VOICE 24x7
Friday, September 22, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

তেলেংগানাৰ ৰাজনীতিত ‘সক্ৰিয়’ আজহাৰুদ্দিন, কংগ্ৰেছৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 18, 2023
in ৰাজনীতি
তেলেংগানাৰ ৰাজনীতিত ‘সক্ৰিয়’ আজহাৰুদ্দিন, কংগ্ৰেছৰ টিকটত প্ৰতিদ্বন্দ্বিতা  কৰাৰ কথা ঘোষণা
0
SHARES
8
VIEWS
Share on FacebookShare on Twitter

এইবাৰ কংগ্ৰেছে তেলেংগানাৰ আসন দখল কৰিবলৈ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহম্মদ আজহাৰুদ্দিনক প্ৰক্ষেপ কৰিব পাৰে। আগন্তুক বিধানসভা নিৰ্বাচনত ৰাজধানী চহৰ হায়দৰাবাদৰ যিকোনো আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে বুলি প্ৰকাশ কৰিছে  প্ৰাক্তন সাংসদ আজহাৰুদ্দিনে। সংবাদ সংস্থা এএনআইক দিয়া এক সাক্ষাৎকাৰত আজহাৰে বৃহস্পতিবাৰে কয় – ‘পৰিস্থিতি আমাৰ বাবে অনুকূল। তেলেংগানাৰ ৰাইজে কংগ্ৰেছক বিচাৰে। আমি কঠোৰ পৰিশ্ৰম কৰিব লাগিব।”

 

ইয়াৰ পিছতে আজহাৰে কয় –“মই হায়দৰাবাদৰ পৰা আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম।“হায়দৰাবাদৰ বাসিন্দা আজহাৰুদ্দিনে প্ৰায় দুটা দশক পূৰ্বে কংগ্ৰেছত যোগদান কৰিছিল। এসময়ৰ জনপ্ৰিয়  বেটছমেনগৰাকীয়ে কংগ্ৰেছৰ টিকটত দুবাৰকৈ লোকসভা নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰিছিল। ২০০৯ চনত উত্তৰ প্ৰদেশৰ মোৰাদাবাদ লোকসভাৰ আসনত জয়লাভ কৰিছিল আজহাৰুদ্দিনে। ২০১৮ চনত আজহাৰুদ্দিনক তেলেংগানা ৰাজ্যিক কংগ্ৰেছৰ  সভাপতিৰ দায়িত্ব দিয়া হৈছিল। সেই বছৰৰ বিধানসভা নিৰ্বাচনত তেওঁ হায়দৰাবাদৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। কিন্তু শেষত তেওঁ প্ৰতিদ্বন্দিতা কৰাৰ পৰা বিৰত থাকে ৷

 

 

২০১৯ চনত হায়দৰাবাদ বা ছিকেণ্ডৰাবাদৰ আসনৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা সন্দৰ্ভতো জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। কিন্তু সেইবাৰ তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নাছিল। প্ৰসংগক্ৰমে চলিত বৰ্ষৰ নৱেম্বৰ-ডিচেম্বৰ মাহত মিজোৰামৰ মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীগড়ৰ লগতে তেলেংগানাতো বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। ৰাজনৈতিক বিশ্লেষকসকলৰ মতে মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ বি আৰ এছ, বিজেপি আৰু কংগ্ৰেছৰ মাজত তিনিকোণীয়া যুঁজ হ’বলৈ গৈ আছে। সেই ৰাজ্যত বিজেপি আৰু বিআৰএছৰ বহু নেতাই ইতিমধ্যে কংগ্ৰেছত যোগদান কৰিছে।

 

 

Previous Post

“জীৱন জীৱিকা কৌশল”ৰ পাঠদান কৰা বিদ্যা:দ্য লিভিং স্কুলৰ এক নতুন প্ৰচেষ্টা

Next Post

তামুলপুৰৰ আঙৰকাটাত অনুষ্ঠিত মিনি ফুটবল খেলৰ সফল সামৰণি।

Related Posts

আজিৰ পৰা অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা
ৰাজনীতি

আজিৰ পৰা অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা

September 21, 2023
দুমাহৰ পাছতে নির্বাচনঃ কোন ৰাজ্যৰ চৰকাৰে ৪৫০ টকাতে দিব ৰন্ধন গেছৰ চিলিণ্ডাৰ!
ৰাজনীতি

দুমাহৰ পাছতে নির্বাচনঃ কোন ৰাজ্যৰ চৰকাৰে ৪৫০ টকাতে দিব ৰন্ধন গেছৰ চিলিণ্ডাৰ!

September 15, 2023
বিধানসভাত বিৰোধীক অংগুষ্ঠ প্ৰদর্শন চন্দ্ৰমোহন পাটোৱাৰীৰ, জ্যেষ্ঠ মন্ত্ৰীৰ অশোভনীয় আচৰণক লৈ উত্তাল সদন
ৰাজনীতি

বিধানসভাত বিৰোধীক অংগুষ্ঠ প্ৰদর্শন চন্দ্ৰমোহন পাটোৱাৰীৰ, জ্যেষ্ঠ মন্ত্ৰীৰ অশোভনীয় আচৰণক লৈ উত্তাল সদন

September 14, 2023
ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিবাহক সভাৰ সফল সমাপ্তি
ৰাজনীতি

ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিবাহক সভাৰ সফল সমাপ্তি

September 11, 2023
বিদ্যুৎ সংকট জোৰা মৰাত ব্যর্থ , বিচনী-লেম্প লৈ বিধানসভালৈ আহিল অখিল গগৈ
ৰাজনীতি

বিদ্যুৎ সংকট জোৰা মৰাত ব্যর্থ , বিচনী-লেম্প লৈ বিধানসভালৈ আহিল অখিল গগৈ

September 11, 2023
চাকৰিৰ বজাৰঃ বাজপেয়ী ভৱনক সামৰি ন্যায়িক তদন্তৰ দাবী প্ৰদেশ কংগ্ৰেছৰ
ৰাজনীতি

চাকৰিৰ বজাৰঃ বাজপেয়ী ভৱনক সামৰি ন্যায়িক তদন্তৰ দাবী প্ৰদেশ কংগ্ৰেছৰ

August 30, 2023
Next Post
তামুলপুৰৰ আঙৰকাটাত অনুষ্ঠিত মিনি ফুটবল খেলৰ সফল সামৰণি।

তামুলপুৰৰ আঙৰকাটাত অনুষ্ঠিত মিনি ফুটবল খেলৰ সফল সামৰণি।

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7