VOICE 24x7
Monday, October 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিবাহক সভাৰ সফল সমাপ্তি

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
September 11, 2023
in ৰাজনীতি
ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিবাহক সভাৰ সফল সমাপ্তি
0
SHARES
15
VIEWS
Share on FacebookShare on Twitter

দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত অনুষ্ঠিত হোৱা বিজেপি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয়কার্যনির্বাহক সভাখন যোৱা  ১০ ছেপ্তেম্বৰত সফলতাৰে সম্পন্ন হৈ যায়। দেওবাৰে পুৱা ১০ বজাত অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহালে ৰাষ্ট্ৰীয় মহিলা মৰ্চাৰ প্ৰদৰ্শনী উন্মোচন কৰে। পুৱা১০.৩০ বজাত আৰম্ভ হোৱা সভাত ৰাষ্ট্ৰীয় মহিলা মৰ্চাৰ ৰাজনৈতিক প্রস্তাব গ্রহণ কৰা হয়। ভাৰতীয় জনতা পাৰ্টিৰ বিগত ৯ বছৰীয়া শাসন কালত মহিলা সকল শক্তিশালী হোৱাৰ লগতে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ পদবীতো মহিলা সকলে অগ্ৰাধিকাৰ লাভ কৰিছে বুলি ৰাজনৈতিক প্ৰস্তাৱত উল্লেখ কৰা হৈছে । ৰাজনৈতিকপ্ৰস্তাৱত মহিলা সকলক শক্তিশালী কৰাৰ লগতে মহিলা নেতৃত্বৰ বিকাশ, আর্থিক বিকাশ, সামাজিক ন্যায় প্রদান কৰাৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে।

 

দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ সন্দৰ্ভত এক সংবাদ মেলযোগে সাংবাদিক সকলক অৱগত কৰে মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদিকা দিপ্তী ৰাৱাটে। সংবাদ মেলত দিপ্তী ৰাৱাটে মহিলা মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাত আগন্তুক কার্যক্রম সন্দৰ্ভতগ্ৰহণ কৰা কাৰ্যসূচীৰ বিষয়ে অৱগত কৰে। আনহাতে বিজেপিৰ ৰাষ্ট্ৰীয় সহ সাংগঠনিক সাধাৰণ সম্পাদক শিৱ প্ৰকাশে মহিলা মৰ্চাৰ কাৰ্যকৰ্তা সকলৰ সৈতে সাংগঠনিক দিশত আলোচনা কৰে। উল্লেখ্য যে উক্ত কার্যনির্বাহক সভাত মহিলামৰ্চাৰ ৭০ গৰাকী ৰাষ্ট্ৰীয় বিষয়ববীয়াই অংশগ্রহণ কৰে।

 

ৰাষ্ট্ৰীয় কার্যনিবাহক সভাৰ সামৰণি ভাষণত ৰাষ্ট্ৰীয় মহিলা মর্চাৰ সভানেত্ৰী ৱানথী শ্রীনিবাসনে কয়, ‘মহিলা মৰ্চাই কেৱল দলৰ কাৰ্যক্ৰমেই নহয়,বৰঞ্চ সকলো চৰকাৰী কাৰ্যসূচী গুৰুত্ব সহকাৰে সমাজৰ শেষৰজন ব্যক্তিলৈকে লৈ যোৱাৰ বাবে কার্যপদ্ধতি গ্রহণ কৰি আহিছে আৰু কৰি যাব। যিদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত দেশৰ মহিলা সকলে সুৰক্ষিত অনুভৱ কৰিছে  ৷একেদৰেমুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতো অসমত মহিলা সকলে বিকশিত আৰু সুৰক্ষিত হোৱাৰ পৰিৱেশ লাভ কৰিছে।“

 

ভাষণ প্ৰসংগত তেওঁ ৰাহুল গান্ধীক ধন্যবাদ জনাই কয়,-“ৰাহুল গান্ধীৰ  ব্যৱহাৰৰ কাৰণেই সমগ্ৰ অসম লগতে ভাৰতবৰ্ষৰ উন্নয়নৰ বাবে দেশে সিংহৰ দৰে এগৰাকী নেতা লাভ কৰিছে আৰু সেইগৰাকী নেতাই হ’ল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।“সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উপস্থিত থাকি কয় যে অসম মা কামাখ্যাৰ পৱিত্ৰ ভূমি। ইয়াত মাৰ পৰাই সকলো আৰম্ভ হয়। মহিলা মৰ্চাৰ কাৰ্যকৰ্তা সকলে আত্মসহায়ক গোট সকলৰ সহায়ক হোৱাকৈ কাম কৰিব লাগে। মহিলা সকলৰ উদ্যোগীকৰণ তথা স্বাৱলম্বীতাৰ কাৰণে আগন্তুক দিনত ৪০ লাখ মহিলাক বেংক একাউণ্টৰ জৰিয়তে ১০ হাজাৰকৈ টকা প্ৰদান কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে।

