VOICE 24x7
Saturday, May 28, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

আফগানিস্তানৰ কিশোৰীয়ে মোডীলৈ প্ৰেৰণ কৰা কাবুল নদীৰ জলেৰে ৰাম জন্মভূমিৰ অভিষেক যোগীৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 1, 2021
in সংবাদ গুঞ্জন
আফগানিস্তানৰ কিশোৰীয়ে মোডীলৈ প্ৰেৰণ কৰা কাবুল নদীৰ জলেৰে ৰাম জন্মভূমিৰ অভিষেক যোগীৰ
0
SHARES
4
VIEWS
Share on FacebookShare on Twitter

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে অযোধ্যাৰ ৰাম জন্মভূমিৰ অভিষেক অনুষ্ঠান আফগানিস্তানৰ কাবুল‌ নদীৰ পৰা অনা পানীৰে সম্পন্ন কৰে। সংবাদ মাধ্যমৰ আগত তেওঁ ব্যক্ত কৰে যে ৰাম জন্মভূমিৰ অভিষেক কৰিবলৈ লোৱা কাবুল নদীৰ এই পানী আফগানিস্তানৰ পৰা এগৰাকী কিশোৰীয়ে দেশৰ প্ৰধান মন্ত্ৰী লৈ প্ৰেৰণ কৰিছিল। আফগানিস্তানৰ অশান্তিকৰ পৰিবেশৰ‌মাজতো তাত থকা হিন্দু সকলে নিজৰ ধৰ্ম সংস্কৃতিক পাহৰা নাই বুলি তেওঁ গৌৰৱ প্ৰকাশ কৰে।

উল্লেখযোগ্য যে অযোধ্যাত‌ এইবাৰ পোহৰৰ‌ উৎসৱ‌ দীপাৱলি অভিনৱ ধৰণে‌ পালন‌ কৰা হʼব। অযোধ্যা চহৰত নৈৰ ঘাটৰ পৰা মন্দিৰ লৈকে পোন্ধৰ কিলোমিটাৰ জুৰি ন লাখ চাকি প্ৰজ্বলন কৰা হʼব।লক্ষ লক্ষ চাকিৰ পোহৰত জিলিকি থাকিব ৰাম জন্মভূমি‌‌ অযোধ্যা‌।

Previous Post

অসমীয়া সাহিত্য জগতলৈ এক অনন্য সংযোজন,উন্মোচন আস্থা’ৰ আলোচনী ‘কৰণি

Next Post

26 নবেম্বৰলৈ চৰকাৰক সময়সীমা প্ৰতিবাদী কৃষকৰ

Related Posts

এদিনতে দুখনকৈ যুদ্ধ জাহাজ মুকলি কৰিলে  প্ৰতিৰক্ষা মন্ত্ৰীয়ে
মুখ্য সংবাদ

এদিনতে দুখনকৈ যুদ্ধ জাহাজ মুকলি কৰিলে প্ৰতিৰক্ষা মন্ত্ৰীয়ে

May 17, 2022
বালিসত্ৰ সৎসঙ্গী সত্ৰৰ  ৰাজহুৱা সৱাহ মহোৎসৱত লক্ষাধিক আৰিয়া প্ৰজ্বলন ভক্তৰ
সংবাদ গুঞ্জন

বালিসত্ৰ সৎসঙ্গী সত্ৰৰ ৰাজহুৱা সৱাহ মহোৎসৱত লক্ষাধিক আৰিয়া প্ৰজ্বলন ভক্তৰ

February 13, 2022
নগাঁও- মৰিগাঁৱত মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ চেক প্ৰদান মন্ত্ৰী পীয়ুষ  হাজৰিকাৰ
মুখ্য সংবাদ

নগাঁও- মৰিগাঁৱত মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ চেক প্ৰদান মন্ত্ৰী পীয়ুষ হাজৰিকাৰ

February 7, 2022
অনিমা ঠাকুৰীয়াৰ ‘প্ৰবন্ধ কুঞ্জ’ উন্মোচন
সংবাদ গুঞ্জন

অনিমা ঠাকুৰীয়াৰ ‘প্ৰবন্ধ কুঞ্জ’ উন্মোচন

December 28, 2021
অসম গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন: ২৯ডিচেম্বৰৰ পৰা ১২দিনীয়াকৈ অনুষ্ঠিত হ’ব গ্ৰন্থমেলা
সংবাদ গুঞ্জন

অসম গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন: ২৯ডিচেম্বৰৰ পৰা ১২দিনীয়াকৈ অনুষ্ঠিত হ’ব গ্ৰন্থমেলা

December 17, 2021
নৱবৰ্ষত পথ দুৰ্ঘটনা হ্ৰাস কৰা লক্ষ্যৰে বনভোজ দল, বাহনৰ চালকক নজৰ ৰাখিব পৰিবহণ বিভাগে
মুখ্য সংবাদ

নৱবৰ্ষত পথ দুৰ্ঘটনা হ্ৰাস কৰা লক্ষ্যৰে বনভোজ দল, বাহনৰ চালকক নজৰ ৰাখিব পৰিবহণ বিভাগে

December 8, 2021
Next Post

26 নবেম্বৰলৈ চৰকাৰক সময়সীমা প্ৰতিবাদী কৃষকৰ

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

May 28, 2022
আমাৰ শৰীৰৰ এপেণ্ডিক্সটো ভালে ৰাখিবলৈ কি কৰিব লাগে জানেনে বাৰু?

আমাৰ শৰীৰৰ এপেণ্ডিক্সটো ভালে ৰাখিবলৈ কি কৰিব লাগে জানেনে বাৰু?

May 28, 2022
গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

May 27, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7