VOICE 24x7
Saturday, May 28, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

৫ ৰাজ্যৰ শোচনীয় পৰাজয়ৰ পাছতো কংগ্ৰেছত অব্যাহত ‘ডু-নট-ডিষ্টাৰ্ব মোড’ ,ছোনিয়া গান্ধীয়েই হৈ থাকিব ৰাষ্ট্ৰীয় সভাপতি

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 14, 2022
in ৰাজনীতি
৫ ৰাজ্যৰ শোচনীয় পৰাজয়ৰ পাছতো  কংগ্ৰেছত অব্যাহত  ‘ডু-নট-ডিষ্টাৰ্ব মোড’ ,ছোনিয়া গান্ধীয়েই হৈ থাকিব ৰাষ্ট্ৰীয় সভাপতি
0
SHARES
8
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ অনুষ্ঠিত ৫ ৰাজ্যৰ বিধানসভা নির্বাচনৰ শোচনীয় পৰাজয়ৰ পাছত দেশৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দল কংগ্ৰেছৰ ভিতৰচ’ৰাত  জোকৰণিৰ সৃষ্টি হ’ব বুলি ভবা হৈছিল ৷ পৰাজয়ৰ পাছতে দলটোৰ নেতৃত্বৰ সালসলনি ঘটাৰো সম্ভাৱনা আছে বুলি ৰাজনৈতিক মহলত চর্চা লাভ কৰিছিল ৷ কিন্তু ৫ ৰাজ্যত শোচনীয়ভাৱে পৰাজিত হোৱাৰ পাছতো একপ্ৰকাৰ ‘ডু নট ডিষ্টার্ব মোড’ অব্যাহত আছে কংগ্ৰেছত ৷ এখনৰ পাছত আন এখন ৰাজ্যৰ নির্বাচনত পৰাজিত হ’লেও নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতিৰ পদতে কার্যনিবাহ কৰি থাকিব ছোনিয়া গান্ধীয়ে ৷ কালি অনুষ্ঠিত দলটোৰ ৱর্কিং কমিটীৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ পূর্বৰ দৰেই বৈঠকত শোচনীয় পৰাজয়ৰ দোষ স্বীকাৰ কৰি প্ৰথমে গান্ধীয়ে সভাপতি পদৰ পৰা পদত্যাগ কৰিবলৈ ইচ্ছা  প্ৰকাশ কৰে ৷ কিন্তু আন নেতাসকলে মানি নোলোৱাত তেওঁ সভাপতিৰ আসনত অধিষ্ঠিত হৈ থাকিবলৈ সন্মতি প্ৰদান কৰে ৷

দলটোৰ শীৰ্ষ সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা কংগ্ৰেছ ৱৰ্কিং কমিটীয়ে দেওবাৰে পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত ইয়াৰ শোচনীয় পৰাজয়ৰ কাৰণসমূহ বিবেচনা কৰাৰ বাবে  মিলিত হৈছিল ৷ ইয়াতে  লোৱা সিদ্ধান্ত অনুসৰি  ছোনিয়া গান্ধীয়ে কমেও আগষ্ট-ছেপ্টেম্বৰ লৈকে দলৰ সভাপতিৰ দায়িত্ব পালন কৰি থাকিব  থাকিব, যেতিয়ালৈ কংগ্ৰেছৰ নতুন  সভাপতিৰ  বাবে নিৰ্বাচন অনুষ্ঠিত নহয় ৷ তদুপৰি অহা ৮ এপ্ৰিলত সংসদৰ অধিৱেশন সমাপ্ত হোৱাৰ পিছত ‘চিন্তন শিবিৰ’ অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বৈঠকত ৷

এক সূত্ৰই প্ৰকাশ  কৰা অনুসৰি  বৈঠকখনত অন্তৱৰ্তীকালীন সভাপতি ছোনিয়া গান্ধীয়ে  কয় যে গান্ধী পৰিয়াল নির্বাচনত পৰাজিত হোৱাৰ  বাবে জগৰীয়া আৰু  তেওঁক আঁতৰি যোৱা উচিত বুলি ভাৱে তেনেহ’লে পুত্ৰ ৰাহুল গান্ধী আৰু কন্যা  প্ৰিয়ংকা গান্ধী ভাদ্ৰাই দলটোৰ বাবে সকলো “ত্যাগ” কৰিবলৈ সাজু ৷ ইয়াৰ পাছতে দলৰ  নেতাসকলে গান্ধীক সন্মুখৰ পৰা নেতৃত্ব দিয়াৰ লগতে  সাংগঠনিক দুৰ্বলতাসমূহৰ সমাধান কৰিবলৈ আহ্বান জনায় ৷ যাৰ পৰিপ্ৰেক্ষিতত ছোনিয়াই দলটোৰ সভাপতি পদতে অধিষ্ঠিত হৈ থাকিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে ৷

