VOICE 24x7
Monday, January 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ক’ভিড প্ৰট’কলক লৈ বিজেপি-কংগ্ৰেছৰ বাকযুদ্ধৰ মাজতে দিল্লীত ৰাহুল গান্ধীৰ ভাৰত জোৰো যাত্ৰা , অংশ ল’লে ছোনিয়ায়ো

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 24, 2022
in ৰাজনীতি
ক’ভিড প্ৰট’কলক লৈ বিজেপি-কংগ্ৰেছৰ বাকযুদ্ধৰ মাজতে দিল্লীত ৰাহুল গান্ধীৰ ভাৰত জোৰো যাত্ৰা , অংশ ল’লে ছোনিয়ায়ো
0
SHARES
8
VIEWS
Share on FacebookShare on Twitter

স্বাস্থ্যমন্ত্ৰীয়ে ক’ভিড প্ৰট’কল মানি চলিবলৈ আহ্বান জনোৱাৰ মাজতে ৰাহুল গান্ধীয়ে দেশৰ ৰাজধানীৰ ৰাজপথত পদযাত্ৰা কৰে ৷  আজি হাজাৰ হাজাৰ লোকে কংগ্ৰেছৰ ভাৰত জোৰো যাত্ৰাত যোগদান কৰে। জয়ৰাম ৰমেশ, পৱন খেৰা, ভূপিন্দৰ সিং হুদা, কুমাৰী চেলজা, ৰনদীপ সুৰজেৱালাকে ধৰি কেইবাজনো দলীয় নেতাই  গান্ধীৰ সৈতে সমদল কৰা দেখা গৈছিল।

পিছত কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধী আৰু দলৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীয়েও ৰাহুলৰ লগত যোগদান কৰে। দ্বিতীয়বাৰৰ বাবে এই যাত্ৰাত যোগদান কৰিলে ছোনিয়া গান্ধীয়ে। অক্টোবৰ মাহত কৰ্ণাটকত কংগ্ৰেছৰ মেগা মাৰ্চত তেওঁ অংশ লৈছিল।

আজি পুৱা ভাৰত জোৰো যাত্ৰাই ফৰিদাবাদৰ পৰা ৰাষ্ট্ৰীয় ৰাজধানীত প্ৰৱেশ কৰাৰ সময়তে দিল্লী কংগ্ৰেছৰ মুৰব্বী অনিল চৌধাৰীয়ে “ৰাহুল জিন্দাবাদ” ধ্বনিৰে বদৰপুৰ সীমান্তত গান্ধীৰ লগতে দলৰ অন্যান্য নেতা আৰু যাত্ৰীসকলক আদৰণি জনায়।দলীয় কৰ্মী আৰু নেতাসকলক সম্বোধন কৰি ৰাহুল গান্ধীয়ে পুনৰ কয় যে তেওঁৰ যাত্ৰাৰ উদ্দেশ্য আছিল ঘৃণাৰ বজাৰ’তপ্ৰেমৰ দোকান খোলা ৷

গান্ধীয়ে কয়-“দেশৰ সাধাৰণ জনতাই এতিয়া প্ৰেমৰ কথা কৈছে। প্ৰতিখন ৰাজ্যতে লাখ লাখ লোকে যাত্ৰাত যোগদান কৰিছে। মই আৰ এছ এছ আৰু বিজেপিৰ মানুহক কৈছো যে আমি ইয়াত আপোনাৰ ঘৃণাৰ ‘বজাৰ’ত প্ৰেমৰ দোকান খুলিবলৈ আহিছো। এই যাত্ৰাৰ উদ্দেশ্য হৈছে মানুহে ইজনে সিজনক সহায় কৰা “প্ৰকৃত হিন্দুস্তান” প্ৰদৰ্শন কৰা। তেওঁ কয় যে তেওঁলোকে (বিজেপি, আৰএছএছ) ঘৃণা বিয়পাইছিল, আমি (কংগ্ৰেছে) প্ৰেম বিয়পাইছিলো।’

ইয়াৰ পূৰ্বে স্বাস্থ্যমন্ত্ৰী মানসুখ মাণ্ডবিয়াই ৰাহুল গান্ধীলৈ পত্ৰ লিখি ভাৰত জোৰো যাত্ৰাৰ সময়ত ক’ভিড প্ৰট’কল যাতে মানি চলে সেয়া নিশ্চিত কৰিবলৈ অনুৰোধ জনায়। গান্ধীয়ে শেহতীয়াকৈ গুজৰাটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্বাচনী প্ৰচাৰ আৰু ৰাজস্থানত বিজেপিৰ “জন আক্ৰোশ যাত্ৰা”ৰ উদাহৰণ দাঙি ধৰে। তেওঁ কয়, “বিজেপিয়ে বিভিন্ন ৰাজ্য ভ্ৰমণ কৰি আছে। কিন্তু স্বাস্থ্যমন্ত্ৰীয়ে কেৱল আমালৈহে চিঠি প্ৰেৰণ কৰিছে।”কংগ্ৰেছে অভিযোগ কৰিছিল যে বিজেপিয়ে গান্ধীৰ যাত্ৰা বন্ধ কৰিব বিচাৰিছে কাৰণ ভাৰতে জোৰো যাত্ৰাৰ প্ৰতি ৰাইজৰ সহাঁৰি দেখি ভয় খাইছিল।

