VOICE 24x7
Saturday, April 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কেৱল পূজা-অর্চনাতে নহয়, জবা ফুলৰ ব্যৱহাৰৰ আছে বহু উপকাৰিতা, জবা ফুলৰ চাহ সেৱন কৰিলে কেনেদৰে হ’ব উপকৃত ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
February 6, 2023
in জীৱন
কেৱল পূজা-অর্চনাতে নহয়, জবা ফুলৰ  ব্যৱহাৰৰ আছে বহু উপকাৰিতা,  জবা ফুলৰ চাহ সেৱন কৰিলে কেনেদৰে হ’ব উপকৃত ?
0
SHARES
25
VIEWS
Share on FacebookShare on Twitter

পূজা-অর্চনাত ব্যৱহাৰ কৰাৰ উপৰিও জবা ফুলৰ আছে কেতবোৰ উপকাৰিতা ৷ জবা ফুল চুলিৰ বাবে অতি উপকাৰী। জবাফুলৰ বিভিন্ন ঔষধি গুণ আছে। অত্যধিক চুলি সৰা বন্ধ কৰা বা  নতুন চুলি গজোৱাৰ ক্ষেত্ৰত  জবাফুল অতি উপকাৰী ৷চুলি সৰা বন্ধ কৰিবলৈ জবা ফুল ব্যৱহাৰৰ বিষয়ে বহুতে জানে যদিও জবা ফুল সেৱনৰ উপকাৰিতা সন্দর্ভত অজ্ঞ ৷ শেহতীয়াকৈ জবা ফুলৰ পাহি শুকুৱাই তৈয়াৰ কৰা এক বিশেষ ধৰণৰ চাহ প্ৰায় সকলো ঠাইতে জনপ্ৰিয় হৈ পৰিছে ৷

জবা ফুলৰ চাহ খালে কি কি লাভ হয়?

এন্টিঅক্সিডেন্ট সমৃদ্ধ জবা ফুলৰ চাহে ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে। জবাফুলত থকা এটা বিশেষ যৌগই কেন্সাৰৰ দৰে জটিলৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।

ওজন নিয়ন্ত্ৰণঃ

ওজন কমোৱাৰ উদ্দেশ্যেৰে বহুদিন ধৰি ব্যায়াম কৰি অহাৰ পাছতো কোনো ফলাফল পোৱা নাই নেকি ? এনে ক্ষেত্ৰত জবা ফুলৰ চাহ আপোনাৰ বাবে উপযোগী হ’ব পাৰে। পুষ্টিবিদসকলৰ মতে জবাফুলত থকা যৌগসমূহে বিপাকীয় ক্ৰিয়া উন্নত কৰিব পাৰে। বিপাকীয় ক্ৰিয়া ভাল হ’লে ওজন হ্ৰাস পাব ৷ লগতে নন এলকহলিক ফেটী লিভাৰৰ সমস্যাও ই নিয়ন্ত্ৰণ কৰিব পাৰে ৷

ৰক্তচাপ নিয়ন্ত্ৰণ কৰে

দীৰ্ঘদিন ধৰি উচ্চ ৰক্তচাপত ভুগি আছে নেকি ? ৰাতিপুৱা আহাৰ গ্ৰহণ কৰাৰ পিছত নিয়মিতভাৱে ঔষধ খাব লাগে নেকি? ডাক্তৰৰ পৰামৰ্শ মতে ঔষধৰ লগতে জবা ফুলৰ চাহ খাবলৈ আৰম্ভ কৰক। এন্টিঅক্সিডেন্ট সমৃদ্ধ এই চাহ খালে উদ্বেগ, ‘হাইপাৰটেনচন’ সমস্যা নিয়ন্ত্ৰিত হয়।

