VOICE 24x7
Thursday, May 19, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

এয়া ৫৬ ইঞ্চিৰ কাপুৰুষালি, লাজ পাব লাগে ডঃ হিমন্ত বিশ্ব শর্মা চৰকাৰে- জেলৰ পৰা মুকলি হৈয়েই পুনৰ সৰৱ জিগনেশ মেৱানী

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 2, 2022
in ৰাজনীতি
এয়া ৫৬ ইঞ্চিৰ কাপুৰুষালি, লাজ পাব লাগে ডঃ হিমন্ত বিশ্ব শর্মা চৰকাৰে- জেলৰ পৰা মুকলি হৈয়েই পুনৰ সৰৱ জিগনেশ মেৱানী
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

অসম আৰক্ষীয়ে ৰুজু কৰা গোচৰত জামিন লাভ কৰাৰ পাছতে পুনৰ অসম চৰকাৰ, আৰক্ষী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে গুজৰাটৰ বিধায়ক তথা দলিত নেতা জিগনেশ মেৱানী ৷ আজি সংবাদমাধ্যমৰ সৈতে মত বিনিময় কৰি মেৱানীয়ে কয় যে এই বছৰৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া  বিধানসভা  নিৰ্বাচনৰ পূৰ্বে তেওঁৰ ভাবমূৰ্তি কলুষিত কৰিবলৈ “ষড়যন্ত্ৰ”কৰা হৈছে ৷  তেওঁ কয় “এগৰাকী মহিলাক ব্যৱহাৰ কৰি মোক মিছা গোচৰত অভিযুক্ত কৰিবলৈ কৰা এনে কামক মই  ৫৬ ইঞ্চিৰ  কাপুৰুষালি বুলি  কওঁ ৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় এই ষড়যন্ত্ৰত জড়িত আছিল ৷ “

জামিন প্ৰদান কৰি আদালতে আৰক্ষীৰ কর্মকাণ্ডত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি কৰা মন্তব্যৰ বাবে অসমৰ  ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ “লজ্জিত” হোৱা উচিত বুলিও  তেওঁ মন্তব্য কৰে ৷  এই প্ৰসংগতে মেৱানীয়ে  কয়, ” যোৱা ১৯ এপ্ৰিলত এজাহাৰ পঞ্জীয়ন কৰা হৈছিল। আৰক্ষীয়ে মোক গ্ৰেপ্তাৰ কৰিবলৈ একেদিনাই ২,৫০০ কিলোমিটাৰৰো অধিক ভ্ৰমণ কৰিছিল। এয়া মোক ধ্বংস কৰাৰ এক পূৰ্বপৰিকল্পিত ষড়যন্ত্ৰ আছিল।”

গুজৰাটৰ এজন নিৰ্দলীয় বিধায়ক  মেৱানীক যোৱা মাহত গুজৰাটৰ পালনপুৰ চহৰৰ পৰা অসম আৰক্ষীৰ এটা দলে প্ৰধানমন্ত্ৰী মোদীক সমালোচনা কৰি  কেইটামান টুইট কৰাৰ বাবে গ্ৰেপ্তাৰ কৰিছিল। গোচৰটো অসমৰ  এজন বিজেপি নেতাই দিছিল ৷

তেওঁ ২৫ এপ্ৰিলত এটা গোচৰত  জামিন লাভ কৰাৰ পাছতে  এগৰাকী  মহিলা আৰক্ষীৰ দ্বাৰা দাখিল কৰা আন এটা গোচৰত তৎক্ষণিকভাৱে  পুনৰ গ্ৰেপ্তাৰ কৰা হৈছিল ৷ শুকুৰবাৰে অসমৰ এখন স্থানীয় আদালতে তেওঁক জামিন দিয়াৰ পিছত অৱশেষত শনিবাৰে তেওঁক কাৰাগাৰৰ পৰা মুকলি কৰা হৈছিল। নিৰ্দলীয় বিধায়ক হিচাপে নিৰ্বাচিত হোৱা  মেৱানীয়ে ২০১৯ চনৰ ছেপ্টেম্বৰত কংগ্ৰেছলৈ সমৰ্থন আগবঢ়াইছিল।

 

Previous Post

ক’ভিড ভেকচিন ল’বলৈ কাকো বাধ্য কৰাব নোৱাৰে- কিয় ক’লে উচ্চতম ন্যায়ালয়ে ?