আজিৰ যাত্ৰা সন্ধিয়া লালকিল্লাত শেষ হ’ব। ১৬ ডিচেম্বৰত ১০০ দিন সম্পূৰ্ণ হোৱা কংগ্ৰেছৰ মেগা মাৰ্চত বছৰৰ শেষৰ ফালে ৯ দিনৰ বিৰতি লৈ ৩ জানুৱাৰীত দিল্লীৰ পৰা পুনৰ আৰম্ভ হ’ব। দিল্লী আৰক্ষীয়ে যাতায়তৰ পৰামৰ্শ জাৰি কৰি লোকসকলক কিছুমান পথ পৰিহাৰ কৰিবলৈ আৰু ৰাজহুৱা পৰিবহণৰ “সৰ্বাধিক ব্যৱহাৰ” কৰিবলৈ আহ্বান জনাইছে ৷ পৰামৰ্শ অনুসৰি বদৰপুৰৰ পৰা লালকিল্লালৈ প্ৰচণ্ড যানজট হোৱাৰ সম্ভাৱনা আছে।

 

 

Previous Post

১০ ফুট দৈর্ঘ্যৰ সুৰংগ কাটি প্ৰৱেশ কৰিলে ভ’ল্টত, লুটি নিলে ১ কোটি টকাৰ সোণ , ক’ত ঘটিল চিনেমাৰ ষ্টাইলত ডকাইতি ?

Next Post

চিকিৎসক নহয়, তান্ত্ৰিক মাতি আনি বিদ্যালয়ত অসুস্থ ছাত্ৰীক চিকিৎসা, কোন ৰাজ্যৰ ঘটনাত খর্গহস্ত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ ৷

Related Posts

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্রী
ৰাজনীতি

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্রী

January 28, 2023
অগপৰ ব্যাপক সাংগঠনিক তৎপৰতা – ৰাজ্যজুৰি বুথ সভা সম্পন্ন
ৰাজনীতি

অগপৰ ব্যাপক সাংগঠনিক তৎপৰতা – ৰাজ্যজুৰি বুথ সভা সম্পন্ন

January 25, 2023
মৰিগাঁও জিলা পুথিভঁৰালত বি.জে.পি. অসম প্ৰদেশৰ ৰাজ্যিক কার্যনির্বাহক সভা
ৰাজনীতি

মৰিগাঁও জিলা পুথিভঁৰালত বি.জে.পি. অসম প্ৰদেশৰ ৰাজ্যিক কার্যনির্বাহক সভা

January 24, 2023
নতুন দিল্লীৰ পৰাই ভিডিঅ’ কনফাৰেন্সৰ যোগেদি বৈঠকত মিলিত হ’ল মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা
ৰাজনীতি

নতুন দিল্লীৰ পৰাই ভিডিঅ’ কনফাৰেন্সৰ যোগেদি বৈঠকত মিলিত হ’ল মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা

January 18, 2023
বি জে পিৰ জ্যেষ্ঠ নেতাৰ কংগ্ৰেছত যোগদান
ৰাজনীতি

বি জে পিৰ জ্যেষ্ঠ নেতাৰ কংগ্ৰেছত যোগদান

January 16, 2023
গুৱাহাটী উজান বজাৰস্থিত যোৰপুখুৰী উদ্যান উদ্বোধন  মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
ৰাজনীতি

গুৱাহাটী উজান বজাৰস্থিত যোৰপুখুৰী উদ্যান উদ্বোধন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

January 13, 2023
Next Post
চিকিৎসক নহয়, তান্ত্ৰিক মাতি আনি বিদ্যালয়ত অসুস্থ ছাত্ৰীক চিকিৎসা, কোন ৰাজ্যৰ ঘটনাত খর্গহস্ত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ ৷

চিকিৎসক নহয়, তান্ত্ৰিক মাতি আনি বিদ্যালয়ত অসুস্থ ছাত্ৰীক চিকিৎসা, কোন ৰাজ্যৰ ঘটনাত খর্গহস্ত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ ৷

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 30, 2023
ভাল ফটোৰ উঠাৰ লগতে পৰ্যটনৰ উপযোগী এখন স্বাস্থ্যকৰ ঠাইলৈ যাব বিছাৰিছে নেকিঃ সবিশেষ জানিবলৈ পঢ়ক এই তথ্য

শৰীৰত কেতিয়াবা ভিটামিনৰ পৰিমাণ বেছি হ’ব পাৰে। অধিক ভিটামিনৰ ফলত কি ৰোগ হ’ব পাৰে জাঁনো আহক

January 30, 2023
“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7