VOICE 24x7
Wednesday, June 29, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰাজ্যসভাৰ নির্বাচনত বিজেপিৰ সাফল্যঃমনোনীত হ’ল নির্মলা সীতাৰমণ, পৰাজিত মিডিয়া বেৰন সুভাষ চন্দ্ৰা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 11, 2022
in ৰাজনীতি
ৰাজ্যসভাৰ নির্বাচনত বিজেপিৰ সাফল্যঃমনোনীত হ’ল নির্মলা সীতাৰমণ, পৰাজিত মিডিয়া বেৰন সুভাষ চন্দ্ৰা
0
SHARES
10
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে অনুষ্ঠিত ৰাজ্যসভাৰ নির্বাচনত উল্লেখনীয় সফলতা লাভ কৰিবলৈ সক্ষম হৈছে বিজেপি ৷ মুঠ  ১৬খন আসনত ঘনিষ্ঠ প্ৰতিদ্বন্দ্বিতা  হোৱা চাৰিখন ৰাজ্যৰ ভিতৰত তিনিখন ৰাজ্যত বিজেপিয়ে জয়লাভ কৰে। ৰাজস্থানত কংগ্ৰেছে তিনিখন আসনত জয়লাভ কৰে যদিও হাৰিয়ানাত বিপৰ্যয়ৰ সন্মুখীন হৈছিল। একেদৰে মহাৰাষ্ট্ৰত শাসকীয় মিত্ৰজোঁট জোকাৰণিৰ সন্মুখীন হ’বলগীয়া হয়।

মহাৰাষ্ট্ৰ, কৰ্ণাটক, ৰাজস্থান আৰু হাৰিয়ানাত অনুষ্ঠিত নির্বাচনত  ক্ৰছ ভোটিঙ হোৱা বুলি অভিযোগ উত্থাপিত হৈছে ৷  আনকি ক্ৰছ ভোটিং আৰু নিয়ম উলংঘাৰ অভিযোগৰ বাবে  হাৰিয়ানা আৰু মহাৰাষ্ট্ৰত আঠ ঘণ্টাৰো অধিক সময় ধৰি ভোট গণনা বন্ধ ৰাখিবলগীয়া হয় ৷ মহাৰাষ্ট্ৰত মিত্ৰজোঁটে তিনিখন আসন আৰু বিজেপিয়ে তিনিখন আসন লাভ কৰে।হাৰিয়ানাত দুখন আসনৰ ভিতৰত এখন আসন বিজেপিয়ে লাভ কৰে ৷

ৰাজস্থানত কংগ্ৰেছে ৰাজ্যসভাৰ চাৰিখন আসনৰ ভিতৰত তিনিখন আসন লাভ কৰে ৷ ইয়াৰ বিপৰীতে বিজেপিয়ে লাভ কৰে এখন আসন।বিজেপিৰ সমর্থিত  মিডিয়া বেৰন সুভাষ চন্দ্ৰাৰ পৰাজয় হয় । কৰ্ণাটকত বিজেপিয়ে তিনিখন আৰু কংগ্ৰেছে এখন আসন লাভ কৰে। চাৰিখন আসনৰ ভিতৰত বিজেপিৰ নিৰ্মলা সীতাৰমণ, জগেশ আৰু লেহৰ সিং চিৰোয়াই তিনিখন আসন দখল কৰাৰ বিপৰীতে বাকী এখন আসন কংগ্ৰেছৰ জয়ৰাম ৰমেশে জয়লাভ কৰে।

