VOICE 24x7
Saturday, May 28, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

সৌন্দৰ্য চৰ্চাত কেঁচা হালধি

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 19, 2022
in জীৱন
সৌন্দৰ্য চৰ্চাত কেঁচা হালধি
0
SHARES
9
VIEWS
Share on FacebookShare on Twitter

খাদ্য বা আহাৰেই হৈছে আমাৰ জীৱনী শক্তিৰ আধাৰ আৰু সৌন্দৰ্য বৃদ্ধিৰ মূল উপাদান।
বাৰীতে বিচাৰি পোৱা বা সহজতে উপলব্ধ হোৱা কেঁচা হালধিত বহুতো ঔষধি গুণ আছে। কেঁচা হালধি আৰু মৌজোলে ছালৰ উজ্বলতা বঢ়ায়—–

১) কেঁচা হালধিৰ ৰস এডোখৰ গুড়ৰ সৈতে নিয়মীয়াকৈ খালে আৰু হালধিৰ ৰস মৌৰ সৈতে ছালত সানিলে ছাল মিহি আৰু উজ্বল হয়।
২) ছালত ক’লা দাগ পৰিলে , কেঁচা হালধিৰ ৰসৰ লগত নহৰু এফোটাৰ ৰস আৰু মৌ ৰস লগালে ক’লা দাগ নোহোৱা হয়।
৩) বায়ু ৰোগত ,গৰম গাখীৰত অলপ হালধীৰ ৰস আৰু নিমখ মিহলি কৰি খালে তৎক্ষণাত ভাল ফল পোৱা যায়।
৪) কেঁচা হালধিয়ে , হাইজা ৰোগত প্ৰতিষেধকৰ কাম কৰে। হাইজা বেমাৰিয়ে হালধিৰ ৰস খালে যথেষ্ঠ আৰাম পায়।
৫) কেঁচা হালধিৰ ৰস গাত ঘহিলে আৰু ৰাতিপুৱা খালে সোতোৰা পৰা ছাল নিমজ হয়।
৬) কেঁচা হালধি পিহি (২০গ্ৰাম) এবাতি পানীত এৰাতি তিয়াই ৰাখি ৰাতিপুৱা সেই পানী খালে তেজ পৰিষ্কাৰ হয়।
৭) একাপ গৰম পানীত ৫ চামুচ কেঁচা হালধিৰ ৰস মিহলাই তাত অলপ নিমখ দি খালে কাঁহ ভাল হয়।
৮) এগিলাচ গৰুৰ গাখীৰত এচামুচ হালধিৰ গুড়ি মিহলাই দিনত তিনি বাৰ খালে ব্ৰঙ্কাইটিচ ৰোগ ভাল হয়।
৯) কেঁচা হালধি জুইত পুৰি দাঁত মাজিলে দাঁতৰ ৰোগ ভাল হয়।
১০) সৰু আই হোৱাৰ পাছত গা বিজবিজাই থাকিলে , কেঁচা হালধিৰ ৰস গাত সানিলে আৰাম পোৱা যায়।
১১) বহুমূত্ৰ ৰোগত বাৰে বাৰে প্ৰসাৱ হ’লে আৰু পিয়াহ লাগিলে ৮ গ্ৰাম হালধি পিহি পানীৰ লগত মিহলি কৰি আধা চামুচ মৌ দি খালে প্ৰসাৱ কম হয় আৰু পিয়াহ দূৰ হয়।

অতি সহজতে বিচাৰি পোৱা কেঁচা হালধিৰ ৰসেৰে আমি বহুত বেমাৰৰ প্ৰতিষেধক হিচাপে ব্যৱহাৰ কৰিব পাৰো আৰু গাৰ ছাল বা ৰং সুন্দৰ-সতেজ কৰি ধুনীয়া হৈ থাকিব পাৰো।

Previous Post

প্ৰাতঃস্মৰণীয়…

Next Post

ৰঙৰ উৎসৱ বৰদোৱাৰ ফাকুৱা বা ফল্গুউৎসৱ

Related Posts

ধূমপান স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। ধূমপান কৰা ব্যক্তিৰ কেঞ্চাৰ প্ৰতিৰোধৰ বাবে আছে উপায়। জানো আহক
জীৱন

ধূমপান স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। ধূমপান কৰা ব্যক্তিৰ কেঞ্চাৰ প্ৰতিৰোধৰ বাবে আছে উপায়। জানো আহক

May 27, 2022
পত্নীৰ বাবে বিমানৰ ভিতৰত  এক আচৰিত ঘোষণাৰে  হৃদয় জয় কৰিলে এজন  পাইলটে
জীৱন

পত্নীৰ বাবে বিমানৰ ভিতৰত এক আচৰিত ঘোষণাৰে হৃদয় জয় কৰিলে এজন পাইলটে

May 26, 2022
বাগিছাখনত পোক-পতঙ্গই অনিষ্ট কৰিছে নেকি? কেনেকৈ আঁতৰাব পোক-পৰুৱা। জানো আহক
জীৱন

বাগিছাখনত পোক-পতঙ্গই অনিষ্ট কৰিছে নেকি? কেনেকৈ আঁতৰাব পোক-পৰুৱা। জানো আহক

May 26, 2022
এই সময়ত ছালৰ খজুৱতি বা এলাৰ্জী হয়। ক’লা হালধিৰে প্ৰতিৰোধ কৰিব পাৰি। জানো আহক ক’লা হালধিৰ বিষয়ে
জীৱন

এই সময়ত ছালৰ খজুৱতি বা এলাৰ্জী হয়। ক’লা হালধিৰে প্ৰতিৰোধ কৰিব পাৰি। জানো আহক ক’লা হালধিৰ বিষয়ে

May 25, 2022
নিজৰ সন্তানক বিশেষভাৱে সক্ষম এজন দেউতাকে ট্ৰাইচাইকেলেৰে  স্কুললৈ লৈ যোৱা  ভিডিঅ’ ভাইৰেল
জীৱন

নিজৰ সন্তানক বিশেষভাৱে সক্ষম এজন দেউতাকে ট্ৰাইচাইকেলেৰে স্কুললৈ লৈ যোৱা ভিডিঅ’ ভাইৰেল

May 25, 2022
থায়ৰয়ড গ্ৰন্থি ফুলি উঠে কিয় ? কি কি খাদ্য খাব নালাগে জানো আহক
জীৱন

থায়ৰয়ড গ্ৰন্থি ফুলি উঠে কিয় ? কি কি খাদ্য খাব নালাগে জানো আহক

May 24, 2022
Next Post
ৰঙৰ উৎসৱ বৰদোৱাৰ ফাকুৱা বা ফল্গুউৎসৱ

ৰঙৰ উৎসৱ বৰদোৱাৰ ফাকুৱা বা ফল্গুউৎসৱ

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

May 27, 2022
‘মোৰ ছোৱালীয়ে তাইৰ মহিলা বন্ধুৰ সৈতে থাকিব বিচাৰিছিল’

‘মোৰ ছোৱালীয়ে তাইৰ মহিলা বন্ধুৰ সৈতে থাকিব বিচাৰিছিল’

May 27, 2022
কিমান  টকা হ্ৰাস পালে  সোণৰ মূল্য?

কিমান টকা হ্ৰাস পালে সোণৰ মূল্য?

May 27, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7