VOICE 24x7
Thursday, May 19, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

বাৰীত এজোপা কাঁজিনেমু নিশ্চয় আছে । যদি নাই আজিয়ে লগাওঁক। কাঁজি নেমুৱে নিৰোগী কৰাৰ লগতে সৌন্দৰ্যও বৃদ্ধি কৰে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 13, 2022
in জীৱন
বাৰীত এজোপা কাঁজিনেমু নিশ্চয় আছে । যদি নাই আজিয়ে লগাওঁক। কাঁজি নেমুৱে নিৰোগী কৰাৰ লগতে সৌন্দৰ্যও বৃদ্ধি কৰে
0
SHARES
21
VIEWS
Share on FacebookShare on Twitter

কাজিনেমুক কাগজী নেমু বুলিও কিছুমানে কয়। ই এবিধ সৰু কাঁইটীয়া জোপোহা গছ। কেঁচা অৱস্থাত ফলৰ ৰং সেউজীয়া আৰু পকিলে কমলা ৰঙৰ হয়।কাঁজিনেমু ৰসেৰে পৰিপূৰ্ণ। পাত আৰু ফলৰ পৰা সুগন্ধি ওলায়।
ইংৰাজী নাম ঃ Acidime/Lemon
বৈজ্ঞানিক নাম ঃ Citrus aurantifolia (Chrism) Swingle.
কাঁজিনেমুৰ সোৱাদ টেঙা।কাঁজিনেমুত ভিটামিন ‘চি’ ৰ উপৰিও বহুতো ঔষধি গুণ আছে-
১) কাঁজিনেমুৰ ৰসে গাৰ ছাল নিমজ কৰে।
২) পেটৰ বিষ , গ্ৰহণী , পেটচলা , আদি ৰোগৰ কাঁজিনেমু মহৌষধস্বৰূপ।
৩) কাঁজি নেমুৰ ৰস আৰু পাতৰ ৰসে কৃমি নাশ কৰে।৪) কাঁজি নেমু খালে তেজ পৰিস্কাৰ হয়।
৫) পানী লগাৰ পৰা আৰম্ভ কৰি কৰ্কটৰোগ পৰ্যন্ত কাঁজি নেমুয়ে প্ৰতিৰোধ কৰিব পাৰে।
৬) কাঁজি নেমুয়ে বমি বন্ধ কৰে।ই ৰুচিকাৰক আৰু কাঁজিনেমু খালে ভোক বৃদ্ধি হয়।
৭) কাঁজিনেমুয়ে শৰীৰৰ পৰা দূষিত পদাৰ্থ বাহিৰ কৰে আৰু শৰীৰ সুগন্ধি কৰি ৰাখে।
৮) চকুত এটোপাল কাঁজিনেমুৰ ৰস দিলে ছানি পৰা ৰোগ ভাল হয়।
৯) কাঁজি নেমুৰ ৰস মূৰত লগালে উফি নোহোৱা হয় আৰু শালমইনা ভাল হয়।
১০) কাঁজি নেমু খালে শৰীৰৰ মেদ কমে।
১১) মেলেৰীয়া ৰোগৰ কাৰণে কাঁজিনেমু উপকাৰী।১২) কাঁজিনেমু হাওঁফাওঁ , যকৃত , জৰায়ু , বৃক্ক , সৰু আই , মাজুআই আদি ৰোগীৰ বাবে উপকাৰী।

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

প্ৰাতঃস্মৰণীয়…

Related Posts

আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক
জীৱন

আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

May 19, 2022
গৰমৰ দিনত কুঁজী থেকেৰাৰে মাছ ৰান্ধি খায় নিশ্চয়। খালে কি হয় জানো আহক
জীৱন

গৰমৰ দিনত কুঁজী থেকেৰাৰে মাছ ৰান্ধি খায় নিশ্চয়। খালে কি হয় জানো আহক

May 18, 2022
আদা অকল মছলাই নহয় , আদাৰো আছে বহুতো ঔষধি গুণ
জীৱন

মছলা হিচাপে আদা ব্যৱহাৰ কৰে নিশ্চয়। আদা খালে কি হয় জানেনে বাৰু

May 17, 2022
কথা কোৱাৰ কৌশলতাই আপোনাৰ সৌন্দৰ্য বৃদ্ধি কৰিব পাৰে
জীৱন

কথা কোৱাৰ কৌশলতাই আপোনাৰ সৌন্দৰ্য বৃদ্ধি কৰিব পাৰে

May 16, 2022
আপোনাৰ চকুযুৰিৰ কিদৰে যত্ন ল’ব জানো আহক
জীৱন

আপোনাৰ চকুযুৰি নিস্তেজ হৈ পৰিছে নেকি ? চকুযুৰিৰ উজ্জ্বলতা ঘুৰাই আনিব বিচাৰিছে যদি কৰিব পাৰে এই উপায়

May 14, 2022
বকফুলৰো আছে বহুত ঔষধি গুণ , চাওঁ আহকচোন
জীৱন

বকফুলৰো আছে বহুত ঔষধি গুণ , চাওঁ আহকচোন

May 12, 2022
Next Post
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়...

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • অসমীয়াই আৰু আলফা বিচাৰেনে

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

প্ৰযোজক লুইত কুমাৰ বৰ্মনক ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ গোটৰ সম্বৰ্ধনা

প্ৰযোজক লুইত কুমাৰ বৰ্মনক ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ গোটৰ সম্বৰ্ধনা

May 19, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

May 19, 2022
আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

May 19, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7