প্ৰস্ৰাৱৰ সংক্ৰমণ ৰোধ

এই সমস্যা বৃদ্ধ লোকৰ ক্ষেত্ৰত বেছিকৈ দেখা যায়। প্ৰস্ৰাৱৰ সংক্ৰমণ কম কৰিবলৈ চিকিৎসকে এন্টিবায়টিক প্ৰেছক্ৰিপচন কৰে। কিন্তু বিভিন্ন কাৰণত এনে ঔষধ বাৰে বাৰে সেৱন কৰাটো ভাল নহয়। গতিকে যদি প্ৰস্ৰাৱৰ সংক্ৰমণ বৰ বেছি নহয়, তেন্তে আপুনি জবা ফুলৰ চাহ সেৱন কৰি  চাব পাৰে।

 

Previous Post

৩২ সংখ্যক গ্ৰেমী লাভ কৰি ইতিহাস ৰচিলে পপ তাৰকা বিয়ন্সে

Next Post

ক্ৰমাৎ সুস্থ হৈছে ৰবীন্দ্ৰ জাদেজা, শীঘ্ৰে পৰিধান কৰিব ভাৰতীয় দলৰ জার্চী

Related Posts

এছপিএফ ৩০, ৪০, ৫০, ইমানবোৰ ধৰণৰ ছানস্ক্ৰীণ! কোনটো আপোনাৰ ছালৰ লগত খাপ খুৱাই কেনেধৰণৰ ছাণস্ক্ৰীণ ব্যৱহাৰ কৰিলে সুফল পাব ?
জীৱন

এছপিএফ ৩০, ৪০, ৫০, ইমানবোৰ ধৰণৰ ছানস্ক্ৰীণ! কোনটো আপোনাৰ ছালৰ লগত খাপ খুৱাই কেনেধৰণৰ ছাণস্ক্ৰীণ ব্যৱহাৰ কৰিলে সুফল পাব ?

March 31, 2023
পুৰুষতকৈ মহিলাৰ গড় আয়ুস কিয় বেছি? নতুন গৱেষণাই উদ্ভাৱন কৰিছে ৰহস্য
জীৱন

পুৰুষতকৈ মহিলাৰ গড় আয়ুস কিয় বেছি? নতুন গৱেষণাই উদ্ভাৱন কৰিছে ৰহস্য

March 30, 2023
আঠুৰ বিষত কষ্ট পাই আছে নেকি ? কি কাৰণত আঠুৰ বিষ হয় জানেনে বাৰু ?
জীৱন

আঠুৰ বিষত খোজ কাঢ়িব পৰা নাই নেকি ? কেনেকৈ সকাহ পাব জানো আহকচোন

March 30, 2023
বিৰাট- ৰণবীৰৰ দৰে দাড়ি ৰাখিব বিচাৰে নেকি ? গৰমৰ দিনত দাড়িৰ যত্ন কেনেকৈ লব?
জীৱন

বিৰাট- ৰণবীৰৰ দৰে দাড়ি ৰাখিব বিচাৰে নেকি ? গৰমৰ দিনত দাড়িৰ যত্ন কেনেকৈ লব?

March 28, 2023
শয়ন কক্ষ কোন দিশত হ’লে সুখ সমৃদ্ধি বাঢ়ে , জানো আহক
জীৱন

টোপনিৰ পৰা উঠি ভুলতেও এই বস্তুবোৰ নাচাব। নহ’লে জীৱনত দুৰ্দশাই এৰি নিদিব

March 28, 2023
সোঁ হাতৰ তলুৱাত ‘ M ‘ চিহ্ন আছে নেকি ? যদি আছে কি হয় জানেনে বাৰু ?
জীৱন

সোঁ হাতৰ তলুৱাত ‘ M ‘ চিহ্ন আছে নেকি ? যদি আছে কি হয় জানেনে বাৰু ?

March 25, 2023
Next Post
ক্ৰমাৎ সুস্থ হৈছে ৰবীন্দ্ৰ জাদেজা, শীঘ্ৰে পৰিধান কৰিব ভাৰতীয় দলৰ জার্চী

ক্ৰমাৎ সুস্থ হৈছে ৰবীন্দ্ৰ জাদেজা, শীঘ্ৰে পৰিধান কৰিব ভাৰতীয় দলৰ জার্চী

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

March 31, 2023
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

March 31, 2023
‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7