VOICE 24x7
Tuesday, March 21, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কোন ৰাশিৰ পুৰুষৰ পত্নী ধুনীয়া? কি কয় জ্যোতিষশাস্ত্ৰই !!

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
February 7, 2023
in জীৱন
কোন ৰাশিৰ পুৰুষৰ পত্নী ধুনীয়া? কি কয় জ্যোতিষশাস্ত্ৰই !!
0
SHARES
51
VIEWS
Share on FacebookShare on Twitter

বহুতে নিজৰ সংগী বাছনি কৰাত ধুনীয়া কাৰোবাক বিচাৰে। কিন্তু মানুহৰ ৰূপ ভগৱানৰ দান ৷ সৌন্দর্য্যৰ অধিকাৰী হোৱাৰ ক্ষেত্ৰত মানুহৰ হাত নাই। বিবাহৰ ক্ষেত্ৰত ছোৱালীৰ চেহেৰাৰ বিষয়ে বহুতো বিচাৰ – বিশ্লেষণ কৰে ৷ বহুতে বিচাৰে তেওঁলোকৰ পুত্ৰৰ কইনা গৰাকী অলপ বেছি ধুনীয়া হওক। কিন্তু ছোৱালীৰ সৌন্দৰ্য্য তেওঁলোকৰ মনৰ ওপৰত নির্ভৰ কৰে ৷কোৱা হয়  মন ভাল ছোৱালীজনী বেছি ধুনীয়া হয়। যদি মন ভাল হয়, তেন্তে ইয়াৰ সৌন্দৰ্য্যত স্পষ্টতা প্ৰকাশ পায়। তথাপি কম বেছি পৰিমাণে সকলোৱে বিচাৰে তেওঁৰ পত্নী ধুনীয়া হোৱাটো। তেনে ক্ষেত্ৰত জ্যোতিষত উল্লেখিত কিছুমান ৰাশি আছে, যাৰ পত্নী অতি ধুনীয়া।  যদি আপুনি এগৰাকী সুন্দৰী পত্নী পাব বিচাৰে তেন্তে প্ৰথমে জানিব লাগিব কোনটো গ্ৰহ আপোনাৰ ৰাশিৰ শাসক।-

যিসমূহ ৰাশিৰ অধিপতি গ্ৰহ বুধ, চন্দ্ৰ, বৃহস্পতি আৰু শুক্ৰ তেওঁলোকৰ পত্নী সাধাৰণতে ধুনীয়া।

ধনু আৰু মীন ৰাশি (বৃহস্পতি)

বৃহস্পতি গ্ৰহ ধনু আৰু মীন ৰাশিৰ শাসক। যিসকল পুৰুষৰ এই দুটা ৰাশিৰ অধিকাৰী তেওঁলোকৰ পত্নী ধুনীয়া।

কৰ্কট  (চন্দ্ৰ)

চন্দ্ৰ কৰ্কট ৰাশিৰ শাসক। চন্দ্ৰৰ প্ৰভাৱৰ বাবে এই ৰাশিৰ পুৰুষৰ পত্নী ধুনীয়া।

মিথুন আৰু কন্যা ৰাশি (বুধ)

মিথুন আৰু কন্যা ৰাশিৰ শাসক বুধ। যিসকল পুৰুষ এই দুটা ৰাশিৰ অধিকাৰী তেওঁলোকৰ পত্নী ধুনীয়া।

বৃষ আৰু তুলা ৰাশি (শুক্ৰ)

শুক্ৰ বৃষ আৰু তুলা ৰাশিৰ শাসক। যিসকল পুৰুষৰ এই দুটা ৰাশিৰ অধিকাৰী তেওঁলোকৰ পত্নী ধুনীয়া।

Previous Post

অষ্ট্ৰেলিয়াৰ বিশ্বকাপ বিজয়ী অধিনায়ক এৰন ফিঞ্চৰ হঠাতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা

Next Post

বিয়াৰ পিছত সিদ্ধার্থ-কিয়াৰাৰ নতুন ঠিকনা কি হ’ব ? সমুদ্ৰৰ পাৰৰ বাংলোৰ মূল্য শুনিলে আপোনাৰ চকু কপালত উঠিব ?

Related Posts

ওজন বাঢ়িলে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়! ৬০ বছৰৰ পিছত ওজন কমাবলৈ কি কৰিব?
জীৱন

ওজন বাঢ়িলে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়! ৬০ বছৰৰ পিছত ওজন কমাবলৈ কি কৰিব?

March 20, 2023
নাৰিকল তেল দাঁতৰ বিষত ব্যৱহাৰ কৰেনে ? জাঁনো আহকচোন নাৰিকল তেলৰ বিষয়ে
জীৱন

নাৰিকল তেল দাঁতৰ বিষত ব্যৱহাৰ কৰেনে ? জাঁনো আহকচোন নাৰিকল তেলৰ বিষয়ে

March 18, 2023
ক্ৰমাৎ বাঢ়িছে তাপমাত্ৰা,  গ্ৰীষ্মকালত শিশুক সুস্থ কৰি ৰাখিবলৈ কি তিনিবিধ খাদ্য খুৱাব ?
জীৱন

ক্ৰমাৎ বাঢ়িছে তাপমাত্ৰা, গ্ৰীষ্মকালত শিশুক সুস্থ কৰি ৰাখিবলৈ কি তিনিবিধ খাদ্য খুৱাব ?

March 17, 2023
সমাজ সংস্কাৰক বিদুষী নাৰী চন্দ্ৰপ্ৰভা শইকীয়া
জীৱন

সমাজ সংস্কাৰক বিদুষী নাৰী চন্দ্ৰপ্ৰভা শইকীয়া

March 16, 2023
গৰমৰ দিনত সঘনাই  পেট বেয়া হয় নেকি? খাদ্য নকমোৱাকৈ শৰীৰটো কেনেকৈ সবল কৰি ৰাখিব পাৰি?
জীৱন

গৰমৰ দিনত সঘনাই পেট বেয়া হয় নেকি? খাদ্য নকমোৱাকৈ শৰীৰটো কেনেকৈ সবল কৰি ৰাখিব পাৰি?

March 16, 2023
ৰ’দত পোৰা ভৰি আৰু ছালখনক লৈ সমস্যাত ভুগিছে নেকি ? ঘৰতে প্ৰস্তুত কৰা সামগ্ৰীৰে দূৰ কৰক সমস্যা
জীৱন

ৰ’দত পোৰা ভৰি আৰু ছালখনক লৈ সমস্যাত ভুগিছে নেকি ? ঘৰতে প্ৰস্তুত কৰা সামগ্ৰীৰে দূৰ কৰক সমস্যা

March 15, 2023
Next Post
বিয়াৰ পিছত সিদ্ধার্থ-কিয়াৰাৰ নতুন ঠিকনা কি হ’ব ? সমুদ্ৰৰ পাৰৰ বাংলোৰ মূল্য শুনিলে আপোনাৰ চকু কপালত উঠিব ?

বিয়াৰ পিছত সিদ্ধার্থ-কিয়াৰাৰ নতুন ঠিকনা কি হ’ব ? সমুদ্ৰৰ পাৰৰ বাংলোৰ মূল্য শুনিলে আপোনাৰ চকু কপালত উঠিব ?

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

March 21, 2023
নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7