VOICE 24x7
Wednesday, November 29, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

গোলাপ অকল সৌন্দৰ্যৰ প্ৰতীকেই নহয় খাদ্য হিচাপেও আছে গোলাপৰ উপকাৰীতা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
February 14, 2023
in জীৱন
সৌন্দৰ্যৰ ৰাণী বগা গোলাপ সুগন্ধিদায়ক হোৱাৰ উপৰিও আছে ঔষধি গুণ – জানো আহকচোন
0
SHARES
20
VIEWS
Share on FacebookShare on Twitter

ফুলৰ ৰাণী সৌন্দৰ্যৰ প্ৰতীক গোলাপ ফুল সৌন্দৰ্য চৰ্চাত ব্যৱহৃত হোৱাৰ কথা আমি সকলোৱে জাঁনো। আয়ুৰ্বেদ শাস্ত্ৰ অনুসৰি গোলাপ ফুল খালে চুলি আৰু ছালৰ সৌন্দৰ্য অটুট থকাৰ উপৰিও শৰীৰ সুস্থহৈ থাকে। ইয়াৰ উপৰিও গোলাপফুল খোৱাৰ উপকাৰীতাৰ বিষয়ে জাঁনো আহক—
১) পেট ঠাণ্ডা ৰখাত সহায় কৰে :-
বসন্ত ঋতু অহা মানেই গৰম দিন অহাৰ বতৰা। এনে সময়ত যি সকলে কৰ্মৰ বাবে বাহিৰত ঘূৰি-ফুৰিব লগীয়া হয় তেওঁলোকৰ শৰীৰত অতিৰিক্ত চাপ উৎপন্ন হয়। গাখীৰৰ লগত গোলাপ ফুলৰ শুকান গুৰি মিহলাই খালে ক্লান্তি , অলসতা , পেটৰ বিষ , মূৰৰ বিষ , দূৰ্বলতা আদি সমস্যা নোহোৱা হোৱাৰ লগতে শৰীৰও ঠাণ্ডা হৈ থকাত সহায় কৰে।
২) ঋতুস্ৰাৱৰ সমস্যাত সহায় কৰে :-
ঋতুস্ৰাৱৰ সময়ত গোলাপে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। গোলাপত ৯৫% পানী থকাৰ কাৰণে কেলৰী কম আৰু গোলাপৰ পাপৰিত প্ৰচুৰ পৰিমাণে ভিটামিন চি’ থকাৰ বাবে পিৰিয়ডৰ সমস্যাত সহায়ক হয়। চীনত এসময়ত নাৰীৰ বদহজমৰ সমস্যা দূৰ কৰিবৰ বাবেও গোলাপৰ পাপৰি খুওৱা হৈছিল।
৩) মানসিক চাপ হ্ৰাস কৰে :-
গোলপ ফুল খোৱাৰ উপকাৰীতাৰ লগতে গোলাপৰ সুগন্ধিয়েই মানসিক চাপ হ্ৰাস কৰাত সহায় কৰে। সেয়ে গোলাপৰ সৌন্দৰ্য উপভোগ কৰাৰ লগতে পান কৰক গোলাপৰ সুগন্ধি। মানসিক চিন্তাৰ পৰা আঁতৰাই ৰাখিবলৈ নিজৰ বাবে ঘৰত ৰোপন কৰক এজুপি গোলাপ।

 

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

প্ৰাতঃস্মৰণীয়…

Related Posts

কভিড ভেকচিন লোৱাৰ পিছত যুৱক-যুৱতীসকলৰ হাৰ্ট এটেকৰ আশংকা বাঢ়িছে নেকি? আইচিএমআৰৰগৱেষণাত কি তথ্য পোহৰলৈ আহিছে !!
জীৱন

কভিড ভেকচিন লোৱাৰ পিছত যুৱক-যুৱতীসকলৰ হাৰ্ট এটেকৰ আশংকা বাঢ়িছে নেকি? আইচিএমআৰৰগৱেষণাত কি তথ্য পোহৰলৈ আহিছে !!