 

মহিলা মৰ্চাৰ দিনটোৰ কাৰ্যক্ৰমত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, সাংসদ দিলীপ শইকীয়া, অসম চৰকাৰৰ মন্ত্ৰী নন্দিাত গালোৰ্চাৰ লগতে মহিলা মৰ্চাৰ ৰাজ্যিক বিষয়ববীয়া, গুৱাহাটী জিলাৰ বিষয়ববীয়া আৰু দলীয় কার্যকর্তা সকল উপস্থিত আছিল।

Previous Post

মেঘাচাম শিল ব্যৱসায়ী কল্যাণ সন্থাৰ স্বেচ্ছাসেৱী অনুষ্ঠান কৰুণাধাৰালৈ ৪ লাখ টকাৰ আৰ্থিক সাহাৰ্য্য

Next Post

নেদাৰলেণ্ডত চৰকাৰৰ বিৰুদ্ধে লক্ষাধিক লোকৰ প্ৰতিবাদ , ২৪ হাজাৰ পৰিৱেশ কৰ্মীক আটক

Related Posts

গুৱাহাটীত ‘আপ’ৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিং, সম্বোধন কৰিব দলীয় কর্মকর্তাক
ৰাজনীতি

গুৱাহাটীত ‘আপ’ৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিং, সম্বোধন কৰিব দলীয় কর্মকর্তাক

September 28, 2023
নৱেম্বৰত অসমলৈ আহিব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী
ৰাজনীতি

নৱেম্বৰত অসমলৈ আহিব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

September 27, 2023
আজিৰ পৰা অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা
ৰাজনীতি

আজিৰ পৰা অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা

September 21, 2023
দুমাহৰ পাছতে নির্বাচনঃ কোন ৰাজ্যৰ চৰকাৰে ৪৫০ টকাতে দিব ৰন্ধন গেছৰ চিলিণ্ডাৰ!
ৰাজনীতি

দুমাহৰ পাছতে নির্বাচনঃ কোন ৰাজ্যৰ চৰকাৰে ৪৫০ টকাতে দিব ৰন্ধন গেছৰ চিলিণ্ডাৰ!

September 15, 2023
বিধানসভাত বিৰোধীক অংগুষ্ঠ প্ৰদর্শন চন্দ্ৰমোহন পাটোৱাৰীৰ, জ্যেষ্ঠ মন্ত্ৰীৰ অশোভনীয় আচৰণক লৈ উত্তাল সদন
ৰাজনীতি

বিধানসভাত বিৰোধীক অংগুষ্ঠ প্ৰদর্শন চন্দ্ৰমোহন পাটোৱাৰীৰ, জ্যেষ্ঠ মন্ত্ৰীৰ অশোভনীয় আচৰণক লৈ উত্তাল সদন

September 14, 2023
বিদ্যুৎ সংকট জোৰা মৰাত ব্যর্থ , বিচনী-লেম্প লৈ বিধানসভালৈ আহিল অখিল গগৈ
ৰাজনীতি

বিদ্যুৎ সংকট জোৰা মৰাত ব্যর্থ , বিচনী-লেম্প লৈ বিধানসভালৈ আহিল অখিল গগৈ

September 11, 2023
Next Post
নেদাৰলেণ্ডত চৰকাৰৰ বিৰুদ্ধে লক্ষাধিক লোকৰ প্ৰতিবাদ , ২৪ হাজাৰ পৰিৱেশ কৰ্মীক আটক

নেদাৰলেণ্ডত চৰকাৰৰ বিৰুদ্ধে লক্ষাধিক লোকৰ প্ৰতিবাদ , ২৪ হাজাৰ পৰিৱেশ কৰ্মীক আটক

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • বিৰাট-অনুষ্কা পৰিয়াললৈ শীঘ্ৰে আহিব নতুন আলহী, পুনৰ মাতৃ হ’ব অনুষ্কা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

October 2, 2023
স্মার্ট-অদম্য আৰক্ষীকো কেৰেপ নকৰে অপৰাধীয়ে ? পুনৰ দুই মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে দুবৃর্ত্তই

সোণৰ অলংকাৰ পিন্ধি নোলাব, পুনৰ বৃদ্ধ মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে চিলনী চোৰে

October 2, 2023
ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে  ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

October 2, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7