখাত সহায় কৰে। যদি আপুনি কেৱল টেঙা দৈ খাব নিবিচাৰে তেন্তে ইয়াৰে লাচী, ৰাইতা বা চালাড বনাই খাব পাৰে ৷

 

ডাব নাৰিকলৰ পানী

গ্ৰীষ্মকালত শৰীৰৰ যত্ন ল’বলৈ ডাব নাৰিকলৰ পানী অতি উপযোগী। এই পানীয়টো গৰমৰ দিনত শিশুৰ দৈনন্দিন খাদ্য তালিকাত ৰাখিব লাগে। শৰীৰ আৰ্দ্ৰ কৰি ৰখাৰ উপৰিও ই শিশুক বিভিন্ন সংক্ৰমণৰ পৰা আঁতৰাই ৰাখিব।

Previous Post

চাহ উদ্যোগৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে ৰাজ্য চৰকাৰৰ বাজেটে, চৰকাৰৰ পদক্ষেপক প্ৰশংসা নেটাৰ

Next Post

মোদীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগ কৰাৰ প্ৰস্তাৱ কংগ্ৰেছৰ! কি অভিযোগ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে !!

Related Posts

ওজন বাঢ়িলে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়! ৬০ বছৰৰ পিছত ওজন কমাবলৈ কি কৰিব?
জীৱন

ওজন বাঢ়িলে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়! ৬০ বছৰৰ পিছত ওজন কমাবলৈ কি কৰিব?

March 20, 2023
নাৰিকল তেল দাঁতৰ বিষত ব্যৱহাৰ কৰেনে ? জাঁনো আহকচোন নাৰিকল তেলৰ বিষয়ে
জীৱন

নাৰিকল তেল দাঁতৰ বিষত ব্যৱহাৰ কৰেনে ? জাঁনো আহকচোন নাৰিকল তেলৰ বিষয়ে

March 18, 2023
সমাজ সংস্কাৰক বিদুষী নাৰী চন্দ্ৰপ্ৰভা শইকীয়া
জীৱন

সমাজ সংস্কাৰক বিদুষী নাৰী চন্দ্ৰপ্ৰভা শইকীয়া

March 16, 2023
গৰমৰ দিনত সঘনাই  পেট বেয়া হয় নেকি? খাদ্য নকমোৱাকৈ শৰীৰটো কেনেকৈ সবল কৰি ৰাখিব পাৰি?
জীৱন

গৰমৰ দিনত সঘনাই পেট বেয়া হয় নেকি? খাদ্য নকমোৱাকৈ শৰীৰটো কেনেকৈ সবল কৰি ৰাখিব পাৰি?

March 16, 2023
ৰ’দত পোৰা ভৰি আৰু ছালখনক লৈ সমস্যাত ভুগিছে নেকি ? ঘৰতে প্ৰস্তুত কৰা সামগ্ৰীৰে দূৰ কৰক সমস্যা
জীৱন

ৰ’দত পোৰা ভৰি আৰু ছালখনক লৈ সমস্যাত ভুগিছে নেকি ? ঘৰতে প্ৰস্তুত কৰা সামগ্ৰীৰে দূৰ কৰক সমস্যা

March 15, 2023
সুস্বাদু চৰবতেও আপোনাৰ ওজন নিয়ন্ত্ৰণ কৰিব পাৰে , দৈনন্দিন খাদ্যত কি চৰবত খাব আপুনি ?
জীৱন

সুস্বাদু চৰবতেও আপোনাৰ ওজন নিয়ন্ত্ৰণ কৰিব পাৰে , দৈনন্দিন খাদ্যত কি চৰবত খাব আপুনি ?

March 15, 2023
Next Post
মোদীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগ কৰাৰ  প্ৰস্তাৱ কংগ্ৰেছৰ! কি অভিযোগ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে !!

মোদীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগ কৰাৰ প্ৰস্তাৱ কংগ্ৰেছৰ! কি অভিযোগ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে !!

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

March 21, 2023
নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7