VOICE 24x7
Monday, October 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

গৰমৰ দিনত সঘনাই পেটৰ সমস্যাত ভোগে নেকি ? এই ৫ বিধ খাদ্যই দিব উপশম

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 17, 2023
in জীৱন
গৰমৰ দিনত সঘনাই পেটৰ সমস্যাত ভোগে নেকি ? এই ৫ বিধ খাদ্যই দিব উপশম
0
SHARES
28
VIEWS
Share on FacebookShare on Twitter

অসহ্য গৰমত ভোকত থাকিলেও অফিচ-ৰন্ধা-খোৱা কোনোটোৱেই  বাদ দিব নোৱাৰি। কামৰ বাবে ঘৰৰ বাহিৰলৈ ওলাই যোৱাৰ বাহিৰে আন কোনো বিকল্প নাই। প্ৰচণ্ড গৰমৰ ঘাম ওলোৱাৰ বাবে  অস্বস্তি বাঢ়িছে। এনে পৰিস্থিতিত কোনোবাই পাচনতন্ত্ৰৰ সমস্যাত ভুগিছে, কোনোবাই অতিৰিক্ত ভাগৰুৱা হৈ পৰিছে। এই সময়ত শৰীৰটো শীতল কৰি ৰাখিব বিচাৰিলে খাদ্য তালিকাত কিছু সালসলনি কৰাটো প্ৰয়োজনীয় । কি কি খাদ্য অন্তর্ভুক্ত কৰিব খাদ্যৰ তালিকাত ৷

 

১) দৈঃ গ্ৰীষ্মকালত দৈৰ বিকল্প নাই। গৰমৰ দিনত জলপানৰ সৈতে দৈ, জামুৰ সৈতে দৈ বা দৈৰ সৈতে ফলৰ মিশ্ৰন খাব পাৰে। দুপৰীয়াৰ আহাৰ খোৱাৰ পিছত টেঙা দৈ খাব লাগে। দৈ চাভাতো  খাব পাৰে ৷ দৈয়ে শৰীৰক শীতল কৰি ৰখাত সহায় কৰে।  দৈ খালে অন্যান্য পুষ্টিকৰ উপাদানৰ লগতে প্ৰটিনও পোৱা যায়। ইয়াৰ উপৰিও দৈ, লাচী দৈনিক খাদ্যত ৰাখিব পাৰে।

২) পদিনাঃ গৰমৰ দিনত পেট ঠাণ্ডা কৰি ৰাখিবলৈ পদিনা খাব পাৰে। পদিনা চাটনি বনাই পৰঠাৰ লগত খাব। অথবা দুপৰীয়া লাচী বনালে তাত পদিনা পাত দিব পাৰে। যিকোনো চৰবত পদিনাৰ সৈতে খাব। সাধাৰণ পানীত পদিনা পাত আৰু নেমু কিছু দিও ডিটক্স ড্ৰিংক বনাব পাৰে। এই পানীয়ে হজম শক্তি উন্নত কৰাত সহায় কৰে আৰু পেটৰ বাবেও স্বাস্থ্যকৰ।

৩) নেমুৰ চৰবতঃ ৰ’দৰ পৰা আহি জিৰণি লৈ  শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰিবলৈ কিছু সময় লওক। ইয়াৰ পিছত নেমু আৰু সামান্য নিমখ দি প্ৰস্তুত কৰা চৰবত খাব পাৰে।  হজম শক্তিৰ উপৰিও এই চৰবতে ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰিব।

৪) তিয়ঁহ: যিকোনো বতৰত তিয়ঁহ খালে স্বাস্থ্যকৰ। কিন্তু তিয়ঁহৰ চালাড বিশেষকৈ গ্ৰীষ্মকালত খাব লাগে। শৰীৰক শীতল কৰি ৰাখে, পানীলগা ৰোধ কৰে আৰু ওজন নিয়ন্ত্ৰণৰ বাবেও ফলপ্ৰসূ।

