VOICE 24x7
Wednesday, May 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

বাস্তুশাস্ত্ৰ শুদ্ধ বিজ্ঞান নহ’লেও বিজ্ঞান অৱশ্যে হয়। বিজ্ঞান সন্মত ভাৱে ঘৰৰ স্থানৰ কোন দিশত কি থাকিব লাগে জানেনে বাৰু? বাস্তুশাস্ত্ৰৰ পৰা এই বিষয়ে জানো আহক

নীতা চক্রবর্ত্তী by নীতা চক্রবর্ত্তী
May 1, 2022
in অভিমত
বাস্তুশাস্ত্ৰ শুদ্ধ বিজ্ঞান নহ’লেও বিজ্ঞান অৱশ্যে হয়। বিজ্ঞান সন্মত ভাৱে ঘৰৰ স্থানৰ কোন দিশত কি থাকিব লাগে জানেনে বাৰু? বাস্তুশাস্ত্ৰৰ পৰা এই বিষয়ে জানো আহক
0
SHARES
37
VIEWS
Share on FacebookShare on Twitter

বাস্তুশাস্ত্ৰ প্ৰায় পাঁচ হাজাৰ বছৰৰো অধিক প্ৰাচীন। শীত , তাপ , বৰ্ষা , বতাহ আদিৰ পৰা বাচিবলৈ মানুহে নিজৰ কাৰণে সুখ , সুবিধাৰে ঘৰৰ স্থান নিৰ্ণয় কৰে। বাস্তুশাস্ত্ৰ , সূৰ্যৰ প্ৰকাশ আৰু সূৰ্যৰ অদৃশ্য শক্তিৰ ওপৰত পূৰ্ণ ৰূপেৰে আধাৰিত । সূৰ্যোদয়ৰ পৰা সূৰ্যাস্তলৈকে ৪টা দিশৰ ওপৰত ইয়াৰ বিবিধ প্ৰকাৰৰ প্ৰভাৱৰ কাৰণে পৰিৱৰ্তন হোৱা দেখা যায়।
সূৰ্যৰ সাতটা কিৰণত সাত দেৱ শক্তি আছে। ১) ইন্দ্ৰ ২) কাশ্যপ ৩) বিষ্ণু ৪) সূৰ্য ৫) সত্য ৬) ভৃশ ৭) নভস (আকাশ)।

বাস্তুশাস্ত্ৰৰ সিদ্ধান্ত অৱলোকন , অনুসন্ধান তথা পৰিক্ষণৰ ওপৰত আধাৰিত। সকলো সিদ্ধান্ত সত্য তথা তথ্য সম্বলিত। বাস্তুশাস্ত্ৰৰ সিদ্ধান্ত , কাৰণ তথা পৰিমাণৰ লগত সম্বন্ধ ৰাখে। এই তুলনাত্মক বিশ্লেষণৰে এইটো অনুমান কৰিব পাৰি যে বাস্তু শাস্ত্ৰ শুদ্ধ বিজ্ঞান নহ’লেও ‘বিজ্ঞান’ অৱশ্যে হয়।

সূৰ্যৰ ৰশ্মি অধিক সময় ভৱনত প্ৰভাৱিত কৰি ৰাখিবলৈ পূৱ তথা উত্তৰত ভৱন নিৰ্মাণ কৰিব লাগে। প্ৰাতঃকালীন সূৰ্যৰ ৰশ্মিত অধিক পৰিমাণে ভিটামিন ‘ডি’ তথা ভিটামিন এফ পোৱা যায়। বাস্তু শাস্ত্ৰত ভৱনৰ পূৱ তথা উত্তৰ ক্ষেত্ৰ খোলা ৰাখিব লাগে কাৰণ যাতে সহজতে সূৰ্যৰ ৰশ্মি ভৱনত পৰিব পাৰে।
খিৰিকী আৰু দুৱাৰৰ বিষয়েও বাস্তু শাস্ত্ৰৰ বৈজ্ঞানিক দৃষ্টিকোণ আছে। ঘৰৰ দক্ষিণ বা পশ্চিম ভাগত , পূৱ অথবা উত্তৰৰ ভাগতকৈ কম তথা সৰু দুৱাৰ -খিৰিকি ৰাখিব লাগে। এনে কৰিলে কোঠাত ঠাণ্ডা তথা ঠাণ্ডা-গৰম অনুভৱ কৰিব পৰা যায়।

বাস্তুশাস্ত্ৰ অনুসৰি ৰান্ধনি ঘৰ আগ্নেয় অৰ্থাৎ দক্ষিণ -পূৱ দিশত হোৱা উচিত। বৈজ্ঞানিক ভিত্তি এয়ে যে এইক্ষেত্ৰত পূৱ দিশৰ পৰা ভিটামিন ‘ডি’ যুক্ত সূৰ্যৰ ৰশ্মি তথা দক্ষিণৰ পৰা শুদ্ধ বায়ুৰ প্ৰৱেশ ঘটে। ইয়াৰ দ্বাৰা ৰান্ধনি ঘৰত থকা খাদ্য বস্তু সমূহ অধিক সময়লৈ শুদ্ধ হৈ থাকে।
বাস্তু শাস্ত্ৰত পূজা- ঘৰ ঈশান কোণত হোৱা বাঞ্চনীয়। ইয়াৰ লগতো বৈজ্ঞানিক তৈথ্য যুক্ত হৈ আছে। পূজাৰ সময়ত ৰাতিপুৱা সূৰ্যৰ ৰশ্মিৰ মাধ্যমেৰে ভিটামিন ‘ডি’ আমাৰ শৰীৰে প্ৰাকৃতিক ভাৱে আহৰণ কৰি থাকে। এইক্ষেত্ৰত অধিক পৱিত্ৰ মনা যায় কাৰণ ইয়াৰ দ্বাৰা অন্তৰীক্ষৰ পৰা অলৌকিক শক্তিৰ প্ৰাপ্তি হয়। মন্দিৰ তথা সাধনা কৰা ঘৰৰ প্ৰৱেশ দুৱাৰ এই দিশত হোৱাটো অতি বাঞ্চনীয়।

