VOICE 24x7
Monday, October 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

দ্বিতীয়বাৰৰ বাবে দেশৰ ৰাষ্ট্ৰপতি হ’বলৈ বাইডেনে বিচাৰিলে“প্ৰাক্তন” ৰাষ্ট্ৰপতি ওবামাৰ সহায়

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 4, 2023
in ৰাজনীতি
দ্বিতীয়বাৰৰ বাবে দেশৰ ৰাষ্ট্ৰপতি হ’বলৈ বাইডেনে  বিচাৰিলে“প্ৰাক্তন” ৰাষ্ট্ৰপতি ওবামাৰ সহায়
0
SHARES
26
VIEWS
Share on FacebookShare on Twitter

বৰ্তমান আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে আৰু চাৰি বছৰ হোৱাইট হাউছত থাকিবলৈ বাৰাক ওবামাৰ সহায় বিচাৰিছে । প্রাক্তন ৰাষ্ট্ৰপতি ওবামাই বাইডেনক সহায় কৰাৰ আশ্বাস দিয়ে বুলি প্ৰকাশ পাইছে ৷

 

শেহতীয়াকৈ আমেৰিকাৰ আগশাৰীৰ কাকত “দ্য ৱাশ্বিংটন পোষ্ট”ৰ এক প্ৰতিবেদন অনুসৰি যোৱা জুন মাহত অনুষ্ঠিত হোৱা এূক নৈশভোজত দুয়োজন ডেম’ক্ৰেটিক ৰাজনীতিবিদ আলোচনাত মিলিত হৈছিল। সহায়ৰ বাবে কৰা আহ্বানত ওবামাই কয় –“ মই যিমান পাৰো সহায় কৰিম।“ বাইডেনৰ ঘনিষ্ঠ সূত্ৰৰ মতে, আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ভাবে যে ৰাষ্ট্ৰপতি নিৰ্বাচনত পুনৰবাৰ জয়ী হ’বলৈ তেওঁক “সৰ্বাধিক জনপ্ৰিয়” ডেম’ক্ৰেট ৰাজনীতিবিদজনৰ সহায়ৰ প্ৰয়োজন। বাইডেন শিবিৰৰ মতে ড’নাল্ড ট্ৰাম্পৰ মূৰৰ ওপৰত বহু গোচৰ ওলমি থকাৰ পাছতো ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰিপাব্লিকান দলৰ প্ৰাৰ্থী হ’বলৈ গৈ আছে। এতিয়াৰে পৰা তেওঁক বাধা দিয়াৰ পৰিকল্পনা কৰিছে বাইডেন শিবিৰে ৷

 

যেতিয়া ওবামা আমেৰিকাৰ ৰাষ্ট্ৰপতি আছিল তেতিয়া বাইডেন আছিল দেশখনৰ উপ-ৰাষ্ট্ৰপতি। কিন্তু শেষলৈ বাইডেন আৰু ওবামাৰ সম্পৰ্কৰ অৱনতি ঘটিছিল ৷ শুনা গৈছে যে ২০২০ চনত  বাইডেনক ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী হিচাপে গ্ৰহণ কৰিব বিচৰা নাছিল ওবামাই। পিছলৈ অৱশ্যে তেওঁ বাইডেনৰ হৈ প্ৰচাৰ চলায়। আফ্ৰিকান-আমেৰিকান ভোটৰ সিংহভাগ ডেম’ক্ৰেট দললৈ যোৱাৰ বাবে বাইডেন শিবিৰে ওবামাক ধন্যবাদ জনায়। ইয়াৰ পূৰ্বে ১৯৮৮ আৰু ২০০৮ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত বাইডেনে পৰাস্ত হ’বলগীয়া হৈছিল। ২০০৮ চনৰ প্ৰাইমাৰীত বাইডেন ওবামাৰ হাতত পৰাস্ত হৈছিল। ২০২০ চনত তৃতীয়বাৰৰ বাবে ট্ৰাম্পক পৰাস্ত কৰি হোৱাইট হাউছৰ বাসিন্দা হয়। ২০২৪ চনত আমেৰিকাত পুনৰ ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ’ব।

Previous Post

মহিলা ফুটবল বিশ্বকাপত অঘটন, গ্ৰুপ পর্যায়তে বিদায় ল’লে দুবাৰৰ চেম্পিয়ন জাৰ্মানী

Next Post

বিয়াৰ পূর্বেই সন্তান জন্ম, প্ৰথম সম্পৰ্কৰ তিক্ততাৰ বাবে বিবাহ বান্ধোনত আৱদ্ধ হ’ব নিবিচাৰে নেকি কল্কিয়ে ?

Related Posts

গুৱাহাটীত ‘আপ’ৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিং, সম্বোধন কৰিব দলীয় কর্মকর্তাক
ৰাজনীতি

গুৱাহাটীত ‘আপ’ৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিং, সম্বোধন কৰিব দলীয় কর্মকর্তাক

September 28, 2023
নৱেম্বৰত অসমলৈ আহিব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী
ৰাজনীতি

নৱেম্বৰত অসমলৈ আহিব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

September 27, 2023
আজিৰ পৰা অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা
ৰাজনীতি

আজিৰ পৰা অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা

September 21, 2023
দুমাহৰ পাছতে নির্বাচনঃ কোন ৰাজ্যৰ চৰকাৰে ৪৫০ টকাতে দিব ৰন্ধন গেছৰ চিলিণ্ডাৰ!
ৰাজনীতি

দুমাহৰ পাছতে নির্বাচনঃ কোন ৰাজ্যৰ চৰকাৰে ৪৫০ টকাতে দিব ৰন্ধন গেছৰ চিলিণ্ডাৰ!

September 15, 2023
বিধানসভাত বিৰোধীক অংগুষ্ঠ প্ৰদর্শন চন্দ্ৰমোহন পাটোৱাৰীৰ, জ্যেষ্ঠ মন্ত্ৰীৰ অশোভনীয় আচৰণক লৈ উত্তাল সদন
ৰাজনীতি

বিধানসভাত বিৰোধীক অংগুষ্ঠ প্ৰদর্শন চন্দ্ৰমোহন পাটোৱাৰীৰ, জ্যেষ্ঠ মন্ত্ৰীৰ অশোভনীয় আচৰণক লৈ উত্তাল সদন

September 14, 2023
ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিবাহক সভাৰ সফল সমাপ্তি
ৰাজনীতি

ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিবাহক সভাৰ সফল সমাপ্তি

September 11, 2023
Next Post
বিয়াৰ পূর্বেই সন্তান জন্ম, প্ৰথম সম্পৰ্কৰ তিক্ততাৰ বাবে বিবাহ বান্ধোনত আৱদ্ধ হ’ব নিবিচাৰে নেকি কল্কিয়ে ?

বিয়াৰ পূর্বেই সন্তান জন্ম, প্ৰথম সম্পৰ্কৰ তিক্ততাৰ বাবে বিবাহ বান্ধোনত আৱদ্ধ হ’ব নিবিচাৰে নেকি কল্কিয়ে ?

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • বিৰাট-অনুষ্কা পৰিয়াললৈ শীঘ্ৰে আহিব নতুন আলহী, পুনৰ মাতৃ হ’ব অনুষ্কা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

October 2, 2023
স্মার্ট-অদম্য আৰক্ষীকো কেৰেপ নকৰে অপৰাধীয়ে ? পুনৰ দুই মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে দুবৃর্ত্তই

সোণৰ অলংকাৰ পিন্ধি নোলাব, পুনৰ বৃদ্ধ মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে চিলনী চোৰে

October 2, 2023
ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে  ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

October 2, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7