VOICE 24x7
Saturday, May 28, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

নিদ্ৰাহীনতা দূৰ কৰি কেনেকৈ সুন্দৰ টোপনি আনিব পাৰি জানো আহক

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 28, 2022
in জীৱন
নিদ্ৰাহীনতা দূৰ কৰি কেনেকৈ সুন্দৰ টোপনি আনিব পাৰি জানো আহক
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

টোপনিৰ লগত নাৰী -পুৰুষ উভয়ৰে সৌন্দৰ্যৰ নিবিড় সম্পৰ্ক আছে। নিয়মিত ভাবে টোপনি যোৱাটো স্বাস্থ্যসন্মত। বহুলোকে প্ৰয়োজন অনুসৰি শুবলৈ ইচ্ছা কৰিলে টোপনি নাহে নাইবা দেৰিকৈ টোপনি আহিলেও গভীৰ টোপনি নহয়। তেতিয়া অনিদ্ৰা ৰোগত ভোগা বুলি আমি জানিব পাৰো।
টোপনি অহাৰ সহাজ উপায় সমূহ হল—–
নিয়মীয়াকৈ একোটা নিৰ্দিষ্ট সময়ত শোৱা আৰু উঠাৰ অভ্যাস কৰিব লাগে।
কফি , চাহ আৰু নিকোটিন থকা দ্ৰব্য (বিড়ি , চিগাৰেট , ধঁপাত )আদি বৰ্জন কৰিব লাগে ।
ৰাতি কমকৈ ভোজন কৰিব লাগে।আনহাতে লঘোণেও থাকিব নালাগে।
শাৰীৰিক পৰিশ্ৰম কৰিব লাগে।
শোৱা বিচনাখন পৰিষ্কাৰ -পৰিচ্ছন্ন আৰু আৰাম দায়ক হ’ব লাগে।
বনৌষধিৰ দ্বাৰা সহজ টোপনি অনাৰ কিছুমান উপায় হল—–
১) ভীম কল এটাৰ গুটি বিলাক বাদ দি বাকী অংশ এগিলাচ গাখীৰত ফেটি দৈনিক ৰাতি এমাহ মান খালে নিদ্ৰাহীনতা দূৰ হয়।
২) অশ্বগন্ধাৰ গুড়া দুচামুচ একাপ গাখীৰত উতলাই দিনে দুবাৰকৈ খাব লাগে।
৩) চাৰি -পাঁচ কোঁহ নহৰু ব্ৰাহ্মী শাকৰ লগত চাটনি কৰি আহাৰৰ লগত নিয়মিত খাব লাগে।
৪) আমলখি , শিলিখা ,কোমোৰা , মানিমুনি , টেঙেচি ,মৰিচাশাক ,গোমধান ,বকফুল আদি নিয়মীয়াকৈ খোৱা ভাল।
৫) সৰ্পগন্ধাৰ পাত আঞ্জা কৰি খালে নিদ্ৰাহীনতা দূৰ হয়।
৬) নিৰামিষ খাদ্য খাব লাগে। তেল , ঘিউ , জ্বলা , মচলা জাতীয় খাদ্য পৰিত্যাগ কৰিব লাগে।
৭) ডালিমৰ ৰস চাৰি চামুচত ছালকুঁৱৰীৰ ৰস আৰু আধা চামুচ চেনি মিশ্ৰণ কৰি ৰাতি শোৱাৰ আগত খালে একেবাৰে টোপনি নহা লোকৰো ভাল টোপনি হয়।
৮) শৌচ কঠিন হোৱাৰ বাবে টোপনি ন’হলে পানী বেছিকৈ খোৱাৰ উপৰি ত্ৰিফলা দুচামুচ মৌৰ লগত খালে শৌচ স্বাভাবিক হয় আৰু টোপনি ভাল হয়।পকা অমিতা আৰু আহজাতীয় খাদ্য উপকাৰী।
ওপৰোক্ত নিয়ম বোৰ মানি চলিলে নিদ্ৰাহীনতা দূৰ হব আৰু আমি এটা সুন্দৰ ৰাতি যাপন কৰিবলৈ সক্ষম হম।

Previous Post

“বহুবাক” ৰ উদ্যোগত দিশপুৰত চাউতাল ভাষাৰ ওপৰত আলোচনাচক্ৰ

Next Post

চিত্ৰ শিল্পী নীলিম মহন্তক গ্ৰেপ্তাৰ

Related Posts

আমাৰ শৰীৰৰ এপেণ্ডিক্সটো ভালে ৰাখিবলৈ কি কৰিব লাগে জানেনে বাৰু?
জীৱন

আমাৰ শৰীৰৰ এপেণ্ডিক্সটো ভালে ৰাখিবলৈ কি কৰিব লাগে জানেনে বাৰু?

May 28, 2022
ধূমপান স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। ধূমপান কৰা ব্যক্তিৰ কেঞ্চাৰ প্ৰতিৰোধৰ বাবে আছে উপায়। জানো আহক
জীৱন

ধূমপান স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। ধূমপান কৰা ব্যক্তিৰ কেঞ্চাৰ প্ৰতিৰোধৰ বাবে আছে উপায়। জানো আহক

May 27, 2022
পত্নীৰ বাবে বিমানৰ ভিতৰত  এক আচৰিত ঘোষণাৰে  হৃদয় জয় কৰিলে এজন  পাইলটে
জীৱন

পত্নীৰ বাবে বিমানৰ ভিতৰত এক আচৰিত ঘোষণাৰে হৃদয় জয় কৰিলে এজন পাইলটে

May 26, 2022
বাগিছাখনত পোক-পতঙ্গই অনিষ্ট কৰিছে নেকি? কেনেকৈ আঁতৰাব পোক-পৰুৱা। জানো আহক
জীৱন

বাগিছাখনত পোক-পতঙ্গই অনিষ্ট কৰিছে নেকি? কেনেকৈ আঁতৰাব পোক-পৰুৱা। জানো আহক

May 26, 2022
এই সময়ত ছালৰ খজুৱতি বা এলাৰ্জী হয়। ক’লা হালধিৰে প্ৰতিৰোধ কৰিব পাৰি। জানো আহক ক’লা হালধিৰ বিষয়ে
জীৱন

এই সময়ত ছালৰ খজুৱতি বা এলাৰ্জী হয়। ক’লা হালধিৰে প্ৰতিৰোধ কৰিব পাৰি। জানো আহক ক’লা হালধিৰ বিষয়ে

May 25, 2022
নিজৰ সন্তানক বিশেষভাৱে সক্ষম এজন দেউতাকে ট্ৰাইচাইকেলেৰে  স্কুললৈ লৈ যোৱা  ভিডিঅ’ ভাইৰেল
জীৱন

নিজৰ সন্তানক বিশেষভাৱে সক্ষম এজন দেউতাকে ট্ৰাইচাইকেলেৰে স্কুললৈ লৈ যোৱা ভিডিঅ’ ভাইৰেল

May 25, 2022
Next Post
চিত্ৰ শিল্পী নীলিম মহন্তক গ্ৰেপ্তাৰ

চিত্ৰ শিল্পী নীলিম মহন্তক গ্ৰেপ্তাৰ

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

হায়দৰাবাদ বিমানবন্দৰত  উষ্ম আদৰণি  বক্সিং চেম্পিয়ন  নিখাত  জাৰীনক

হায়দৰাবাদ বিমানবন্দৰত উষ্ম আদৰণি বক্সিং চেম্পিয়ন নিখাত জাৰীনক

May 28, 2022
বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

May 28, 2022
স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

May 28, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7