November 1, 2023
স্বাস্থ্য নহয়, মনো বেয়া হ’ব পাৰে আপোনাৰ পোহনীয়া কুকুৰটোৰ? কি  কামৰ পৰা বিৰত থাকি আপোনাৰ পোহনীয়া জন্তুটোৰ মন ভালে ৰাখিব পাৰি জানেনে ?
জীৱন

স্বাস্থ্য নহয়, মনো বেয়া হ’ব পাৰে আপোনাৰ পোহনীয়া কুকুৰটোৰ? কি কামৰ পৰা বিৰত থাকি আপোনাৰ পোহনীয়া জন্তুটোৰ মন ভালে ৰাখিব পাৰি জানেনে ?

October 11, 2023
ভাৰতবৰ্ষত এনে এখন ঠাই আছে য’ত দেওবাৰে কেৱল মানুহকে নহয় জীৱ-জন্তুকো দিয়া হয়  সাপ্তাহিক বন্ধ
জীৱন

ভাৰতবৰ্ষত এনে এখন ঠাই আছে য’ত দেওবাৰে কেৱল মানুহকে নহয় জীৱ-জন্তুকো দিয়া হয় সাপ্তাহিক বন্ধ

August 19, 2023
১৯ আগষ্টত সমগ্ৰ বিশ্বতে পালন কৰা হয় ‘আন্তঃৰাষ্ট্ৰীয় ব’ দিৱস’
জীৱন

১৯ আগষ্টত সমগ্ৰ বিশ্বতে পালন কৰা হয় ‘আন্তঃৰাষ্ট্ৰীয় ব’ দিৱস’

August 19, 2023
শৰীৰত হিম’গ্লবিনৰ মাত্ৰা কমিছে? খাদ্যাভ্যাসৰ কি কি পৰিৱৰ্তনে শৰীৰক শক্তিশালী কৰি ৰাখিব?
জীৱন

শৰীৰত হিম’গ্লবিনৰ মাত্ৰা কমিছে? খাদ্যাভ্যাসৰ কি কি পৰিৱৰ্তনে শৰীৰক শক্তিশালী কৰি ৰাখিব?

June 7, 2023
চাহৰ লগত বিস্কুট খাবলৈ ভাল পায় নেকি? এনে অভ্যাসে কি কি স্বাস্থ্যজনিত বিপদৰ সৃষ্টি কৰে জানেনে?
জীৱন

চাহৰ লগত বিস্কুট খাবলৈ ভাল পায় নেকি? এনে অভ্যাসে কি কি স্বাস্থ্যজনিত বিপদৰ সৃষ্টি কৰে জানেনে?

June 7, 2023
Next Post
প্ৰাতঃস্মৰণীয়

প্ৰাতঃস্মৰণীয়...

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

উত্তৰকাশীত সুৰংগৰ পৰা  জীৱন্তে উদ্ধাৰ অসমৰ দুই শ্ৰমিকসহ আবদ্ধ ৪১ শ্ৰমিক

উত্তৰকাশীত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ অসমৰ দুই শ্ৰমিকসহ আবদ্ধ ৪১ শ্ৰমিক

November 28, 2023
আইচলেণ্ডত ৪৮ ঘন্টাত ৭০০টা ভূমিকম্প , সতর্কতা জাৰি চৰকাৰৰ

আইচলেণ্ডত ৪৮ ঘন্টাত ৭০০টা ভূমিকম্প , সতর্কতা জাৰি চৰকাৰৰ

November 28, 2023
ধনৰ বিনিময়ত নিযুক্তিঃএপিএছচি কেলেংকাৰিত অভিযুক্ত দুই এচিএছ বিষয়া এছআইটিৰ সন্মুখত হাজিৰ , কোন বিষয়ালৈ জাৰি কৰা হৈছে জাননী !!

ধনৰ বিনিময়ত নিযুক্তিঃএপিএছচি কেলেংকাৰিত অভিযুক্ত দুই এচিএছ বিষয়া এছআইটিৰ সন্মুখত হাজিৰ , কোন বিষয়ালৈ জাৰি কৰা হৈছে জাননী !!

November 28, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7