VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

দিল্লীলৈ সিদ্ধাৰমাইয়া, কর্ণাটকত জন্মদিন উদযাপন শিৱকুমাৰৰঃকোন হ’ব কর্ণাটকৰ মুখ্যমন্ত্ৰী? আতৰা নাই বিভ্ৰান্তি

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 15, 2023
in ৰাজনীতি
দিল্লীলৈ সিদ্ধাৰমাইয়া, কর্ণাটকত জন্মদিন উদযাপন শিৱকুমাৰৰঃকোন হ’ব কর্ণাটকৰ মুখ্যমন্ত্ৰী? আতৰা নাই বিভ্ৰান্তি
0
SHARES
10
VIEWS
Share on FacebookShare on Twitter

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী কোন হ’ব সেই লৈ অব্যাহত আছে বিভ্ৰান্তি। দেওবাৰে বেংগালুৰুত কংগ্ৰেছ সংসদীয় দলৰ বৈঠকত কংগ্ৰেছে নিযুক্তি দিয়া তিনিজন পৰ্যবেক্ষকে নৱনিৰ্বাচিত বিধায়কসকলৰ মতামত গ্ৰহণ কৰে। কিন্তু একে সময়তে সেই বৈঠকত সৰ্বসন্মতিক্ৰমে এটা প্ৰস্তাৱ গৃহীত হয়। সেই প্ৰস্তাৱত কোৱা হৈছে যে মুখ্যমন্ত্ৰী কোন হ’ব সেই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত কংগ্ৰেছ হাইকমাণ্ডে ল’ব। এনে পৰিবেশত মুখ্যমন্ত্ৰী পদৰ অন্যতম প্ৰতিদ্বন্দ্বী ছিদ্দাৰামায়া সোমবাৰে দিল্লীত উপস্থিত হয় । কিন্তু এতিয়ালৈকে পোৱা খবৰ অনুসৰি মুখ্যমন্ত্ৰী পদৰ আন এজন প্ৰতিদ্বন্দ্বী প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰ দিল্লীলৈ যোৱা নাই। তেওঁ জন্মদিনৰ উদযাপনত ব্যস্ত।

 

অৱশ্যে সোমবাৰে শিৱকুমাৰৰ মন্তব্যক কেন্দ্ৰ কৰি জল্পনা-কল্পনা আৰম্ভ হৈছে। তেওঁ ক’লে, “মই যি কৰিব লাগিছিল তাকেই কৰিলোঁ। মোৰ জন্মদিনত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই মোৰ বাবে কি উপহাৰ ৰাখিছে নাজানো।” কিন্তু এই শিৱকুমাৰে দেওবাৰে কয় যে তেওঁ দলৰ এজন নিষ্ঠাবান কৰ্মী। গতিকে দলৰ সিদ্ধান্তই চূড়ান্ত। কিন্তু শিৱকুমাৰে দেওবাৰে স্পষ্ট কৰি দিলে যে দলৰ পৰা তেওঁৰ ‘প্ৰত্যাশা’ আছে। দিল্লীলৈ যোৱাৰ সন্দৰ্ভত তেওঁ কয় যে এই বিষয়ত তেওঁ এতিয়াও কোনো সিদ্ধান্ত লোৱা নাই।

 

সোমবাৰে পুৱা দিল্লীত এখন বৈঠকত মিলিত হৈছে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে। এই বৈঠকত উপস্থিত থাকিব কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব যেনে ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, ছোনিয়া গান্ধী। কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব সেই সন্দৰ্ভত জল্পনা-কল্পনা চলিছে, খাৰ্গেইয়ে এই বিষয়ত চূড়ান্ত সিদ্ধান্ত ল’ব। সোমবাৰৰ বৈঠকত এই সন্দৰ্ভত চৰ্চা হ’ব। কংগ্ৰেছৰ সূত্ৰ অনুসৰি শিৱকুমাৰ আৰু সিদ্দাৰমাইয়াক দলে অপেক্ষা কৰিবলৈ কৈছে।

Previous Post

নগাঁও-মৰিগাঁৱৰ বাৰপূজীয়াত অসম সাহিত্য সভাৰ ২০২৪ বৰ্ষৰ মধ্যকালীন অধিবেশনৰ আদৰণি সমিতি গঠন

Next Post

ট্ৰেফিক জামত আবদ্ধ হৈ চিন্তিত অমিতাভ , অৱশেষত বাইকৰ পাছফালে বহি উপস্থিত হ’ল শ্বুটিঙত

Related Posts

ভোটৰ পূৰ্বে ৰাজস্থানত গেহলটৰ নতুন প্ৰতিশ্ৰুতি’! ১০০ ইউনিটলৈ দিব নালাগে বিদ্যুত মাচুল
ৰাজনীতি

ভোটৰ পূৰ্বে ৰাজস্থানত গেহলটৰ নতুন প্ৰতিশ্ৰুতি’! ১০০ ইউনিটলৈ দিব নালাগে বিদ্যুত মাচুল

June 1, 2023
বিজেপিৰ প্ৰতি  বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে  ছিন্দেৰ সংগ !
ৰাজনীতি

বিজেপিৰ প্ৰতি বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে ছিন্দেৰ সংগ !

May 30, 2023
সাতজন অবিজেপি মুখ্যমন্ত্ৰী উপস্থিত নাথাকে নিটি আয়োগৰ সভাত
ৰাজনীতি

সাতজন অবিজেপি মুখ্যমন্ত্ৰী উপস্থিত নাথাকে নিটি আয়োগৰ সভাত

May 27, 2023
অনিমন্ত্ৰিত ৰাষ্ট্ৰপতি মুর্মুঃ কংগ্ৰেছ, তৃণমূলকে ধৰি ১৯টা বিৰোধী দলে বর্জন কৰিব নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠান
ৰাজনীতি

বিৰোধীয়ে বর্জন কৰিলেও মোদীৰ সংসদ ভৱন উদ্বোধনী অনুষ্ঠানত থাকিব ১৭ টা ৰাজনৈতিক দল

May 25, 2023
কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ছিদ্দাৰমাইয়াই, কোন নেতা উপস্থিত থাকিল ?
ৰাজনীতি

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ছিদ্দাৰমাইয়াই, কোন নেতা উপস্থিত থাকিল ?

May 20, 2023
অৱশেষত অন্ত পৰিল জল্পনা-কল্পনাৰ, কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব সিদ্দাৰামায়া , উপ-মুখ্যমন্ত্ৰী হ’ব শিৱকুমাৰ
ৰাজনীতি

অৱশেষত অন্ত পৰিল জল্পনা-কল্পনাৰ, কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব সিদ্দাৰামায়া , উপ-মুখ্যমন্ত্ৰী হ’ব শিৱকুমাৰ

May 18, 2023
Next Post
ট্ৰেফিক জামত আবদ্ধ হৈ চিন্তিত অমিতাভ , অৱশেষত বাইকৰ পাছফালে বহি উপস্থিত হ’ল শ্বুটিঙত

ট্ৰেফিক জামত আবদ্ধ হৈ চিন্তিত অমিতাভ , অৱশেষত বাইকৰ পাছফালে বহি উপস্থিত হ’ল শ্বুটিঙত

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7