 

 

Previous Post

আলু- বিলাহীৰ মূল্য নির্ধাৰণ কৰিবলৈ মই ৰাজনীতিত যোগদান কৰা নাই-কিয় ক’লে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে

Next Post

আৰক্ষী জোৱানে গুলীয়াই হত্যা কৰিলে গৰ্ভৱতী পত্নীক

Related Posts

অসম জাতীয় পৰিষদ ত্যাগ চিত্তৰঞ্জন বসুমতাৰীৰ
ৰাজনীতি

অসম জাতীয় পৰিষদ ত্যাগ চিত্তৰঞ্জন বসুমতাৰীৰ

May 27, 2022
এটা পৰিয়ালে শাসন কৰিবলৈ গঠন হোৱা নাছিল তেলেংগানা , কাক সমালোচনা কৰি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে ?
ৰাজনীতি

এটা পৰিয়ালে শাসন কৰিবলৈ গঠন হোৱা নাছিল তেলেংগানা , কাক সমালোচনা কৰি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে ?

May 26, 2022
কংগ্ৰেছ ত্যাগ কপিল ছিবালৰ সমাজবাদী পার্টীৰ সমর্থনত ৰাজ্যসভাৰ নির্বাচনত দাখিল কৰিলে মনোনয়ন
ৰাজনীতি

কংগ্ৰেছ ত্যাগ কপিল ছিবালৰ সমাজবাদী পার্টীৰ সমর্থনত ৰাজ্যসভাৰ নির্বাচনত দাখিল কৰিলে মনোনয়ন

May 25, 2022
‘দুর্নীতিৰ বিৰুদ্ধে শূণ্য সহণশীলতা’ কাক কয় পুনৰ শিকালে আপে, এক শতাংশ কমিছন দাবী কৰা মন্ত্ৰীক বর্খাস্ত-গ্ৰেপ্তাৰ
ৰাজনীতি

‘দুর্নীতিৰ বিৰুদ্ধে শূণ্য সহণশীলতা’ কাক কয় পুনৰ শিকালে আপে, এক শতাংশ কমিছন দাবী কৰা মন্ত্ৰীক বর্খাস্ত-গ্ৰেপ্তাৰ

May 24, 2022
গৰু চোৰাং ব্যৱসায়ৰ গোচৰত চিবিআইৰ সন্মুখত হাজিৰ হৈছে তৃণমূল কংগ্ৰেছৰ  নেতা অনুব্ৰত মণ্ডল
ৰাজনীতি

গৰু চোৰাং ব্যৱসায়ৰ গোচৰত চিবিআইৰ সন্মুখত হাজিৰ হৈছে তৃণমূল কংগ্ৰেছৰ নেতা অনুব্ৰত মণ্ডল

May 19, 2022
পুনৰ কংগ্ৰেছৰ সভাপতি হ’ব ৰাহুল গান্ধী!  দলৰ মজিয়াৰ পৰা কোনে কৰিলে দাবী ?
ৰাজনীতি

পুনৰ কংগ্ৰেছৰ সভাপতি হ’ব ৰাহুল গান্ধী! দলৰ মজিয়াৰ পৰা কোনে কৰিলে দাবী ?

May 12, 2022
Next Post
আৰক্ষী জোৱানে গুলীয়াই হত্যা কৰিলে গৰ্ভৱতী পত্নীক

আৰক্ষী জোৱানে গুলীয়াই হত্যা কৰিলে গৰ্ভৱতী পত্নীক

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

May 28, 2022
আমাৰ শৰীৰৰ এপেণ্ডিক্সটো ভালে ৰাখিবলৈ কি কৰিব লাগে জানেনে বাৰু?

আমাৰ শৰীৰৰ এপেণ্ডিক্সটো ভালে ৰাখিবলৈ কি কৰিব লাগে জানেনে বাৰু?

May 28, 2022
গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

May 27, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7