VOICE 24x7
Thursday, May 19, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

চৰকাৰৰ বিফলতাই নেকি কাৰণ ?

কিয় আম আদমী পাৰ্টিৰ প্ৰতি আকৰ্ষিত হৈছে অসমৰ যুৱ প্ৰজন্ম?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 11, 2022
in ৰাজনীতি
চৰকাৰৰ বিফলতাই নেকি কাৰণ ?
0
SHARES
9
VIEWS
Share on FacebookShare on Twitter

বিজেপি চৰকাৰৰ বিফলতাৰ বাবেই দিল্লী আৰু পঞ্জাৱত গাডী দখল কৰা অৰৱিন্দ কেজৰীৱালৰ ‘আপ’ৰ প্ৰতি দিনে দিনে আকৃষ্ট হ’বলৈ ধৰিছে নেকি অসমৰ যুৱ-প্ৰজন্ম? এইবাৰ শিৱসাগৰত আম আদমী পাৰ্টীত যোগদান কৰিলে শতাধিক যুৱক-যুৱতীয়ে ৷ বৰ্তমান সময়ত শাসনাধিস্থিত ৰাজনৈতিক দলটোৰ প্ৰধান বিৰোধী দল হিচাপে  এইবাৰ অসমত সক্ৰিয় হৈ পৰিছে আম আদমী পাৰ্টী ৷ অসমৰ শিৱসাগৰৰ  বাৰোৱাৰী সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত হোৱা যোগদান কাৰ্য্যসূচীত দলটোত যোগদান কৰিলে শিৱসাগৰৰ শতাধিক যুৱক-যুৱতীয়ে ৷ লগতে উক্ত  কাৰ্যসূচীত দলটোত যোগদান কৰে ছাত্ৰ নেতাকে ধৰি একাংশ ব্যৱসায়ীয়েও ৷ এই যোগদান সমাৰোহত নতুন সদস্যসকলক দলটোৰ টুপী আৰু প্ৰতীক প্ৰদান কৰি দলটোৰ মজিয়ালৈ আদৰণি জনাই বিভাগটোৰ কৰ্ম-কৰ্তাসকলে । এই অনুষ্ঠানত উপস্থিত থাকে দলটোৰ ৰাজ্যিক যুটীয়া সমন্বয়ক লক্ষ্মীকান্ত ডুবে ৷

”দলটোৰ প্ৰতি জনসাধাৰণৰ আস্থা ক্ৰমশঃ বৃদ্ধি পাইছে ৷ যাৰ পৰিপ্ৰেক্ষিতত আপলৈ ধাৱমান হৈছে ৰাজ্যৰ জনসাধাৰণ ৷ দিল্লী আৰু পঞ্জাৱত ৰাইজৰ মন জয় কৰি চৰকাৰ গঠন কৰা দলটো অসমত শেহতীয়াকৈ এক বিকল্প ৰাজনৈতিক শক্তি ৰূপে ৰাইজে স্বীকৃতি দিয়া বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে দলটোৰ ৰাজ্যিক যুটীয়া সমন্বয়কগৰাকীয়ে ”৷

লগতে তেওঁ কয় যে, কৰ্মৰে ৰাজনীতি কৰাৰ লক্ষ্যৰে দলটোৱে শিক্ষা, স্বাস্থ্য আদিকে ধৰি বুনিয়াদী খণ্ডত দিল্লীত যি দৰে অভূতপূৰ্ব পৰিৱৰ্তনৰ সূচনা কৰিছে, সেই একে পৰিৱৰ্তন ৰাইজে অসমতো পাব ৷

শিৱসাগৰৰ এই কাৰ্যসূচীৰ পিছতেই   নাজিৰা আৰু ডিমৌতো সমান্তৰালভাৱে অনুষ্ঠিত কৰা হয় দলটোৰ এই যোগদান কাৰ্যসূচী ৷

 

 

