VOICE 24x7
Thursday, May 19, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

মাজুলীত বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ ভুৱন গামৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 10, 2022
in ৰাজনীতি
মাজুলীত বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ ভুৱন গামৰ
0
SHARES
5
VIEWS
Share on FacebookShare on Twitter

মাজুলীৰ উপ নির্বাচনত প্ৰত্যাশিতভাৱে বৃহৎ বিজয় লাভ কৰিলে বিজেপিয়ে ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সর্বানন্দ সোণোৱালে পদত্যাগ কৰাৰ পাছত খালী হৈ পৰা বিধানসভা আসনখনত জয়লাভ কৰিছে  বিজেপিৰ প্ৰার্থী ভুৱন গামে ৷ অসম জাতীয় পৰিষদৰ প্ৰার্থী চিত্তৰঞ্জন বসুমতাৰীক ৪১,৭০০টা  ভোটৰ ব্যৱধানত   পৰাজিত কৰে গামে ৷ যোৱা ৬ মার্চত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল এই সমষ্টিটোত ৷ অসম জাতীয় পৰিষদৰ প্ৰার্থী চিত্তৰঞ্জন বসুমতাৰীক কংগ্ৰেছকে ধৰি আটাইকেউটা বিৰোধী দলে সমর্থন আগবঢ়াইছিল ৷ ইপিনে বৃহৎ ভোটৰ ব্যৱধানত জয়ী হোৱাৰ পাছত মাজুলীবাসীক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে সমষ্টিটোৰ উন্নয়নৰ বাবে কাম কৰি যাব বুলি মত প্ৰকাশ কৰে ৷

Previous Post

কি পাঁচটা কাৰণত বিজেপিৰ পৰিৱর্তে আপক কংগ্ৰেছৰ বিকল্প হিচাপে বাচি ল’লে পাঞ্জাৱৰ জনসাধাৰণে ?

Next Post

মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখা নৱজিৎ সিং সিদ্ধু পৰাস্ত, মুখ্যমন্ত্ৰী-প্ৰাক্তন মুখ্যমন্ত্ৰীও পৰিল ৰণত

Related Posts

পুনৰ কংগ্ৰেছৰ সভাপতি হ’ব ৰাহুল গান্ধী!  দলৰ মজিয়াৰ পৰা কোনে কৰিলে দাবী ?
ৰাজনীতি

পুনৰ কংগ্ৰেছৰ সভাপতি হ’ব ৰাহুল গান্ধী! দলৰ মজিয়াৰ পৰা কোনে কৰিলে দাবী ?

May 12, 2022
চৰকাৰৰ বিফলতাই নেকি কাৰণ ?
ৰাজনীতি

চৰকাৰৰ বিফলতাই নেকি কাৰণ ?

May 11, 2022
অমিত শ্বাহৰ ভ্ৰমণৰ সময়তে কলকাতাত যুৱ বিজেপি কর্মীৰ ৰহস্যজনক মৃত্যু, তীব্ৰ উত্তেজনা
ৰাজনীতি

অমিত শ্বাহৰ ভ্ৰমণৰ সময়তে কলকাতাত যুৱ বিজেপি কর্মীৰ ৰহস্যজনক মৃত্যু, তীব্ৰ উত্তেজনা

May 6, 2022
এয়া ৫৬ ইঞ্চিৰ কাপুৰুষালি, লাজ পাব লাগে ডঃ হিমন্ত বিশ্ব শর্মা চৰকাৰে- জেলৰ পৰা মুকলি হৈয়েই পুনৰ সৰৱ জিগনেশ মেৱানী
ৰাজনীতি

এয়া ৫৬ ইঞ্চিৰ কাপুৰুষালি, লাজ পাব লাগে ডঃ হিমন্ত বিশ্ব শর্মা চৰকাৰে- জেলৰ পৰা মুকলি হৈয়েই পুনৰ সৰৱ জিগনেশ মেৱানী

May 2, 2022
নাগালেণ্ডত নির্বাচনৰ পূর্বে নতুন সমীকৰণ, একেলগে দলত্যাগ ২১ জন বিধায়কৰ
ৰাজনীতি

নাগালেণ্ডত নির্বাচনৰ পূর্বে নতুন সমীকৰণ, একেলগে দলত্যাগ ২১ জন বিধায়কৰ

April 30, 2022
কংগ্ৰেছৰ পুনৰুজ্জীৱিতকৰণে নহয়, চন্দ্ৰশেখৰ ৰাওকো ক্ষমতালৈ অনাৰ দায়িত্ব ল’লে প্ৰশান্ত কিশোৰে ?
ৰাজনীতি

কংগ্ৰেছৰ পুনৰুজ্জীৱিতকৰণে নহয়, চন্দ্ৰশেখৰ ৰাওকো ক্ষমতালৈ অনাৰ দায়িত্ব ল’লে প্ৰশান্ত কিশোৰে ?

April 25, 2022
Next Post
মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখা নৱজিৎ সিং সিদ্ধু পৰাস্ত, মুখ্যমন্ত্ৰী-প্ৰাক্তন মুখ্যমন্ত্ৰীও পৰিল ৰণত

মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখা নৱজিৎ সিং সিদ্ধু পৰাস্ত, মুখ্যমন্ত্ৰী-প্ৰাক্তন মুখ্যমন্ত্ৰীও পৰিল ৰণত

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • অসমীয়াই আৰু আলফা বিচাৰেনে

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

প্ৰযোজক লুইত কুমাৰ বৰ্মনক ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ গোটৰ সম্বৰ্ধনা

প্ৰযোজক লুইত কুমাৰ বৰ্মনক ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ গোটৰ সম্বৰ্ধনা

May 19, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

May 19, 2022
আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

May 19, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7