Next Post

আই পি এলত কোনে দিলে প্ৰতি ঘণ্টাত ১৫৪ কিল’মিটাৰ বেগত বল ?

Related Posts

পুনৰ কংগ্ৰেছৰ সভাপতি হ’ব ৰাহুল গান্ধী!  দলৰ মজিয়াৰ পৰা কোনে কৰিলে দাবী ?
ৰাজনীতি

পুনৰ কংগ্ৰেছৰ সভাপতি হ’ব ৰাহুল গান্ধী! দলৰ মজিয়াৰ পৰা কোনে কৰিলে দাবী ?

May 12, 2022
চৰকাৰৰ বিফলতাই নেকি কাৰণ ?
ৰাজনীতি

চৰকাৰৰ বিফলতাই নেকি কাৰণ ?

May 11, 2022
অমিত শ্বাহৰ ভ্ৰমণৰ সময়তে কলকাতাত যুৱ বিজেপি কর্মীৰ ৰহস্যজনক মৃত্যু, তীব্ৰ উত্তেজনা
ৰাজনীতি

অমিত শ্বাহৰ ভ্ৰমণৰ সময়তে কলকাতাত যুৱ বিজেপি কর্মীৰ ৰহস্যজনক মৃত্যু, তীব্ৰ উত্তেজনা

May 6, 2022
নাগালেণ্ডত নির্বাচনৰ পূর্বে নতুন সমীকৰণ, একেলগে দলত্যাগ ২১ জন বিধায়কৰ
ৰাজনীতি

নাগালেণ্ডত নির্বাচনৰ পূর্বে নতুন সমীকৰণ, একেলগে দলত্যাগ ২১ জন বিধায়কৰ

April 30, 2022
কংগ্ৰেছৰ পুনৰুজ্জীৱিতকৰণে নহয়, চন্দ্ৰশেখৰ ৰাওকো ক্ষমতালৈ অনাৰ দায়িত্ব ল’লে প্ৰশান্ত কিশোৰে ?
ৰাজনীতি

কংগ্ৰেছৰ পুনৰুজ্জীৱিতকৰণে নহয়, চন্দ্ৰশেখৰ ৰাওকো ক্ষমতালৈ অনাৰ দায়িত্ব ল’লে প্ৰশান্ত কিশোৰে ?

April 25, 2022
পাঞ্জাৱৰ পাছত হিমাচলত চকু আপৰ , সমাৱেশত ভাষণ দি অৰৱিন্দ কেজৰিৱালে  ক’লে  হিমাচলৰ মুখ্যমন্ত্ৰীয়ে  মোৰ পৰা কৰে নকল !
ৰাজনীতি

পাঞ্জাৱৰ পাছত হিমাচলত চকু আপৰ , সমাৱেশত ভাষণ দি অৰৱিন্দ কেজৰিৱালে ক’লে হিমাচলৰ মুখ্যমন্ত্ৰীয়ে মোৰ পৰা কৰে নকল !

April 23, 2022
Next Post
আই পি এলত আচৰণ বিধি উলংঘা কৰি পাৰিশ্ৰমিকৰ ২০ শতাংশ জৰিমনা ভৰিব লগা হ’ল এইজন তাৰকা ক্ৰিকেটাৰ !

আই পি এলত কোনে দিলে প্ৰতি ঘণ্টাত ১৫৪ কিল’মিটাৰ বেগত বল ?

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • অসমীয়াই আৰু আলফা বিচাৰেনে

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

প্ৰযোজক লুইত কুমাৰ বৰ্মনক ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ গোটৰ সম্বৰ্ধনা

প্ৰযোজক লুইত কুমাৰ বৰ্মনক ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ গোটৰ সম্বৰ্ধনা

May 19, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

May 19, 2022
আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

May 19, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7