VOICE 24x7
Wednesday, May 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

ৰাজনীতিৰ খেলপথাৰত নতুন ইনিংছ খেলিবলৈ সাজু হৰভজন সিং, ৰাজ্যসভাত কোন দলৰ প্ৰার্থী হ’ব প্ৰাক্তন ক্ৰিকেটাৰ !

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 21, 2022
in ৰাজনীতি
ৰাজনীতিৰ খেলপথাৰত নতুন ইনিংছ খেলিবলৈ সাজু হৰভজন সিং, ৰাজ্যসভাত কোন দলৰ প্ৰার্থী হ’ব প্ৰাক্তন ক্ৰিকেটাৰ !
0
SHARES
9
VIEWS
Share on FacebookShare on Twitter

দর্শনীয় কেৰিয়াৰেৰে  ক্ৰিকেটৰ ক্ষেত্ৰখনত সুখ্যাতি অর্জন কৰা প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিঙে এইবাৰ ভৰি দিব ৰাজনীতিত ৷ আম আদমি পার্টী(আপ)ৰ জৰিয়তে ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰিব হৰভজন সিঙে ৷ আপৰ টিকটত ৰাজ্যসভাৰ নির্বাচন খেলিব ক্ৰিকেটাৰে গৰাকীয়ে ৷ প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিঙৰ উপৰি  আইআইটিৰ অধ্যাপক সন্দীপ পাঠক, শিক্ষাবিদ অশোক কুমাৰ মিট্টাল আৰু দিল্লীৰ বিধায়ক ৰাঘৱ চাদ্ধাক ৰাজ্যসভালৈ  আম আদমী পাৰ্টিয়ে  মনোনীত কৰিছে ৷  শেহতীয়াকৈ বিধানসভা  নিৰ্বাচনত এক বিশাল বিজয় লাভ কৰাৰ পাছতে ৰাজ্যসভাৰ নির্বাচনক লৈ তৎপৰ হৈ পৰিছে আপ ৷ অহা ৯ এপ্ৰিলত ৰাজ্যসভাৰ পাঁচখন আসন খালী হ’ব ৷ অহা  ৩১ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া  নিৰ্বাচনৰ বাবে আজি প্ৰার্থীৰ  নাম দাখিল কৰিব লাগিব। আপে পঞ্জাৱৰ ১১৭ খন বিধানসভা আসনৰ ৯২ খনত জয়লাভ কৰিছে। আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ পিছত উচ্চ সদনত আপৰ শক্তি তিনিৰ পৰা আঠলৈ বৃদ্ধি হ’ব।

৪১ বছৰীয়া হৰভজন সিঙে নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱ কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বী নৱজিৎ সিং সিদ্ধুক  সাক্ষাৎ কৰিছিল ৷  যাৰ ফলত কংগ্ৰেছৰ তেওঁ যোগ দিব বুলি জল্পনা-কল্পনা বৃদ্ধি পাইছিল। কিন্তু প্ৰাক্তন ক্ৰিকেটাৰজনে সেয়া অস্বীকাৰ কৰিছিল।ইপিনে  আইআইটি (ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজী)ৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক সন্দীপ পাঠকে পঞ্জাৱত আপৰ উত্থান আৰু বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা গৈছিল। তেওঁ আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল আৰু ভগৱন্ত মানৰ ঘনিষ্ঠ হিচাপে পৰিচিত ৷ অধ্যাপক পাঠকে নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে তিনি বছৰ পঞ্জাৱত আছিল আৰু বুথ পৰ্যায়ত আপৰ সংগঠন গঢ়ি তুলিছিল।ৰাঘৱ চাদ্ধা আপৰ দিল্লী বিধায়ক। তেওঁ পঞ্জাৱত অত্যন্ত  সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল ৷ অশোক কুমাৰ মিট্টাল লাভলী প্ৰফেছনেল বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক ৷

