VOICE 24x7
Saturday, April 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰধানমন্ত্ৰীক তাচ্চিল্য কৰা কংগ্ৰেছ নেতা পৱন খেৰাক বিমানৰ পৰাই গ্ৰেপ্তাৰ অসম আৰক্ষীৰ, কংগ্ৰেছীৰ প্ৰতিবাদ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
February 23, 2023
in ৰাজনীতি
প্ৰধানমন্ত্ৰীক তাচ্চিল্য কৰা কংগ্ৰেছ নেতা পৱন খেৰাক বিমানৰ পৰাই গ্ৰেপ্তাৰ অসম আৰক্ষীৰ, কংগ্ৰেছীৰ প্ৰতিবাদ
0
SHARES
13
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছ নেতা তথা এআইচিচিৰ মুখপাত্ৰ পৱন খেৰাক ৰায়পুৰ অভিমুখী বিমানৰ পৰা নমাই দিল্লী বিমানবন্দৰত গ্ৰেপ্তাৰ কৰা হয়। জানিব পৰা মতে তেওঁক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

কংগ্ৰেছৰ পূৰ্ণাংগ অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ বৃহস্পতিবাৰে সতীৰ্থৰ সৈতে দিল্লীৰ পৰা ৰায়পুৰলৈ গৈছিল পৱন খেৰা। বৰ্ডিং পাছ লৈ বিশেষ ইণ্ডিগ’ বিমানখনৰ আসন গ্ৰহণৰ পিছত বিমান পৰিচাৰকসকলে আহি তেওঁক ডিপিচিয়ে লগ কৰিব বুলি অৱগত কৰে ৷  যাৰ বাবে তেওঁক বিমানৰ পৰা নামি যাবলৈ কোৱা হয় ৷ লগতে তেওঁক বিমানখনেৰে ৰায়পুৰলৈ যাবলৈ দিয়া হোৱা নাই বুলিও অৱগত কৰা হয়। ইয়াৰ পাছতে পৱন খেৰা বিমানৰ পৰা নামি আহে ৷ কংগ্ৰেছ নেতা কে চি বেনুগোপাল, সুপ্ৰিয়া শ্ৰীনাতে, ৰনদীপ সিং সুৰজেৱালা আদিকে ধৰি কেইবা গৰাকীয়ো নেতা তেওঁৰ লগতে বিমানখনৰ পৰা নামি আহিছিল।

শেহতীয়াকৈ এখন সংবাদমেলত ব্যৱসায়ী গৌতম আদানিৰ অনিয়মৰ বিৰুদ্ধে তদন্তৰ দাবী কৰিবলৈ গৈ  পৱন খেৰাই প্ৰধানমন্ত্ৰীক নৰেন্দ্ৰ দামোদৰদাস মোডীৰ সলনি নৰেন্দ্ৰ গৌতম দাস মোদী বুলি উল্লেখ কৰে। ৰাজনৈতিক মহলত হুলস্থুলৰ সৃষ্টি হৈছিল। পৱনক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছিল  বিজেপিয়ে। খেৰাৰ বিৰুদ্ধে এফ আই আৰ দাখিল কৰা হয়। সেই ভিত্তিতে তেওঁক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

 

ইণ্ডিগ’ বিমানখনৰ সন্মুখত বহি পৱন খেৰাক বিমানখনৰ পৰা অন্যায়ভাৱে আঁতৰোৱাৰ প্ৰতিবাদত কংগ্ৰেছ নেতাসকলে প্ৰতিবাদ সাব্যস্ত কৰে। সেই সময়ত অসম আৰক্ষীয়ে খেৰাক  গ্ৰেপ্তাৰ কৰে । বিমানবন্দৰৰ বাহিৰতো কংগ্ৰেছ কর্মীসকলে প্ৰতিবাদ সাৱ্যস্ত কৰে ৷

Previous Post

শিৰৰ দাম নির্ধাৰণ কৰা হৈছিল ৫ লাখ টকা! আৰক্ষীৰ জালত বিধায়ক হত্যাত অভিযুক্ত মাওবাদী নেতা ‘ৰাইনো’

Next Post

কিয়াৰাৰ সংগীতত পিন্ধা লেহেংগা প্ৰস্তুত কৰিবলৈ কিমান হাজাৰ ঘণ্টা সময় লাগিছিল জানেনে? কোনে প্ৰস্তুত কৰিছিল পোছাক !!

Related Posts

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন
ৰাজনীতি

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
লগত দলীয়া নেতা কর্মীক লৈ কিয় ধর্ণাত বহিল মমতা বেনার্জী ?
ৰাজনীতি

লগত দলীয়া নেতা কর্মীক লৈ কিয় ধর্ণাত বহিল মমতা বেনার্জী ?

March 29, 2023
সাংসদ পদ নাকচ হোৱাৰ পিছত এইবাৰ বাংলো খালী কৰিব লাগিব ৰাহুল গান্ধীয়ে, জাননী জাৰি কৰি দিলে এমাহৰ সময়
ৰাজনীতি

সাংসদ পদ নাকচ হোৱাৰ পিছত এইবাৰ বাংলো খালী কৰিব লাগিব ৰাহুল গান্ধীয়ে, জাননী জাৰি কৰি দিলে এমাহৰ সময়

March 28, 2023
ৰাছিয়াত জি জিনপিং, ইউক্ৰেইনত জাপানৰ প্ৰধানমন্ত্ৰী, কি বার্তা দিব বিচাৰিছে দুই ৰাষ্ট্ৰনেতাৰ !!
ৰাজনীতি

ৰাছিয়াত জি জিনপিং, ইউক্ৰেইনত জাপানৰ প্ৰধানমন্ত্ৰী, কি বার্তা দিব বিচাৰিছে দুই ৰাষ্ট্ৰনেতাৰ !!

March 22, 2023
আদানিৰ বিৰুদ্ধে মাত মতাৰ বাবেই  “হাৰাশাস্তি” নেকি ? দিল্লী আৰক্ষীক ৰাহুলৰ প্ৰশ্ন
ৰাজনীতি

আদানিৰ বিৰুদ্ধে মাত মতাৰ বাবেই “হাৰাশাস্তি” নেকি ? দিল্লী আৰক্ষীক ৰাহুলৰ প্ৰশ্ন

March 20, 2023
মোদীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগ কৰাৰ  প্ৰস্তাৱ কংগ্ৰেছৰ! কি অভিযোগ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে !!
ৰাজনীতি

মোদীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগ কৰাৰ প্ৰস্তাৱ কংগ্ৰেছৰ! কি অভিযোগ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে !!

March 17, 2023
Next Post
কিয়াৰাৰ সংগীতত পিন্ধা লেহেংগা প্ৰস্তুত কৰিবলৈ  কিমান হাজাৰ ঘণ্টা সময় লাগিছিল জানেনে? কোনে প্ৰস্তুত কৰিছিল পোছাক !!

কিয়াৰাৰ সংগীতত পিন্ধা লেহেংগা প্ৰস্তুত কৰিবলৈ কিমান হাজাৰ ঘণ্টা সময় লাগিছিল জানেনে? কোনে প্ৰস্তুত কৰিছিল পোছাক !!

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

March 31, 2023
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

March 31, 2023
‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7