VOICE 24x7
Saturday, June 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আজি দেশৰ তিনিখন লোকসভা আৰু সাতখন বিধানসভা আসনৰ বাবে ভোটগ্ৰহণ

আজি পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে এই ভোট গ্ৰহণ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 23, 2022
in ৰাজনীতি
আজি দেশৰ তিনিখন লোকসভা আৰু সাতখন বিধানসভা আসনৰ বাবে ভোটগ্ৰহণ
0
SHARES
4
VIEWS
Share on FacebookShare on Twitter

আজি দেশৰ তিনিখন লোকসভা আৰু সাতখন বিধানসভা আসনৰ বাবে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া৷ আজি  পুৱা ৭ বজাৰ পৰা  আৰম্ভ হৈছে এই ভোট গ্ৰহণ । এই আটাইকেইখন  আসনৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ফলাফল ২৬ জুনত ঘোষণা কৰা হ’ব বুলি জানিব পৰা হৈছে ।

উল্লেখযোগ্য যে ভাৰতৰ উত্তৰ প্ৰদেশৰ ৰামপুৰ আৰু আজমগড় আৰু পঞ্জাৱৰ চাংৰুৰ লোকসভা আসনৰ বাবে অনুষ্ঠিত হৈছে এই উপ-নিৰ্বাচন ।আনহাতে দিল্লী, ঝাৰখণ্ড, অন্ধ্ৰ প্ৰদেশ আৰু ত্ৰিপুৰাৰ সাতখন বিধানসভা আসনৰ বাবেও  উপ-নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে ।

উত্তৰ প্ৰদেশৰ ৰামপুৰ আৰু আজমগড় লোকসভা আসনৰ উপ-নিৰ্বাচনৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হোৱাৰ পিছতে  কোভিড-১৯-ৰ প্ৰতি লক্ষ্য ৰাখি, ভোটগ্ৰহণ স্থানত সকলো ধৰণৰ সাৱধানতা অৱলম্বন কৰা হৈছে।উল্লেখযোগ্য যে  দুয়োখন আসনৰ উপ-নিৰ্বাচনত প্ৰায় ৩৪.৪৫ লাখ ভোটাৰে ভোটদান কৰিব  যাৰ ভিতৰত আছে ১৮.৭৮ লাখ পুৰুষ, ১৬.৬৭ লাখ মহিলা আৰু ২১৮ জন তৃতীয় লিংগৰ ভোটাৰ।আনহাতে ছয়জন প্ৰাৰ্থীয়ে ভাগ্য পৰীক্ষা কৰিব ৰামপুৰ লোকসভা আসনৰ পৰা ৷  আনহাতে ১৩ জনে আজমগড়ৰ পৰা ৷ দুয়োখন লোকসভা আসনৰ বাবে মুঠ ৪,২৩৪ টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে। ভোটগ্ৰহণ স্থানসমূহত ২৯১ জন খণ্ড দণ্ডাধীশ, ৪০ জন আঞ্চলিক দণ্ডাধীশ, ১০ জন ষ্টেটিক মেজিষ্ট্ৰেট আৰু ৪৩৩ জন মাইক্ৰ’পৰ্যবেক্ষক মোতায়েন কৰা হৈছে। উপ-নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত  কৰিবলৈ মোতায়েন কৰা হৈছে কেন্দ্ৰীয় বাহিনীও ।

আনহাতে চাৰিখন ৰাজ্যৰ এই বিধানসভা আসনসমূহৰ বাবে অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন –

চাৰিখন ৰাজ্যৰ ভিতৰত আগৰতলা, জুবাৰাজগৰ, সুৰমা আৰু বৰদোৱালা টাউন বিধানসভা আসনৰ সৰ্বাধিক সংখ্যক উপ-নিৰ্বাচন ত্ৰিপুৰাত অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে ৷ অন্ধ্ৰ প্ৰদেশৰ আত্মাকুৰ, ঝাৰখণ্ডৰ মান্দাৰ আৰু দিল্লীৰ ৰাজেন্দ্ৰ নগৰ বিধানসভা আসনতো আজি অনুষ্ঠিত হৈছে এই নিৰ্বাচন ।

কিয় অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন?

দুখন ৰাজ্যৰ তিনিখন লোকসভা আসনৰ  উত্তৰ প্ৰদেশত আজমগড় আৰু ৰামপুৰ লোকসভা আসনৰ উপ-নিৰ্বাচন অনুষ্ঠিত হৈছে। কিয়নো আজমগড়ৰ পৰা অখিলেশ যাদৱ আৰু ৰামপুৰৰ আজম খানে ফেব্ৰুৱাৰী-মাৰ্চত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত জয়লাভ কৰে যদিও  পৰৱৰ্তী সময়ত  লোকসভা আসনৰ পৰা পদত্যাগ কৰে।একে সময়তে পঞ্জাৱৰ সংগ্ৰুৰ লোকসভা আসনৰ সাংসদ হৈ থকা ভগৱন্ত মান  মুখ্যমন্ত্ৰী হৈ লোকসভা আসনৰ পৰা পদত্যাগ কৰাৰ পিছত এই আসনত অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন ।

