VOICE 24x7
Monday, January 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আজি জনতা ভৱনত অসম চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্রী

কাইলৈৰ পৰা ২৯ ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব কম্পিউটাৰ/দক্ষতা পৰীক্ষা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 20, 2022
in ৰাজনীতি
আজি জনতা ভৱনত অসম চৰকাৰৰ  জ্যেষ্ঠ বিষয়াসকলৰ সৈতে  মুখ্যমন্ত্রী
0
SHARES
13
VIEWS
Share on FacebookShare on Twitter

কাইলৈৰ পৰা ২৯ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব কম্পিউটাৰ/দক্ষতা পৰীক্ষা ৷ সেই সন্দৰ্ভত আজি  জনতা ভৱনত অসম চৰকাৰৰ  জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক আলোচনাত মিলিত হয় অসমৰ  মুখ্যমন্ত্রী ড°হিমন্ত বিশ্ব শৰ্মা ৷

অসম চৰকাৰৰ তৃতীয় বৰ্গৰ খালী পদসমূহ পূৰণৰ বাবে কাইলৈৰ পৰা ২৯ ডিচেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া কম্পিউটাৰ/দক্ষতা পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয় মুখ্যমন্ত্রীগৰাকী।

উল্লেখযোগ্য যে  উক্ত বৈঠকত এই পৰীক্ষা প্ৰক্ৰিয়াৰ স্বচ্ছ পৰিচালনাৰ বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰে অসমৰ  মুখ্যমন্ত্রী ড°হিমন্ত বিশ্ব শৰ্মাই ।

Previous Post

৩০ বছৰ সম্পূৰ্ণ হোৱাৰ আগতে অনুষ্কাই বিৰাটৰ লগত কিয় বিয়া হৈছিল?নিজেই প্ৰকাশ কৰিলে কাৰণ

Next Post

মাছ ধৰাৰ বাবে পৰিয়ালক নিদিয়ে সময় , বিৰক্ত হৈ পত্নীয়ে বিছাৰিলে বিবাহ বিচ্চেদ, ক’ত ঘটিল এই ঘটনা ?

Related Posts

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্রী
ৰাজনীতি

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্রী

January 28, 2023
অগপৰ ব্যাপক সাংগঠনিক তৎপৰতা – ৰাজ্যজুৰি বুথ সভা সম্পন্ন
ৰাজনীতি

অগপৰ ব্যাপক সাংগঠনিক তৎপৰতা – ৰাজ্যজুৰি বুথ সভা সম্পন্ন

January 25, 2023
মৰিগাঁও জিলা পুথিভঁৰালত বি.জে.পি. অসম প্ৰদেশৰ ৰাজ্যিক কার্যনির্বাহক সভা
ৰাজনীতি

মৰিগাঁও জিলা পুথিভঁৰালত বি.জে.পি. অসম প্ৰদেশৰ ৰাজ্যিক কার্যনির্বাহক সভা

January 24, 2023
নতুন দিল্লীৰ পৰাই ভিডিঅ’ কনফাৰেন্সৰ যোগেদি বৈঠকত মিলিত হ’ল মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা
ৰাজনীতি

নতুন দিল্লীৰ পৰাই ভিডিঅ’ কনফাৰেন্সৰ যোগেদি বৈঠকত মিলিত হ’ল মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা

January 18, 2023
বি জে পিৰ জ্যেষ্ঠ নেতাৰ কংগ্ৰেছত যোগদান
ৰাজনীতি

বি জে পিৰ জ্যেষ্ঠ নেতাৰ কংগ্ৰেছত যোগদান

January 16, 2023
গুৱাহাটী উজান বজাৰস্থিত যোৰপুখুৰী উদ্যান উদ্বোধন  মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
ৰাজনীতি

গুৱাহাটী উজান বজাৰস্থিত যোৰপুখুৰী উদ্যান উদ্বোধন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

January 13, 2023
Next Post
মাছ ধৰাৰ বাবে পৰিয়ালক নিদিয়ে সময় , বিৰক্ত হৈ পত্নীয়ে বিছাৰিলে বিবাহ বিচ্চেদ, ক’ত ঘটিল এই ঘটনা ?

মাছ ধৰাৰ বাবে পৰিয়ালক নিদিয়ে সময় , বিৰক্ত হৈ পত্নীয়ে বিছাৰিলে বিবাহ বিচ্চেদ, ক’ত ঘটিল এই ঘটনা ?

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 30, 2023
ভাল ফটোৰ উঠাৰ লগতে পৰ্যটনৰ উপযোগী এখন স্বাস্থ্যকৰ ঠাইলৈ যাব বিছাৰিছে নেকিঃ সবিশেষ জানিবলৈ পঢ়ক এই তথ্য

শৰীৰত কেতিয়াবা ভিটামিনৰ পৰিমাণ বেছি হ’ব পাৰে। অধিক ভিটামিনৰ ফলত কি ৰোগ হ’ব পাৰে জাঁনো আহক

January 30, 2023
“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7