VOICE 24x7
Monday, October 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অৰবিন্দ কেজৰিৱালক হত্যাৰ ষড়যন্ত্ৰ চলিছে – কালৈ আঙুলি টোৱালে মণীষ ছিছোডিয়াই !!

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 25, 2022
in ৰাজনীতি
অৰবিন্দ কেজৰিৱালক হত্যাৰ ষড়যন্ত্ৰ চলিছে – কালৈ আঙুলি টোৱালে মণীষ ছিছোডিয়াই !!
0
SHARES
15
VIEWS
Share on FacebookShare on Twitter

দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পার্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক হত্যাৰ ষড়যন্ত্ৰ চলিছে ৷ এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ ছিছোডিয়াই ৷ গুজৰাট আৰু  দিল্লীৰ এমচিডিত নিৰ্বাচনত পৰাজয়ৰ আশংকা কৰি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা বুলি বৃহস্পতিবাৰে অভিযোগ উত্থাপন কৰে  ছিছোডিয়াই ৷ এই ষড়যন্ত্ৰত দিল্লীৰ সাংসদ মনোজ তিৱাৰী জড়িত থকাৰো তেওঁ  অভিযোগ উত্থাপন কৰে।অৱশ্যে ছিছোডিয়াই দৃঢ়তাৰে কয় যে আম আদমি পাৰ্টিয়ে এনে লেতেৰা ৰাজনীতিত ভয় নকৰে।

এক টুইটযোগে তেওঁ কয় -“গুজৰাট আৰু এমচিডি নিৰ্বাচনত পৰাজয়ৰ আশংকাত বিজেপিয়ে অৰবিন্দ কেজৰিৱালক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে। তেওঁলোকৰ সাংসদ মনোজ তিৱাৰীয়ে মুকলিকৈ তেওঁৰ গুণ্ডাক কেজৰিৱালক আক্ৰমণ কৰিবলৈ কৈছে আৰু তেওঁ সম্পূৰ্ণ পৰিকল্পনা কৰিছে। তেওঁলোকৰ লেতেৰা ৰাজনীতিলৈ আপে ভয় কৰা নাই। মানুহে তেওঁলোকৰ গুণ্ডাগিৰিৰ উত্তৰ দিব।’-

উল্লেখ্য যে  তিৱাৰীয়ে এদিন পূর্বে কেজৰিৱালৰ নিৰাপত্তাৰ ওপৰত উদ্বেগ প্ৰকাশ কৰাৰ লগতে শেহতীয়াকৈ দুৰ্নীতি আৰু এমচিডি নিৰ্বাচনৰ বাবে “টিকট বিক্ৰী” হোৱা বুলি অভিযোগৰ ওপৰত আলোকপাত কৰিছিল।

 

 

Previous Post

প্ৰাতঃস্মৰণীয়…

Next Post

কাটাৰত ৰোণাল্ডোৱে ৰচিলে ইতিহাস .. অতিক্ৰম কৰিলে পেলেৰ দৰে ফুটবলাৰক

Related Posts

গুৱাহাটীত ‘আপ’ৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিং, সম্বোধন কৰিব দলীয় কর্মকর্তাক
ৰাজনীতি

গুৱাহাটীত ‘আপ’ৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিং, সম্বোধন কৰিব দলীয় কর্মকর্তাক

September 28, 2023
নৱেম্বৰত অসমলৈ আহিব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী
ৰাজনীতি

নৱেম্বৰত অসমলৈ আহিব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

September 27, 2023
আজিৰ পৰা অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা
ৰাজনীতি

আজিৰ পৰা অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা

September 21, 2023
দুমাহৰ পাছতে নির্বাচনঃ কোন ৰাজ্যৰ চৰকাৰে ৪৫০ টকাতে দিব ৰন্ধন গেছৰ চিলিণ্ডাৰ!
ৰাজনীতি

দুমাহৰ পাছতে নির্বাচনঃ কোন ৰাজ্যৰ চৰকাৰে ৪৫০ টকাতে দিব ৰন্ধন গেছৰ চিলিণ্ডাৰ!

September 15, 2023
বিধানসভাত বিৰোধীক অংগুষ্ঠ প্ৰদর্শন চন্দ্ৰমোহন পাটোৱাৰীৰ, জ্যেষ্ঠ মন্ত্ৰীৰ অশোভনীয় আচৰণক লৈ উত্তাল সদন
ৰাজনীতি

বিধানসভাত বিৰোধীক অংগুষ্ঠ প্ৰদর্শন চন্দ্ৰমোহন পাটোৱাৰীৰ, জ্যেষ্ঠ মন্ত্ৰীৰ অশোভনীয় আচৰণক লৈ উত্তাল সদন

September 14, 2023
ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিবাহক সভাৰ সফল সমাপ্তি
ৰাজনীতি

ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিবাহক সভাৰ সফল সমাপ্তি

September 11, 2023
Next Post
কাটাৰত ৰোণাল্ডোৱে ৰচিলে ইতিহাস .. অতিক্ৰম কৰিলে পেলেৰ দৰে ফুটবলাৰক

কাটাৰত ৰোণাল্ডোৱে ৰচিলে ইতিহাস .. অতিক্ৰম কৰিলে পেলেৰ দৰে ফুটবলাৰক

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • ছীল হ’ল গুৱাহাটীৰ পল্টন বজাৰৰ বিখ্যাত মা কালী হোটেল, গ্ৰাহকক অস্বাস্থ্যকৰ খাদ্য যোগানৰ অভিযোগ

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কাজিৰঙা জাতীয় অৰ্কিড উদ্যানৰ নতুন পৰ্যটন বৰ্ষৰ কাৰ্যসূচী আৰম্ভ, প্ৰতি সন্ধিয়া ১৪ লোকনৃত্যৰ প্ৰদর্শনৰে মন মুহিব দেশী-বিদেশী পর্যটকৰ

কাজিৰঙা জাতীয় অৰ্কিড উদ্যানৰ নতুন পৰ্যটন বৰ্ষৰ কাৰ্যসূচী আৰম্ভ, প্ৰতি সন্ধিয়া ১৪ লোকনৃত্যৰ প্ৰদর্শনৰে মন মুহিব দেশী-বিদেশী পর্যটকৰ

October 2, 2023
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশিফল 🙏

October 2, 2023
কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

October 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7