VOICE 24x7
Saturday, June 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কথা কোৱাৰ কৌশলতাই আপোনাৰ সৌন্দৰ্য বৃদ্ধি কৰিব পাৰে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 16, 2022
in জীৱন
কথা কোৱাৰ কৌশলতাই আপোনাৰ সৌন্দৰ্য বৃদ্ধি কৰিব পাৰে
0
SHARES
33
VIEWS
Share on FacebookShare on Twitter

মনৰ ভাব সুন্দৰকৈ বুজাই ক’ব পৰাটোৱেই হৈছে কথা কোৱাৰ কৌশল। যি বিলাক মানুহে সুন্দৰ কৈ কথা ক’ব পাৰে তেওঁলোকেই আনৰ প্ৰিয়ভাজন হৈ সমাজত জনপ্ৰিয়তা লাভ কৰিব পাৰে। যিকোনো বিষয়ত কথা কওঁতে কিছুমান সাধাৰণ কথাত বিশেষ গুৰুত্ব দিয়া অতি প্ৰয়োজন।
১) কথা কওঁতে কেতিয়াও গোমোঠা হৈ থাকিব নালাগে।
২) সদায় হাঁহি মুখেৰে কথা ক’লে কওঁতাৰ মুখমণ্ডল উজ্বল হয় আৰু দেখিবলৈ ধুনীয়া হয়।
৩) কথা কওঁতে খুব খৰকৈ কথা ক’ব নালাগে।শব্দ আৰু মাত অৰ্থাৎ উচ্চাৰণ স্পষ্ট হ’ব লাগে।
৪) প্ৰয়োজনতকৈ বেছি কথা ক’ব নালাগে।কম শব্দ প্ৰয়োগ কৰি বুজাব চেষ্টা কৰিব লাগে।
৫) খং কৰি কথা ক’লে সকলোৰে অপ্ৰিয় হ’ব লগা হয় আৰু মুখমণ্ডলৰ সৌন্দৰ্যত ম্লান পৰে।
৬) আত্মবিশ্বাসেৰে কথা ক’ব লাগে। নিজৰ জ্ঞানৰ পৰিসৰৰ ভিতৰতহে কথা ক’ব লাগে। নজনা কথাত অকাৰণে কেতিয়াও মাত মাতিব নালাগে।
৭) কাক , কেতিয়া , কেনেকৈ কি কথা ক’ব লাগে সেই বিষয়ে সচেতন থাকিব লাগে। স্থান , কাল , পাত্ৰ অনুযায়ীহে কথা ক’বলৈ চেষ্টা কৰিব লাগে।
৮) যাৰ লগত কথা পতা হয় , তেওঁৰ মুখলৈ বা চকুলৈ চাইহে কথা ক’ব লাগে।
৯) কথা কওঁতে মাত শুৱলা হ’ব লাগে।
১০) কথা কেৱল নিজেই কৈ নাথাকি শ্ৰোতাকো ক’বলৈ দিব লাগে বা বিষয়- বস্তুত অংশ গ্ৰহণ কৰিবলৈ দিয়া উচিত।
এই নিয়মবোৰ ভালদৰে মানি চলিলে আপুনিও নিঃসন্দেহে সকলোৰে প্ৰিয়ভাজন হৈ থাকিব পাৰিব।

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

ফাটবিহু চাই ঘৰলৈ ওভতাৰ পথত ভয়ংকৰ দুৰ্ঘটনা

Related Posts

এতিয়া আমৰ বতৰ। গাওঁ -চহৰত উভৈনদী হৈ আছে ধুনীয়া ধুনীয়া আম। আম খোৱাৰ আগতে জানি লওঁক আমৰ বিষয়ে
জীৱন

এতিয়া আমৰ বতৰ। গাওঁ -চহৰত উভৈনদী হৈ আছে ধুনীয়া ধুনীয়া আম। আম খোৱাৰ আগতে জানি লওঁক আমৰ বিষয়ে

June 24, 2022
১০ ছেকেণ্ডলৈকে এখন ভৰিৰ ওপৰত থিয় হ’ব নোৱাৰা ব্যক্তিৰ মৃত্যুৰ আশংকা অধিক , কি কি তথ্য পোহৰলৈ আহিছে নতুন গৱেষণাত !!
জীৱন

১০ ছেকেণ্ডলৈকে এখন ভৰিৰ ওপৰত থিয় হ’ব নোৱাৰা ব্যক্তিৰ মৃত্যুৰ আশংকা অধিক , কি কি তথ্য পোহৰলৈ আহিছে নতুন গৱেষণাত !!

June 23, 2022
ঋতু অনুসৰি শিলিখা বিভিন্ন দ্ৰব্যৰ লগত ব্যৱহাৰ হয় । কোন ঋতুত শিলিখা কেনেকৈ খালে অধিক উপকাৰ হয় জানো আহক
জীৱন

ঋতু অনুসৰি শিলিখা বিভিন্ন দ্ৰব্যৰ লগত ব্যৱহাৰ হয় । কোন ঋতুত শিলিখা কেনেকৈ খালে অধিক উপকাৰ হয় জানো আহক

June 23, 2022
যি কোনো বয়সতে এই ৰোগ হ’ব পাৰে যদিও শিশু সকলক সাধাৰণতে এই ৰোগে বেছিকৈ আক্ৰমণ কৰে। জানো আহকচোন ৰোগৰ বিষয়ে আৰু প্ৰতিকাৰৰ উপায়
জীৱন

যি কোনো বয়সতে এই ৰোগ হ’ব পাৰে যদিও শিশু সকলক সাধাৰণতে এই ৰোগে বেছিকৈ আক্ৰমণ কৰে। জানো আহকচোন ৰোগৰ বিষয়ে আৰু প্ৰতিকাৰৰ উপায়

June 22, 2022
সৌন্দৰ্যৰ ৰাণী বগা গোলাপ সুগন্ধিদায়ক হোৱাৰ উপৰিও আছে ঔষধি গুণ – জানো আহকচোন
জীৱন

প্ৰেমৰ প্ৰতীক গোলাপক ফুলৰ ৰাণী বুলি কোৱা হয়। সৌন্দৰ্যময়ী গোলাপৰো আছে আৰু বহুত নজনা কথা

June 21, 2022
আপোনাৰ বাৰু কলেষ্টেৰল হৈছে নেকি?
জীৱন

আপোনাৰ বাৰু কলেষ্টেৰল হৈছে নেকি?

June 20, 2022
Next Post
ফাটবিহু চাই ঘৰলৈ ওভতাৰ পথত ভয়ংকৰ দুৰ্ঘটনা

ফাটবিহু চাই ঘৰলৈ ওভতাৰ পথত ভয়ংকৰ দুৰ্ঘটনা

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

১২ ঘণ্টালৈ বৃদ্ধি  পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

১২ ঘণ্টালৈ বৃদ্ধি পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

June 24, 2022
পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

June 24, 2022
এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত  নচলিব ই-ৰিক্সা

এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত নচলিব ই-ৰিক্সা

June 24, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7