Previous Post

প্ৰাতঃস্মৰণীয়…

Next Post

গুৱাহাটীৰ বৰাগাঁৱত আটক দুই ড্ৰাগছ সৰবৰাহকাৰী

Related Posts

পুনৰ কংগ্ৰেছৰ সভাপতি হ’ব ৰাহুল গান্ধী!  দলৰ মজিয়াৰ পৰা কোনে কৰিলে দাবী ?
ৰাজনীতি

পুনৰ কংগ্ৰেছৰ সভাপতি হ’ব ৰাহুল গান্ধী! দলৰ মজিয়াৰ পৰা কোনে কৰিলে দাবী ?

May 12, 2022
অমিত শ্বাহৰ ভ্ৰমণৰ সময়তে কলকাতাত যুৱ বিজেপি কর্মীৰ ৰহস্যজনক মৃত্যু, তীব্ৰ উত্তেজনা
ৰাজনীতি

অমিত শ্বাহৰ ভ্ৰমণৰ সময়তে কলকাতাত যুৱ বিজেপি কর্মীৰ ৰহস্যজনক মৃত্যু, তীব্ৰ উত্তেজনা

May 6, 2022
এয়া ৫৬ ইঞ্চিৰ কাপুৰুষালি, লাজ পাব লাগে ডঃ হিমন্ত বিশ্ব শর্মা চৰকাৰে- জেলৰ পৰা মুকলি হৈয়েই পুনৰ সৰৱ জিগনেশ মেৱানী
ৰাজনীতি

এয়া ৫৬ ইঞ্চিৰ কাপুৰুষালি, লাজ পাব লাগে ডঃ হিমন্ত বিশ্ব শর্মা চৰকাৰে- জেলৰ পৰা মুকলি হৈয়েই পুনৰ সৰৱ জিগনেশ মেৱানী

May 2, 2022
নাগালেণ্ডত নির্বাচনৰ পূর্বে নতুন সমীকৰণ, একেলগে দলত্যাগ ২১ জন বিধায়কৰ
ৰাজনীতি

নাগালেণ্ডত নির্বাচনৰ পূর্বে নতুন সমীকৰণ, একেলগে দলত্যাগ ২১ জন বিধায়কৰ

April 30, 2022
কংগ্ৰেছৰ পুনৰুজ্জীৱিতকৰণে নহয়, চন্দ্ৰশেখৰ ৰাওকো ক্ষমতালৈ অনাৰ দায়িত্ব ল’লে প্ৰশান্ত কিশোৰে ?
ৰাজনীতি

কংগ্ৰেছৰ পুনৰুজ্জীৱিতকৰণে নহয়, চন্দ্ৰশেখৰ ৰাওকো ক্ষমতালৈ অনাৰ দায়িত্ব ল’লে প্ৰশান্ত কিশোৰে ?

April 25, 2022
পাঞ্জাৱৰ পাছত হিমাচলত চকু আপৰ , সমাৱেশত ভাষণ দি অৰৱিন্দ কেজৰিৱালে  ক’লে  হিমাচলৰ মুখ্যমন্ত্ৰীয়ে  মোৰ পৰা কৰে নকল !
ৰাজনীতি

পাঞ্জাৱৰ পাছত হিমাচলত চকু আপৰ , সমাৱেশত ভাষণ দি অৰৱিন্দ কেজৰিৱালে ক’লে হিমাচলৰ মুখ্যমন্ত্ৰীয়ে মোৰ পৰা কৰে নকল !

April 23, 2022
Next Post
গুৱাহাটীৰ বৰাগাঁৱত আটক দুই ড্ৰাগছ সৰবৰাহকাৰী

গুৱাহাটীৰ বৰাগাঁৱত আটক দুই ড্ৰাগছ সৰবৰাহকাৰী

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • অসমীয়াই আৰু আলফা বিচাৰেনে

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

May 19, 2022
আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

May 19, 2022
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

May 19, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7