VOICE 24x7
Saturday, September 23, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

জি-20 সন্মিলনত অংশগ্ৰহণৰ বাবে ৰোমলৈ যাত্ৰা প্ৰধানমন্ত্ৰীৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
October 29, 2021
in সংবাদ গুঞ্জন
আজি শুভাৰম্ভ হ’ব দুখন নতুন আঁচনি
0
SHARES
17
VIEWS
Share on FacebookShare on Twitter

জি -20 সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যেৰে আজি ৰোমলৈ যাত্ৰা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজিযেই তেওঁ এই সন্মিলনত অংশগ্ৰহণ কৰিব। ৰোমত উপস্থিত হৈয়েই তেওঁ জাতিৰ পিতা মহাত্মা গান্ধীৰ প্রতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব।

দুদিনীয়া এই ভ্ৰমনসূচীৰ সময়ত তেওঁ ভেটিকান চিটিৰ পোপ ফ্ৰান্সিছক সাক্ষাৎ কৰিব।ইটালীৰ প্ৰধানমন্ত্ৰী মাৰিঅ ড্ৰাঘিৰ আমন্ত্ৰণমৰ্মে মোদী দেশখনত উপস্থিত হৈছে। অহা 31 অক্টোবৰলৈ মোদী ৰোমত থাকিব। ইয়াৰ পাছতে অহা 1 নবেম্বৰত তেওঁ দুদিনীয়া ভ্ৰমণসুচীৰে ব্ৰিটেইনৰ গ্লাছগ্ল’ত উপস্থিত হব ।

ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ আমন্ত্ৰণত ব্ৰিটেইনত উপস্থিত হৈ মোদীয়ে চি অ পি 20 বৈঠকত অংশগ্ৰহণ কৰিব। ৰোমত অনুষ্ঠিত হবলগীয়া জি 20 সন্মিলনত তেওঁ আন দেশৰ নেতাসকলৰ সৈতে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰিব।

এইবাৰ জি 20 সন্মিলনত গোলকীয় অৰ্থনীতি, কভিড মহামাৰীৰ পৰা সুস্থতা, জলবায়ু পৰিৱৰ্তন আৰু বহনক্ষম উন্নয়নৰ ওপৰত আলোচনা কৰা হব। এই ভ্ৰমণ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে 2020 চনত কভিডে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে জি 20 সন্মিলন অনুষ্ঠিত হব।

সাম্প্ৰতিক পৰিস্থিতিৰ বুজ লোৱাৰ লগতে গোলকীয় অৰ্থনীতি টনকিয়াল কৰাৰ ক্ষেত্ৰত মত বিনিময়ৰ জৰিয়তে ব্যৱস্থা গ্ৰহণৰ পথ প্ৰশস্ত কৰিব। জি 20 সন্মিলনৰ সময়তে প্ৰধানমন্ত্ৰী মোদীয়ে কেইবাখনো দেশৰ নেতাৰ সৈতে মিলিত হব। ভেটিকান চিটিত তেওঁ পোপ ফ্ৰান্সিছক সাক্ষাৎ কৰাৰ লগতে ৰাষ্ট্ৰখনৰ সচিব কাৰ্ডিনেল পিয়েত্ৰ পাৰলীনৰ সৈতে আলোচনাত মিলিত হব।

Previous Post

ইণ্টাৰনেট যোগে প্ৰেৰণ কৰা প্ৰথম বাৰ্তাটো কি আছিল বাৰু আপোনালোকে জানেনে?

Next Post

২০২১ বৰ্ষৰ অৰ্জুন বঁটা ঘোষণা

Related Posts

উচ্চতম ন্যায়ালয়ে ‘অবৈধ’ বুলি অভিহিত কৰা  সঞ্জয় কুমাৰ মিশ্ৰৰ ইডি মুৰব্বী পদৰ ম্যাদ বৃদ্ধি কৰিব বিচাৰিছে কেন্দ্ৰই, উচ্চতম ন্যায়ালয়ত নতুন আৱেদন দাখিল
মুখ্য সংবাদ

উচ্চতম ন্যায়ালয়ে ‘অবৈধ’ বুলি অভিহিত কৰা সঞ্জয় কুমাৰ মিশ্ৰৰ ইডি মুৰব্বী পদৰ ম্যাদ বৃদ্ধি কৰিব বিচাৰিছে কেন্দ্ৰই, উচ্চতম ন্যায়ালয়ত নতুন আৱেদন দাখিল

July 26, 2023
কেনেদৰে কমাব ভ্ৰমণ ব্যয় ? ভ্ৰমণলৈ গ’লে কি কি নিব লগত, মানি চলক এইকেইটা টিপছ
জীৱন

কেনেদৰে কমাব ভ্ৰমণ ব্যয় ? ভ্ৰমণলৈ গ’লে কি কি নিব লগত, মানি চলক এইকেইটা টিপছ

April 5, 2023
অৰুণাচলত দুর্ঘটনাত পতিত সেনাৰ চিতা হেলিকপ্টাৰ, উদ্ধাৰ অভিযান আৰম্ভ
মুখ্য সংবাদ

অৰুণাচলত দুর্ঘটনাত পতিত সেনাৰ চিতা হেলিকপ্টাৰ, উদ্ধাৰ অভিযান আৰম্ভ

March 16, 2023
নগাঁৱৰ বেবেজীয়াৰ ঐতিহ্যমণ্ডিত জামুগুৰিৰ সাৰ্বজনীন গৰখীয়া থানত ৩০সংখ্যক দৌল উৎসৱৰ আয়োজন
সংবাদ গুঞ্জন

নগাঁৱৰ বেবেজীয়াৰ ঐতিহ্যমণ্ডিত জামুগুৰিৰ সাৰ্বজনীন গৰখীয়া থানত ৩০সংখ্যক দৌল উৎসৱৰ আয়োজন

March 4, 2023
প্ৰাতঃস্মৰণীয়
সংবাদ গুঞ্জন

প্ৰাতঃস্মৰণীয়…

February 17, 2023
এখন উদ্যোগপতিৰ পুত্ৰৰ বিবাহত দেখা গ’ল বলীউদৰ নামী-দামী তাৰকাসকলক,আচলতে কোন এই ভাগ্যৱান ?
সংবাদ গুঞ্জন

এখন উদ্যোগপতিৰ পুত্ৰৰ বিবাহত দেখা গ’ল বলীউদৰ নামী-দামী তাৰকাসকলক,আচলতে কোন এই ভাগ্যৱান ?

February 11, 2023
Next Post
২০২১ বৰ্ষৰ অৰ্জুন বঁটা ঘোষণা

২০২১ বৰ্ষৰ অৰ্জুন বঁটা ঘোষণা

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7