ঘৰ বা কাৰ্যালয়ৰ কি বস্তু কোন দিশত ৰখা উচিত সেৱা দিশজ্ঞানৰ দ্বাৰা নিৰ্ধাৰিত কৰিব পাৰি।

উত্তৰ – পূৱ (ঈশান) ৰ স্বামী জল। সেই কাৰণে কুঁৱা , পানীৰ টেপ , বৰিং , পানীৰ টেংকি আদি এই দিশত হ’ব লাগে।

দক্ষিণ-পূৱ (আগ্নেয়) ৰ গৰাকী অগ্নি। সেই কাৰণে অগ্নি সম্পৰ্কীয় কাৰ্য যেনে :- ৰান্ধনি ঘৰ , ফেক্টৰী , বিদ্যুতৰ খুটা আদি এই দিশত স্থাপন কৰা উচিত।

উত্তৰ -পশ্চিম ( বায়ব্য) দিশৰ গৰাকী বায়ু। সেই কাৰণে এই দিশত অতিথি গৃহ তথা ভাণ্ডাৰ ঘৰ আদি নিৰ্মাণ কৰা উচিত।

দক্ষিণ -পশ্চিম (নৈৠত) দিশৰ গৰাকী পৃথিৱী। পৃথিৱী সকলো তত্ত্বতকৈ স্থিৰ। সেই কাৰণে এই দিশক নিজৰ প্ৰয়োগৰ বাবে সুৰক্ষিত ৰাখিব লাগে।

কেন্দ্ৰৰ গৰাকী আকাশ। এই ভাগৰ গতিবিধি শূণ্য বা ন্যূন্যতম ৰাখিব লাগে। (ক্ৰমশঃ)

Previous Post

প্ৰাতঃস্মৰণীয়…

Next Post

ঢকুৱাখনাৰ ইতিহাস ফাটবিহু বা ফা ট বিহু

Related Posts

হোৱাট ইজ্‌ ৰিলেশ্বন্‌চিপ্‌
অভিমত

হোৱাট ইজ্‌ ৰিলেশ্বন্‌চিপ্‌

May 23, 2022
ব’হাগ মাহৰ পূৰ্ণিমা বৌদ্ধ পূৰ্ণিমা
অভিমত

ব’হাগ মাহৰ পূৰ্ণিমা বৌদ্ধ পূৰ্ণিমা

May 15, 2022
বাক্ স্বাধীনতা খর্ব কৰিছে নেকি  আই পি চিৰ ১২৪ এ ধাৰাই ?
অভিমত

বাক্ স্বাধীনতা খর্ব কৰিছে নেকি আই পি চিৰ ১২৪ এ ধাৰাই ?

May 9, 2022
বাস্তুশাস্ত্ৰ শুদ্ধ বিজ্ঞান নহ’লেও বিজ্ঞান অৱশ্যে হয়। বিজ্ঞান সন্মত ভাৱে ঘৰৰ স্থানৰ কোন দিশত কি থাকিব লাগে জানেনে বাৰু? বাস্তুশাস্ত্ৰৰ পৰা এই বিষয়ে জানো আহক
অভিমত

বাস্তু শাস্ত্ৰ অনুসৰি আঠ টা দিশ আছে। ঘৰৰ প্ৰৱেশ দ্বাৰ বা মুখ্য দুৱাৰ কোনটো দিশত হ’ব লাগে । বাস্তু শাস্ত্ৰৰ পৰা জানো আহক

May 8, 2022
অসমীয়াই আৰু আলফা বিচাৰেনে
অভিমত

অসমীয়াই আৰু আলফা বিচাৰেনে

May 7, 2022
ক’ভিডত মৃত্যুৰ তথ্য লুকুৱাইছে নেকি ভাৰতে ?
অভিমত

ক’ভিডত মৃত্যুৰ তথ্য লুকুৱাইছে নেকি ভাৰতে ?

May 6, 2022
Next Post
ঢকুৱাখনাৰ ইতিহাস ফাটবিহু বা ফা ট বিহু

ঢকুৱাখনাৰ ইতিহাস ফাটবিহু বা ফা ট বিহু

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
এই সময়ত ছালৰ খজুৱতি বা এলাৰ্জী হয়। ক’লা হালধিৰে প্ৰতিৰোধ কৰিব পাৰি। জানো আহক ক’লা হালধিৰ বিষয়ে

এই সময়ত ছালৰ খজুৱতি বা এলাৰ্জী হয়। ক’লা হালধিৰে প্ৰতিৰোধ কৰিব পাৰি। জানো আহক ক’লা হালধিৰ বিষয়ে

May 25, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7