ৰাজ্যসভাত ১৫ খন ৰাজ্যৰ ৫৭ খন আসন খালী হৈ পৰিছিল। সৰ্বাধিক ১১ খান আসন খালী হৈছিল উত্তৰ প্ৰদেশত। ইয়াৰ পিছতে আছে মহাৰাষ্ট্ৰ আৰু তামিলনাডুত৬ খন , বিহাৰত ৫ খন , কৰ্ণাটক, ৰাজস্থান আৰু অন্ধ্ৰপ্ৰদেশত ৪ খন , মধ্যপ্ৰদেশ আৰু ওড়িশাত ৩ খন  পঞ্জাৱ, ঝাৰখণ্ড, হাৰিয়ানা, ছত্তীশগড় আৰু তেলেংগানা ২ খন  আৰু উত্তৰাখণ্ডৰ পৰা এখন আসন খালী হৈছিল । বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয় ৪১ জন প্ৰাৰ্থী ৷

Previous Post

‘ফেচিয়েল পেৰেলাইছিছ’ত ভুগিছে পপ তাৰকা জাষ্টিন বিবাৰে

Next Post

ৰঞ্জী ট্ৰফীত শতক অর্জন মমতা বেনার্জী মন্ত্ৰীসভাৰ সদস্যৰ

Related Posts

উদ্ধৱ থাকৰেৰ ঘনিষ্ঠ  সঞ্জয় ৰাউতক এনফর্চমেণ্টৰ চমন, কেতিয়া কৰা হ’ব জেৰা !!
ৰাজনীতি

উদ্ধৱ থাকৰেৰ ঘনিষ্ঠ সঞ্জয় ৰাউতক এনফর্চমেণ্টৰ চমন, কেতিয়া কৰা হ’ব জেৰা !!

June 27, 2022
মহাৰাষ্ট্ৰত অব্যাহত ৰাজনৈতিক অচলাৱস্থাঃ বিদ্ৰোহীয়ে নিজৰ গোটৰ নাম দিলে “শিৱ সেনা বালাচাহেব”
ৰাজনীতি

মহাৰাষ্ট্ৰত অব্যাহত ৰাজনৈতিক অচলাৱস্থাঃ বিদ্ৰোহীয়ে নিজৰ গোটৰ নাম দিলে “শিৱ সেনা বালাচাহেব”

June 25, 2022
বিধায়ক বাঢ়িছে একনাথ ছিন্দেৰ শিবিৰত, ক্ৰমাৎ শক্তিহীন উদ্ধৱ থাকৰে
ৰাজনীতি

বিধায়ক বাঢ়িছে একনাথ ছিন্দেৰ শিবিৰত, ক্ৰমাৎ শক্তিহীন উদ্ধৱ থাকৰে

June 23, 2022
আজি দেশৰ তিনিখন লোকসভা আৰু সাতখন বিধানসভা আসনৰ বাবে ভোটগ্ৰহণ
ৰাজনীতি

আজি দেশৰ তিনিখন লোকসভা আৰু সাতখন বিধানসভা আসনৰ বাবে ভোটগ্ৰহণ

June 23, 2022
কোন হ’ব কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নতুন অধ্যক্ষ ?
ৰাজনীতি

কোন হ’ব কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নতুন অধ্যক্ষ ?

June 21, 2022
কাক নির্বাচন কৰিব প্ৰার্থী!! ৰাষ্ট্ৰপতি নির্বাচনক লৈ কুচকাৱাজ চলাইছে বিৰোধীয়ে
ৰাজনীতি

দেশজুৰি ৰাষ্ট্ৰপতি নির্বাচনৰ প্ৰচাৰ চলাব বিজেপিয়ে , জার্মানীলৈ মোদী যোৱাৰ পূর্বে ঘোষণা হ’ব প্ৰার্থীৰ নাম

June 17, 2022
Next Post
ৰঞ্জী ট্ৰফীত শতক অর্জন মমতা বেনার্জী মন্ত্ৰীসভাৰ সদস্যৰ

ৰঞ্জী ট্ৰফীত শতক অর্জন মমতা বেনার্জী মন্ত্ৰীসভাৰ সদস্যৰ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

June 29, 2022
আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?

আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?

June 29, 2022
শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

June 29, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7