VOICE 24x7
Wednesday, August 10, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

জানিলে আচৰিত হ’ব সুগন্ধিযুক্ত খৰিকাজাঁই মাথো ফুলেই নহয় ঔষধি গুণেৰেও ভৰপুৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 5, 2022
in জীৱন
জানিলে আচৰিত হ’ব সুগন্ধিযুক্ত খৰিকাজাঁই মাথো ফুলেই নহয় ঔষধি গুণেৰেও ভৰপুৰ
0
SHARES
17
VIEWS
Share on FacebookShare on Twitter

খৰিকাজাই চিৰ সেউজীয়া জোপোহা জাতীয় গছ।
ইংৰাজী নাম ঃ Downy Lasmine
বৈজ্ঞানিক নাম ঃ Lesminum Pubesecns Wild
ফুলৰ প্ৰেমিক সকলৰ খৰিকাজাঁই বুলিলে মনতো ৰাইজাই কৰে। কত গীতত খৰিকাজাঁই প্ৰাণ পাই উঠিল। ক’তো কবিৰ কবিতাত খৰিকাজাঁই ফুলি উঠিল তাৰ কোনো হিচাপ নাই । মুঠতে খৰিকাজাঁই বুলিলে আমাৰ মনত ৰঙৰ ফাকু খেলে। সুগন্ধিযুক্ত অপৰূপা খৰিকাজাঁই মাথো ফুল হিচাপে পৰিচিত নহয় ঔষধি গুণেৰেও জনাজাত। জানো আহকচোন-
১) খৰিকাজাঁইৰ শিপাৰ ৰসে বিষাক্ত সাপৰ দংশনত হোৱা বিষ উপশম কৰে।
২) খৰিকাজাঁইৰ শিপাৰ ৰসে মাতৃ স্তনত দুগ্ধ বৃদ্ধি কৰিব পাৰে।
৩) চকুৰ ৰোগ খৰিকাজাঁই ফুলৰ ৰসে দূৰ কৰিব পাৰে।
৪) খৰিকাজাঁই ফুলৰ ৰসে ঘাঁ সহজে শুকোৱাত সহায় কৰে।
৫) বসন্ত ৰোগত খৰিকাজাঁই ফুলৰ ৰস উপকাৰী।
৬) খৰিকাজাঁই ফুলৰ সুগন্ধিয়ে দুষিত বায়ু শোধন কৰে।
৭) খৰিকাজাঁই ফুলৰ সুগন্ধিয়ে মন প্ৰফুল্লিত কৰি ৰাখিব পাৰে।
৮) খৰিকাজাঁই ফুলৰ ৰস সৌন্দৰ্য চৰ্চাত ব্যৱহাৰ কৰা হয়।

Previous Post

১২ বছৰীয়া নাবালিকাক যৌন নিৰ্যাতন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ ৬৫ বছৰীয়া লোক

Next Post

প্ৰাতঃস্মৰণীয়…আজি কবি যতীন্দ্ৰনাথ দুৱৰাৰ স্মৃতি দিৱস

Related Posts

আপোনাৰ চকুযুৰিৰ কিদৰে যত্ন ল’ব জানো আহক
জীৱন

কম বয়সতে চকুত চানি পৰা ৰোগে দেখা দিছে নেকি ? প্ৰতিকাৰৰ আছে উপায় , জানো আহক

August 10, 2022
পাকঘৰত বিচাৰি পোৱা ৰান্ধনি মচলাৰেও কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰি। জানো আহক
জীৱন

পাকঘৰত বিচাৰি পোৱা ৰান্ধনি মচলাৰেও কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰি। জানো আহক

August 9, 2022
কেতিয়াবা নাক সোপা মাৰি ধৰে। এনেকুৱা অৱস্থাত আপুনি কি কৰে বাৰু ?
জীৱন

কেতিয়াবা নাক সোপা মাৰি ধৰে। এনেকুৱা অৱস্থাত আপুনি কি কৰে বাৰু ?

August 8, 2022
চুলি সৰিছে নেকি? প্ৰতিৰোধৰ আছে উপায় । জানো আহক
জীৱন

চুলি সৰিছে নেকি? প্ৰতিৰোধৰ আছে উপায় । জানো আহক

August 6, 2022
স্বাস্থ্যৰ ক্ষেত্ৰত নেমুৰ উপকাৰিতা
জীৱন

গোল নেমু বহুত বেমাৰৰ মহৌষধ স্বৰূপ হোৱাৰ উপৰিও গোল নেমুৰ আছে আৰু কিছু বিশেষ কথা।জানো আহক

August 5, 2022
তুলসীৰ ১০ টা বিস্ময়কৰ ঔষধি গুণ
জীৱন

তুলসী গছক কিয় তীৰ্থৰ দৰে পৱিত্ৰ গছ বুলি কোৱা হয় জানেনে বাৰু ? আপোনাৰ চোতালত থকা তুলসী জোপায় কিহৰ সংকেত দিয়ে , জানো আহক

August 4, 2022
Next Post
প্ৰাতঃস্মৰণীয়…আজি কবি যতীন্দ্ৰনাথ দুৱৰাৰ স্মৃতি দিৱস

প্ৰাতঃস্মৰণীয়...আজি কবি যতীন্দ্ৰনাথ দুৱৰাৰ স্মৃতি দিৱস

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আজিৰ পৰা আৰম্ভ হ’ল শিক্ষকৰ অনলাইন বদলিকৰণ প্ৰক্ৰিয়া

আজিৰ পৰা আৰম্ভ হ’ল শিক্ষকৰ অনলাইন বদলিকৰণ প্ৰক্ৰিয়া

August 10, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 10, 2022
“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7