VOICE 24x7
Monday, August 8, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অমিতাই বিভিন্ন ৰোগ প্ৰতিৰোধ কৰে , ইয়াৰ উপৰিও অমিতাৰ আছে আৰু বহুত নজনা কথা । জানো আহকচোন অমিতাৰ আচৰিত কথাবোৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 25, 2022
in জীৱন
অমিতাই বিভিন্ন ৰোগ প্ৰতিৰোধ কৰে , ইয়াৰ উপৰিও অমিতাৰ আছে আৰু বহুত নজনা কথা । জানো আহকচোন অমিতাৰ আচৰিত কথাবোৰ
0
SHARES
27
VIEWS
Share on FacebookShare on Twitter

অমিতা এবিধ সুস্বাদু , শীতলকাৰক , স্ফুৰ্তিদায়ক , ৰোচক আৰু অতি সহজে হজম হোৱা এবিধ ৰসাল ফল। আমি সকলোৱে জানো ,অমিতাই বিভিন্ন ৰোগ প্ৰতিৰোধ কৰিব পাৰে। আজি অমিতাৰ বিষয়ে কিছু আচৰিত কথা জানো আহকচোন-
১) বিছাই ডাকিলে অমিতাৰ ৰস ৪/৫ টোপাল ব্যৱহাৰ কৰি সুফল পাব পাৰি।
২) কুকুৰীকণা আৰু চকুৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰিবৰ বাবে পকা অমিতা অন্ততঃ ২০০ গ্ৰামকৈ প্ৰতিদিনে খাব লাগে। পকা অমিতাই দৃষ্টি শক্তি বৃদ্ধি কৰিব পাৰে।
৩) মাতৃ স্তনত দুগ্ধ বৃদ্ধি কৰিবৰ কাৰণে পকা আৰু কেঁচা অমিতা খাব লাগে।
৪) খৰ আৰু খজুৱতিত পাঁচ টোপাল মৌ আৰু এটিপা নিমখ মিহলি কৰি দুই টোপাল অমিতাৰ ৰস , খৰ আৰু খজুৱতি হোৱা ঠাইত লগালে সুফল পোৱা যায়।
৫) মাংসপেশী সবল কৰাত অমিতাই সহায় কৰে। পকা অমিতা খোৱাৰ উপৰি কেঁচা অমিতা আঞ্জা কৰি খোৱা ভাল।
৬) দাঁতৰ বিষত অমিতাৰ শিপা , ওভতা বনসূতৰ শিপা , জালুক এটা পিহি একেলগে দাঁতৰ গুৰিত লগালে দাঁতৰ বিষ ভাল হয়।
৭) নিয়মীয়াকৈ অমিতা খালে কৰ্কট ৰোগ হ’ব নোৱাৰে। প্ৰতিদিনে অন্ততঃ ৫০ গ্ৰামকৈ পকা অমিতা বা কেঁচা অমিতা খোৱা ভাল।
৮) পকা অমিতাই ৰক্তহীনতা দূৰ কৰিব পাৰে।
৯) পকা অমিতা ফেটি মুখ মণ্ডলৰ ছালত সানিলে ছালত পৰা ক’লা দাগ উঠে। ছালখন নিমজ কৰাত সহায় কৰে।
১০) নিয়মীয়াকৈ অমিতা খালে গলব্লাডাৰ ষ্টন , পেটচলা , মাহেকীয়া ঋতুস্ৰাৱৰ সমস্যা আদি দূৰ হোৱাত সহায় কৰে।

Previous Post

১২ ঘণ্টালৈ বৃদ্ধি পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

Next Post

প্ৰাতঃস্মৰণীয়…

Related Posts

চুলি সৰিছে নেকি? প্ৰতিৰোধৰ আছে উপায় । জানো আহক
জীৱন

চুলি সৰিছে নেকি? প্ৰতিৰোধৰ আছে উপায় । জানো আহক

August 6, 2022
স্বাস্থ্যৰ ক্ষেত্ৰত নেমুৰ উপকাৰিতা
জীৱন

গোল নেমু বহুত বেমাৰৰ মহৌষধ স্বৰূপ হোৱাৰ উপৰিও গোল নেমুৰ আছে আৰু কিছু বিশেষ কথা।জানো আহক

August 5, 2022
তুলসীৰ ১০ টা বিস্ময়কৰ ঔষধি গুণ
জীৱন

তুলসী গছক কিয় তীৰ্থৰ দৰে পৱিত্ৰ গছ বুলি কোৱা হয় জানেনে বাৰু ? আপোনাৰ চোতালত থকা তুলসী জোপায় কিহৰ সংকেত দিয়ে , জানো আহক

August 4, 2022
নিম্ন ৰক্তচাপত ভূগি আছে নেকি? ঘৰুৱা পদ্ধতিৰে নিৰাময় কঁৰো আহক
জীৱন

নিম্ন ৰক্তচাপত ভূগি আছে নেকি? ঘৰুৱা পদ্ধতিৰে নিৰাময় কঁৰো আহক

August 2, 2022
তিতাকেৰেলা খাবলৈ তিতা যদিও ইয়াৰ ঔষধি গুণ জানিলে আপোনাৰ মন মিঠা হৈ পৰিব
জীৱন

তিতাকেৰেলা খাবলৈ তিতা যদিও ইয়াৰ ঔষধি গুণ জানিলে আপোনাৰ মন মিঠা হৈ পৰিব

August 1, 2022
আমাৰ শৰীৰৰ কিছুমান সমস্যা ঘৰুৱা উপায়েৰেও আমি সমাধান কৰিব পাৰোঁ। জানো আহক-
জীৱন

আমাৰ শৰীৰৰ কিছুমান সমস্যা ঘৰুৱা উপায়েৰেও আমি সমাধান কৰিব পাৰোঁ। জানো আহক-

July 30, 2022
Next Post
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়...

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

August 8, 2022
১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 7, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7