VOICE 24x7
Wednesday, May 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

মাহেকীয়া অনিময়ত কষ্ট পাইছে যদি জবা ফুলেৰেও কৰিব পাৰি প্ৰতিকাৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 11, 2022
in জীৱন
মাহেকীয়া অনিময়ত কষ্ট পাইছে যদি জবা ফুলেৰেও কৰিব পাৰি প্ৰতিকাৰ

Large flower of red hibiscus Hibiscus rose sinensis on green leaves natural background.

0
SHARES
11
VIEWS
Share on FacebookShare on Twitter

ইংৰাজী নাম :- China Rose
বৈজ্ঞানিক নাম :- Hibiscus Rosa Sinesis Linn
জবাফুলৰ গছ চিৰ’সেউজীয়া জোপোহা গছ। ফুল দেখিবলৈ বহুত ধুনীয়া হয়। জবা ফুলৰ ৰং ৰঙা যদিও বিভিন্ন ৰঙৰ জবাফুল পোৱা যায়। জবাফুল পূজাত ব্যৱহাৰ হোৱাৰ উপৰিও বহুত ঔষধি গুণেৰে ভৰপুৰ-
১) জবাফুলৰ ৰসে জ্বৰ , গণোৰিয়া , চুলিত হোৱা উফি , কাহ , গা জ্বলা – পোৰা , শৰীৰৰ দুৰ্বল নাশ কৰিব পাৰে।
২) মাহেকীয়া ঋতুস্ৰাৱত বেছিকৈ ঋতুস্ৰাৱ হ’লে এপাহ জবাফুল একেৰাহে তিনিদিন খালেই অতিৰিক্ত ঋতুস্ৰাৱ হোৱা ৰোগীয়ে আৰোগ্য লাভ কৰে।
৩) অনিয়মিত ঋতুস্ৰাৱত জবাফুলৰ ৰস পাঁচ চামুচত এক-দুই চামুচ ডালচেনি গুড়া মিহলি কৰি তাত ২০ চামুচ পানী মিহলাই দিনে এবাৰকৈ এসপ্তাহমান খালেই ঋতুস্ৰাৱ নিয়মীয়া হয়।
৪) জবাফুল আৰু পাত ৰস কৰি চুলিত লগালে চুলি সৰা বন্ধ হয় আৰু চুলি চিকচিকিয়া কৰি সুন্দৰ কৰে।
৫) জবাফুল চাৰি -পাঁচ পাহ পিহি তাক টকৌৱে খোৱাত প্ৰলেপ দিলে টকৌৱে খোৱা ভাল হয়।
৬) আমলখিৰ ৰস , জবাফুলৰ ৰস আৰু জলপাই তেল সমান পৰিমাণৰ লৈ চুলিত ঘঁহিলে অকালতে চুলি পকা বন্ধ হয়।
৭) জবাফুল আৰু পাত পিহি কটা -চিঙাৰ পৰা হোৱা ঘাত লগালে তেজ ওলোৱা বন্ধ হয়।

Previous Post

প্ৰাতঃস্মৰণীয়… আজি বিশিষ্ট সাহিত্যিক তথা সাংবাদিক পদ্ম বৰকটকীৰ স্মৃতি দিৱস

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

এই সময়ত ছালৰ খজুৱতি বা এলাৰ্জী হয়। ক’লা হালধিৰে প্ৰতিৰোধ কৰিব পাৰি। জানো আহক ক’লা হালধিৰ বিষয়ে
জীৱন

এই সময়ত ছালৰ খজুৱতি বা এলাৰ্জী হয়। ক’লা হালধিৰে প্ৰতিৰোধ কৰিব পাৰি। জানো আহক ক’লা হালধিৰ বিষয়ে

May 25, 2022
নিজৰ সন্তানক বিশেষভাৱে সক্ষম এজন দেউতাকে ট্ৰাইচাইকেলেৰে  স্কুললৈ লৈ যোৱা  ভিডিঅ’ ভাইৰেল
জীৱন

নিজৰ সন্তানক বিশেষভাৱে সক্ষম এজন দেউতাকে ট্ৰাইচাইকেলেৰে স্কুললৈ লৈ যোৱা ভিডিঅ’ ভাইৰেল

May 25, 2022
থায়ৰয়ড গ্ৰন্থি ফুলি উঠে কিয় ? কি কি খাদ্য খাব নালাগে জানো আহক
জীৱন

থায়ৰয়ড গ্ৰন্থি ফুলি উঠে কিয় ? কি কি খাদ্য খাব নালাগে জানো আহক

May 24, 2022
মৃত্যুৰ পিছতো ৫টি শিশুক জীৱন দান দিলে ৬ বছৰীয়া কণমানিয়ে
জীৱন

মৃত্যুৰ পিছতো ৫টি শিশুক জীৱন দান দিলে ৬ বছৰীয়া কণমানিয়ে

May 21, 2022
পাকঘৰত থকা মছলাৰ ভিতৰত লঙ এবিধ উত্তম মছলা। লঙত আছে বহুত উপকাৰী গুণ। জানো আহক লঙৰ বিষয়ে।
জীৱন

পাকঘৰত থকা মছলাৰ ভিতৰত লঙ এবিধ উত্তম মছলা। লঙত আছে বহুত উপকাৰী গুণ। জানো আহক লঙৰ বিষয়ে।

May 21, 2022
মুখৰ ভিতৰৰ ঘাঁ য়ে বহুত অসুবিধা দিয়ে। আপোনাৰো মুখৰ ভিতৰত ঘাঁ হয় নেকি ? এনে হ’লে কি কৰিব লাগে জানো আহক
জীৱন

মুখৰ ভিতৰৰ ঘাঁ য়ে বহুত অসুবিধা দিয়ে। আপোনাৰো মুখৰ ভিতৰত ঘাঁ হয় নেকি ? এনে হ’লে কি কৰিব লাগে জানো আহক

May 20, 2022
Next Post
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
এই সময়ত ছালৰ খজুৱতি বা এলাৰ্জী হয়। ক’লা হালধিৰে প্ৰতিৰোধ কৰিব পাৰি। জানো আহক ক’লা হালধিৰ বিষয়ে

এই সময়ত ছালৰ খজুৱতি বা এলাৰ্জী হয়। ক’লা হালধিৰে প্ৰতিৰোধ কৰিব পাৰি। জানো আহক ক’লা হালধিৰ বিষয়ে

May 25, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7