৫) তৰমুজঃ গৰমৰ দিনত তৰমুজ বেছিকৈ খাব লাগে। খাবলৈ যিমান সুস্বাদু, স্বাস্থ্যৰ বাবেও উপকাৰী। তৰমুজৰ চৰবত, তৰমুজৰ ৰস, তৰমুজৰ চালাড – নিজৰ ইচ্ছামতে খাব।

Previous Post

মাজ আকাশত হঠাৎ তীব্ৰ জোকাৰণি! চিডনী অভিমুখী বিমানৰ যাত্ৰী আহত

Next Post

স্বামী বিকিৰ জন্মদিনত কি লিখিলে অভিনেত্ৰী কেটৰিনাই ?

Related Posts

ভাৰতবৰ্ষত এনে এখন ঠাই আছে য’ত দেওবাৰে কেৱল মানুহকে নহয় জীৱ-জন্তুকো দিয়া হয়  সাপ্তাহিক বন্ধ
জীৱন

ভাৰতবৰ্ষত এনে এখন ঠাই আছে য’ত দেওবাৰে কেৱল মানুহকে নহয় জীৱ-জন্তুকো দিয়া হয় সাপ্তাহিক বন্ধ

August 19, 2023
১৯ আগষ্টত সমগ্ৰ বিশ্বতে পালন কৰা হয় ‘আন্তঃৰাষ্ট্ৰীয় ব’ দিৱস’
জীৱন

১৯ আগষ্টত সমগ্ৰ বিশ্বতে পালন কৰা হয় ‘আন্তঃৰাষ্ট্ৰীয় ব’ দিৱস’

August 19, 2023
শৰীৰত হিম’গ্লবিনৰ মাত্ৰা কমিছে? খাদ্যাভ্যাসৰ কি কি পৰিৱৰ্তনে শৰীৰক শক্তিশালী কৰি ৰাখিব?
জীৱন

শৰীৰত হিম’গ্লবিনৰ মাত্ৰা কমিছে? খাদ্যাভ্যাসৰ কি কি পৰিৱৰ্তনে শৰীৰক শক্তিশালী কৰি ৰাখিব?

June 7, 2023
চাহৰ লগত বিস্কুট খাবলৈ ভাল পায় নেকি? এনে অভ্যাসে কি কি স্বাস্থ্যজনিত বিপদৰ সৃষ্টি কৰে জানেনে?
জীৱন

চাহৰ লগত বিস্কুট খাবলৈ ভাল পায় নেকি? এনে অভ্যাসে কি কি স্বাস্থ্যজনিত বিপদৰ সৃষ্টি কৰে জানেনে?

June 7, 2023
ওজন হ্ৰাসৰ পৰা আৰম্ভ কৰি হৃদযন্ত্ৰৰ স্বাস্থ্যলৈকে পকা অমিতাই ল’ব পাৰে যত্ন
জীৱন

ওজন হ্ৰাসৰ পৰা আৰম্ভ কৰি হৃদযন্ত্ৰৰ স্বাস্থ্যলৈকে পকা অমিতাই ল’ব পাৰে যত্ন

June 6, 2023
আপুনিও খায় নেকি ওটছ্! কেবল ওজন নিয়ন্ত্ৰণেই নহয়, ওটছ্ৰ আছে একাধিক গুণ
জীৱন

আপুনিও খায় নেকি ওটছ্! কেবল ওজন নিয়ন্ত্ৰণেই নহয়, ওটছ্ৰ আছে একাধিক গুণ

June 5, 2023
Next Post
স্বামী বিকিৰ জন্মদিনত কি লিখিলে অভিনেত্ৰী কেটৰিনাই ?

স্বামী বিকিৰ জন্মদিনত কি লিখিলে অভিনেত্ৰী কেটৰিনাই ?

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • ছীল হ’ল গুৱাহাটীৰ পল্টন বজাৰৰ বিখ্যাত মা কালী হোটেল, গ্ৰাহকক অস্বাস্থ্যকৰ খাদ্য যোগানৰ অভিযোগ

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

October 1, 2023
ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

October 1, 2023
আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7