ইফালে চাৰিখন ৰাজ্যৰ সাতখন বিধানসভা আসনৰ বিষয়ে ক’বলৈ গ’লে, আপ নেতা ৰাঘৱ চাধা শেহতীয়াকৈ ৰাজ্যসভাৰ সদস্য হিচাপে নিৰ্বাচিত হোৱাৰ পিছত দিল্লীৰ ৰাজেন্দ্ৰ নগৰ বিধানসভা আসন খালী হৈ পৰে। একে সময়তে ঝাৰখণ্ডৰ মান্দাৰ বিধানসভা আসনৰ পৰা কংগ্ৰেছৰ বিধায়ক বন্ধু তিৰ্কীৰ সদস্যপদ বাতিল কৰাৰ পিছতেই  উপ-নিৰ্বাচন অনুষ্ঠিত হৈছে উক্ত বিধানসভা আসনৰ বাবে।

আনহাতে অন্ধ্ৰপ্ৰদেশৰ আত্মাকুৰ বিধানসভা আসনৰ উপ-নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে ৱাইএছআৰ কংগ্ৰেছ বিধায়কৰ মৃত্যুৰ পিছত । একে সময়তে ত্ৰিপুৰাৰ আগৰতলা, বৰদোৱালী টাউন আৰু সূৰমাৰ বিজেপি বিধায়কসকলে পদত্যাগ আৰু   জুবাৰাজগৰৰ চিপিআই(এম)ৰ বিধায়কজনৰ মৃত্যু হোৱাৰ   পিছত এই চাৰিখন আসনৰ বাবে আজি অনুষ্ঠিত হৈছে এই উপ-নিৰ্বাচন ।

Previous Post

বেংগালুৰুৰ ২ শিক্ষানুষ্ঠানত আয়কৰ বিভাগৰ অভিযান

Next Post

১০ ছেকেণ্ডলৈকে এখন ভৰিৰ ওপৰত থিয় হ’ব নোৱাৰা ব্যক্তিৰ মৃত্যুৰ আশংকা অধিক , কি কি তথ্য পোহৰলৈ আহিছে নতুন গৱেষণাত !!

Related Posts

বিধায়ক বাঢ়িছে একনাথ ছিন্দেৰ শিবিৰত, ক্ৰমাৎ শক্তিহীন উদ্ধৱ থাকৰে
ৰাজনীতি

বিধায়ক বাঢ়িছে একনাথ ছিন্দেৰ শিবিৰত, ক্ৰমাৎ শক্তিহীন উদ্ধৱ থাকৰে

June 23, 2022
কোন হ’ব কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নতুন অধ্যক্ষ ?
ৰাজনীতি

কোন হ’ব কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নতুন অধ্যক্ষ ?

June 21, 2022
কাক নির্বাচন কৰিব প্ৰার্থী!! ৰাষ্ট্ৰপতি নির্বাচনক লৈ কুচকাৱাজ চলাইছে বিৰোধীয়ে
ৰাজনীতি

দেশজুৰি ৰাষ্ট্ৰপতি নির্বাচনৰ প্ৰচাৰ চলাব বিজেপিয়ে , জার্মানীলৈ মোদী যোৱাৰ পূর্বে ঘোষণা হ’ব প্ৰার্থীৰ নাম

June 17, 2022
একেৰাহে তৃতীয় দিনাও ৰাহুল গান্ধীক জেৰা ই ডিৰ, প্ৰতিবাদ অব্যাহত কংগ্ৰেছীৰ
ৰাজনীতি

একেৰাহে তৃতীয় দিনাও ৰাহুল গান্ধীক জেৰা ই ডিৰ, প্ৰতিবাদ অব্যাহত কংগ্ৰেছীৰ

June 15, 2022
ৰাষ্ট্ৰপতি নিৰ্বাচনঃ বুধবাৰে মমতা বেনার্জীয়ে আহ্বান জনোৱা সভাত ভাগ ল’ব কংগ্ৰেছে
ৰাজনীতি

ৰাষ্ট্ৰপতি নিৰ্বাচনঃ বুধবাৰে মমতা বেনার্জীয়ে আহ্বান জনোৱা সভাত ভাগ ল’ব কংগ্ৰেছে

June 14, 2022
ৰাজ্যসভাৰ নির্বাচনত বিজেপিৰ সাফল্যঃমনোনীত হ’ল নির্মলা সীতাৰমণ, পৰাজিত মিডিয়া বেৰন সুভাষ চন্দ্ৰা
ৰাজনীতি

ৰাজ্যসভাৰ নির্বাচনত বিজেপিৰ সাফল্যঃমনোনীত হ’ল নির্মলা সীতাৰমণ, পৰাজিত মিডিয়া বেৰন সুভাষ চন্দ্ৰা

June 11, 2022
Next Post
১০ ছেকেণ্ডলৈকে এখন ভৰিৰ ওপৰত থিয় হ’ব নোৱাৰা ব্যক্তিৰ মৃত্যুৰ আশংকা অধিক , কি কি তথ্য পোহৰলৈ আহিছে নতুন গৱেষণাত !!

১০ ছেকেণ্ডলৈকে এখন ভৰিৰ ওপৰত থিয় হ’ব নোৱাৰা ব্যক্তিৰ মৃত্যুৰ আশংকা অধিক , কি কি তথ্য পোহৰলৈ আহিছে নতুন গৱেষণাত !!

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

১২ ঘণ্টালৈ বৃদ্ধি  পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

১২ ঘণ্টালৈ বৃদ্ধি পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

June 24, 2022
পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

June 24, 2022
এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত  নচলিব ই-ৰিক্সা

এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত নচলিব ই-ৰিক্সা

June 24, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7