Previous Post

নিউজিলেণ্ডত মুক্তি স্থগিত ৰাখিলে ‘দ্য কাশ্মিৰী ফাইলছ’ৰ, কেইবাটায়ো সংগঠনে কৰিলে আপত্তি

Next Post

ঘৰলৈ ঘূৰি আহিল ঘৰৰ চৰাই

Related Posts

কংগ্ৰেছ ত্যাগ কপিল ছিবালৰ সমাজবাদী পার্টীৰ সমর্থনত ৰাজ্যসভাৰ নির্বাচনত দাখিল কৰিলে মনোনয়ন
ৰাজনীতি

কংগ্ৰেছ ত্যাগ কপিল ছিবালৰ সমাজবাদী পার্টীৰ সমর্থনত ৰাজ্যসভাৰ নির্বাচনত দাখিল কৰিলে মনোনয়ন

May 25, 2022
‘দুর্নীতিৰ বিৰুদ্ধে শূণ্য সহণশীলতা’ কাক কয় পুনৰ শিকালে আপে, এক শতাংশ কমিছন দাবী কৰা মন্ত্ৰীক বর্খাস্ত-গ্ৰেপ্তাৰ
ৰাজনীতি

‘দুর্নীতিৰ বিৰুদ্ধে শূণ্য সহণশীলতা’ কাক কয় পুনৰ শিকালে আপে, এক শতাংশ কমিছন দাবী কৰা মন্ত্ৰীক বর্খাস্ত-গ্ৰেপ্তাৰ

May 24, 2022
গৰু চোৰাং ব্যৱসায়ৰ গোচৰত চিবিআইৰ সন্মুখত হাজিৰ হৈছে তৃণমূল কংগ্ৰেছৰ  নেতা অনুব্ৰত মণ্ডল
ৰাজনীতি

গৰু চোৰাং ব্যৱসায়ৰ গোচৰত চিবিআইৰ সন্মুখত হাজিৰ হৈছে তৃণমূল কংগ্ৰেছৰ নেতা অনুব্ৰত মণ্ডল

May 19, 2022
পুনৰ কংগ্ৰেছৰ সভাপতি হ’ব ৰাহুল গান্ধী!  দলৰ মজিয়াৰ পৰা কোনে কৰিলে দাবী ?
ৰাজনীতি

পুনৰ কংগ্ৰেছৰ সভাপতি হ’ব ৰাহুল গান্ধী! দলৰ মজিয়াৰ পৰা কোনে কৰিলে দাবী ?

May 12, 2022
চৰকাৰৰ বিফলতাই নেকি কাৰণ ?
ৰাজনীতি

চৰকাৰৰ বিফলতাই নেকি কাৰণ ?

May 11, 2022
অমিত শ্বাহৰ ভ্ৰমণৰ সময়তে কলকাতাত যুৱ বিজেপি কর্মীৰ ৰহস্যজনক মৃত্যু, তীব্ৰ উত্তেজনা
ৰাজনীতি

অমিত শ্বাহৰ ভ্ৰমণৰ সময়তে কলকাতাত যুৱ বিজেপি কর্মীৰ ৰহস্যজনক মৃত্যু, তীব্ৰ উত্তেজনা

May 6, 2022
Next Post
ঘৰলৈ ঘূৰি আহিল ঘৰৰ চৰাই

ঘৰলৈ ঘূৰি আহিল ঘৰৰ চৰাই

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
এই সময়ত ছালৰ খজুৱতি বা এলাৰ্জী হয়। ক’লা হালধিৰে প্ৰতিৰোধ কৰিব পাৰি। জানো আহক ক’লা হালধিৰ বিষয়ে

এই সময়ত ছালৰ খজুৱতি বা এলাৰ্জী হয়। ক’লা হালধিৰে প্ৰতিৰোধ কৰিব পাৰি। জানো আহক ক’লা হালধিৰ বিষয়ে

May 25, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7