VOICE 24x7
Saturday, June 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

চীনত জন্মৰ হাৰ এইবাৰ ১ শতাংশলৈ নিম্নগামী

শিৱানী বৰা by শিৱানী বৰা
November 23, 2021
in অভিমত
চীনত জন্মৰ হাৰ এইবাৰ ১ শতাংশলৈ নিম্নগামী
0
SHARES
5
VIEWS
Share on FacebookShare on Twitter

৪৩ বছৰৰ পিছত চীনত প্ৰথমবাৰৰ বাবে জন্মৰ হাৰ ১ শতাংশলৈকে নিম্নগামী হোৱাৰ খবৰে দেশবাসীক শংকিত কৰি তুলিছে। কিছু বছৰৰ পিছত চীনত বৃদ্ধৰ সংখ্যা বৃদ্ধি পাব আৰু কৰ্মঠ লোকৰ সংখ্যা হ্ৰাস পাই দেশৰ অৰ্থনীতিত প্ৰভাৱ পেলাব। সেয়েহে চীন প্ৰশাসনে এইবাৰ প্ৰতি দম্পতীক ৩টাকৈ সন্তান জন্ম দিবৰ বাবে অনুমতি প্ৰদান কৰিছে।

জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত ভাৰত চীনৰ পিছতেই। হয়তো অতি কমদিনৰ ভিতৰতে চীনক চেৰ পেলাব ভাৰতে। কৰ্মঠ দেশ চীন। ভাৰতৰ দৰে অধিক জনসংখ্যা বোজা হৈ পৰা নাই। জনসংখ্যা বৃদ্ধি হ’লেও অৰ্থ ব্যৱস্থাত প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাই। কিন্তু আমাৰ ভাৰতৰ দৰে দেশত জনসংখ্যাৰ বৃদ্ধিয়ে প্ৰভাৱ পেলাই আহিছে।

শিক্ষাৰ মূল্য এতিয়াহে লাহে লাহে দেশবাসীয়ে বুজি পাইছে। অৱশ্যে বহু ঠাইত এতিয়াও শিক্ষাৰ পোহৰ পৰা নাই। শিক্ষাৰ গুৰুত্ব বুজি পোৱাসকলে জনসংখ্যাৰ ওপৰত গুৰুত্ব দিছে। পিছে এতিয়াও জনসংখ্যাৰ ভয়াবহতাৰ বিষয়ে সজাগ নোহোৱা লোক আছে।

এখন সুস্থ সমাজৰ বাবে জনসংখ্যা নিয়ন্ত্ৰণ খুবেই প্ৰয়োজনীয়। সমাজৰ বিজ্ঞানী থমাছ মালথাছৰ মতে,” খাদ্য সামগ্ৰী গাণিতিক হাৰত আৰু জনসংখ্যা জ্যামিতিক হাৰত বৃদ্ধি পায়।” জনসংখ্যা বৃদ্ধিয়ে দেশৰ অৰ্থনীতিত প্ৰভাৱ পেলায়। ঠিক তেনেদৰে অতিমাত্ৰা হ্ৰাস পালেও উৎপাদনক্ষম বা কৰ্মঠ লোকৰ সংখ্যা হ্ৰাস পোৱাৰ ফলত দেশৰ অৰ্থ ব্যৱস্থাত বিৰূপ প্ৰভাব পৰে।

গতিকে এখন সুস্থ সবল দেশৰ বাবে নিয়ন্ত্ৰিত হাৰত জনসংখ্যাৰ প্ৰয়োজন। এই ক্ষেত্ৰত প্ৰতিজন নাগৰিক নিজেই সজাগ হোৱা উচিত।

Previous Post

কোনে হত্যা কৰিলে লখিমীনগৰৰ মিলন চেত্ৰীক

Next Post

অসমীয়া সংস্কৃতিত নিচুকনি গীত

Related Posts

আজি ‘এপ্ৰিল ফুল’। আপোনাক কেতিয়াবা কোনোবাই এপ্ৰিল ফুল কৰিছিলনে? শেষৰ এপ্ৰিল ফুলটো কেতিয়া কৰিছিল মনত আছেনে ?
অভিমত

আজি ‘এপ্ৰিল ফুল’। আপোনাক কেতিয়াবা কোনোবাই এপ্ৰিল ফুল কৰিছিলনে? শেষৰ এপ্ৰিল ফুলটো কেতিয়া কৰিছিল মনত আছেনে ?

April 1, 2023
আমি সন্তানক দিয়া সময়খিনি কোৱালিটি টাইম হয়নে!
অভিমত

আমি সন্তানক দিয়া সময়খিনি কোৱালিটি টাইম হয়নে!

March 30, 2023
বীণা বৰুৱা আৰু ৰাস্না বৰুৱা নমেৰে জনাজাত ড° বিৰিঞ্চি কুমাৰ বৰুৱা দেৱৰ স্মৃতি দিৱসত জনাইছোঁ শ্ৰদ্ধাঞ্জলি
অভিমত

বীণা বৰুৱা আৰু ৰাস্না বৰুৱা নমেৰে জনাজাত ড° বিৰিঞ্চি কুমাৰ বৰুৱা দেৱৰ স্মৃতি দিৱসত জনাইছোঁ শ্ৰদ্ধাঞ্জলি

March 30, 2023
তুৰ্কীৰ ভূমিকম্পত মৃত্যুৰ শীৰ্ষ ২৪,০০০ হোৱাৰ বাবে ক্ৰোধ ,  শোক আৰু প্ৰশ্ন
অভিমত

তুৰ্কীৰ ভূমিকম্পত মৃত্যুৰ শীৰ্ষ ২৪,০০০ হোৱাৰ বাবে ক্ৰোধ , শোক আৰু প্ৰশ্ন

February 11, 2023
আমি ব্যৱহাৰ কৰি থকা প্লাষ্টিকসমূহ প্ৰকৃততে কি?
সংবাদ গুঞ্জন

আমি ব্যৱহাৰ কৰি থকা প্লাষ্টিকসমূহ প্ৰকৃততে কি?

February 7, 2023
ভুতুনী ঠাই হিচাপে পৰিচিত গাওঁখনৰ বিষয়ে আপুনি জানেনে ? এই গাওঁখন ক’ত অৱস্থিত ?
অভিমত

ভুতুনী ঠাই হিচাপে পৰিচিত গাওঁখনৰ বিষয়ে আপুনি জানেনে ? এই গাওঁখন ক’ত অৱস্থিত ?

February 6, 2023
Next Post
অসমীয়া সংস্কৃতিত নিচুকনি গীত

অসমীয়া সংস্কৃতিত নিচুকনি গীত

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

June 10, 2023
বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ  সন্মুখত জ’কভিচ

ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ সন্মুখত জ’কভিচ

June 10, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7