VOICE 24x7
Monday, October 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিজেপিৰ প্ৰতি বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে ছিন্দেৰ সংগ !

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 30, 2023
in ৰাজনীতি
বিজেপিৰ প্ৰতি  বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে  ছিন্দেৰ সংগ !
0
SHARES
11
VIEWS
Share on FacebookShare on Twitter

শিৱসেনাৰ একনাথ ছিন্দে শিবিৰৰ ২২ জন বিধায়ক আৰু ৯ জন সাংসদে বিজেপিৰ আচৰণত ক্ষুব্ধ হৈ শিৱিৰ ত্যাগ কৰিব বিচাৰিছে। এই দাবী শিৱসেনাৰ উদ্ধৱ শিবিৰৰ মুখপত্ৰ ‘সামনা’ত ছপা ৰূপত প্ৰকাশ কৰা হৈছে। মহাবিকাশ আঘাড়ীয়ে মিত্ৰতা ভংগ কৰি বিজেপিৰ লগত মিত্ৰতা কৰিছিল  যদিও জনপ্ৰতিনিধিয়ে সমষ্টিটোৰ বাবে একো কৰিব পৰা নাই বুলি উল্লেখ কৰা হৈছে । বিজেপিৰ সৈতে মিত্ৰতাৰ বাপাছত  তেওঁলোকৰ অৱস্থা শ্বাসৰুদ্ধকৰ বুলিও দাবী কৰা হৈছে।

 

ইতিমধ্যে মহাৰাষ্ট্ৰত ৰাজনৈতিক ধুমুহাৰ সৃষ্টি হোৱাৰ লক্ষণ দেখা গৈছিল। যেতিয়া এন চি পি নেতা অজিত পাৱাৰৰ আন্দোলনক লৈ প্ৰশ্ন উত্থাপন হৈছিল। কিন্তু শাৰদ পাৱাৰৰ ‘মাষ্টাৰষ্ট্ৰ’ক’ত বিফল হ’ল অজিত। এইবাৰ আকৌ মহাৰাষ্ট্ৰত ৰাজনৈতিক অস্থিৰতাৰ ইংগিত দিয়া হৈছে । শিৱসেনাৰ উদ্ধৱ শিবিৰৰ মুখপত্ৰই লিখা হৈছে এইদৰে – “একনাথ ছিন্দেই যিসকলক লগত লৈ  বিজেপিৰ সৈতে চৰকাৰ গঠন কৰিছিল তেওঁলোকৰ এক বৃহৎ অংশই ধৈৰ্য্য হেৰুৱাই পেলাইছে। বিজেপিৰ লগত মিত্ৰতাৰ পাছত তেওঁলোক শ্বাসৰুদ্ধ হৈ পৰিছে। ২২ জন বিধায়ক আৰু ৯ জন সাংসদে ছিন্দে শিবিৰত থাকিব নিবিচাৰে ৷আটাইকেইজন বিজেপিৰ আচৰণত বিৰক্ত হৈ দল ত্যাগ কৰাৰ চিন্তা কৰিছে।“

 

শেহতীয়াকৈ ‘বিদ্ৰোহী’ তথা শিৱসেনাৰ প্ৰবীণ নেতা গজনন কীৰ্তিকাৰৰ কিছু মন্তব্যও সোমবাৰে উত্থাপন কৰা হয়। য’ত গজাননে স্পষ্টকৈ কৈছিল, বিজেপিৰ ব্যৱহাৰত তেওঁলোক বিচলিত।

 

‘সামনা’ত লিখা হৈছে , “আত্মসন্মান আৰু মৰ্যাদা টকাৰে কিনিব নোৱাৰি। আকৌ এবাৰ প্ৰমাণিত হ’ল। কীৰ্তিকাৰৰ দাবী যে তেওঁৰ দলে লোকসভাৰ ২২খন আসনত যুঁজিব বিচাৰে। অৰ্থাৎ বিজেপিৰ পৰাও আসন দাবী কৰিছে। কিন্তু বিজেপিয়ে তেওঁলোকক পাঁচৰ পৰা সাতখনতকৈ অধিক আসন দিবলৈ ইচ্ছুক নহয়।“

 

মহাৰাষ্ট্ৰৰ ৰাজনীতিয়ে নতুন ৰূপ ল’বলৈ ওলাইছে নেকি? ৰাজনৈতিক পৰ্যবেক্ষকসকলে অৱশ্যে দাবী কৰিছে যে লোকসভা নিৰ্বাচনৰ সময় ওচৰ চাপি অহাৰ লগে লগে সংঘাত তীব্ৰতৰ হৈ পৰিব। এতিয়া প্ৰশ্ন হয় উদ্ধৱ শিবিৰে বিজেপি বনাম ছিন্দে  শিবিৰত আঘাত হানিব পাৰিবনে ?

Previous Post

দেশৰ শ্ৰেষ্ঠ মল্লযুঁজাৰুৱে হৰিদ্বাৰৰ গংগাত বিসর্জন দিব পদক, প্ৰতিবাদ কৰিও নাপালে ন্যায়

Next Post

জুনৰ প্ৰথম সপ্তাহতে তেজপুৰৰ লিচু লণ্ডনলৈ ৰপ্তানি

Related Posts

গুৱাহাটীত ‘আপ’ৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিং, সম্বোধন কৰিব দলীয় কর্মকর্তাক
ৰাজনীতি

গুৱাহাটীত ‘আপ’ৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিং, সম্বোধন কৰিব দলীয় কর্মকর্তাক

September 28, 2023
নৱেম্বৰত অসমলৈ আহিব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী
ৰাজনীতি

নৱেম্বৰত অসমলৈ আহিব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

September 27, 2023
আজিৰ পৰা অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা
ৰাজনীতি

আজিৰ পৰা অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা

September 21, 2023
দুমাহৰ পাছতে নির্বাচনঃ কোন ৰাজ্যৰ চৰকাৰে ৪৫০ টকাতে দিব ৰন্ধন গেছৰ চিলিণ্ডাৰ!
ৰাজনীতি

দুমাহৰ পাছতে নির্বাচনঃ কোন ৰাজ্যৰ চৰকাৰে ৪৫০ টকাতে দিব ৰন্ধন গেছৰ চিলিণ্ডাৰ!

September 15, 2023
বিধানসভাত বিৰোধীক অংগুষ্ঠ প্ৰদর্শন চন্দ্ৰমোহন পাটোৱাৰীৰ, জ্যেষ্ঠ মন্ত্ৰীৰ অশোভনীয় আচৰণক লৈ উত্তাল সদন
ৰাজনীতি

বিধানসভাত বিৰোধীক অংগুষ্ঠ প্ৰদর্শন চন্দ্ৰমোহন পাটোৱাৰীৰ, জ্যেষ্ঠ মন্ত্ৰীৰ অশোভনীয় আচৰণক লৈ উত্তাল সদন

September 14, 2023
ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিবাহক সভাৰ সফল সমাপ্তি
ৰাজনীতি

ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিবাহক সভাৰ সফল সমাপ্তি

September 11, 2023
Next Post
জুনৰ প্ৰথম সপ্তাহতে তেজপুৰৰ লিচু লণ্ডনলৈ ৰপ্তানি

জুনৰ প্ৰথম সপ্তাহতে তেজপুৰৰ লিচু লণ্ডনলৈ ৰপ্তানি

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • বিৰাট-অনুষ্কা পৰিয়াললৈ শীঘ্ৰে আহিব নতুন আলহী, পুনৰ মাতৃ হ’ব অনুষ্কা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

October 2, 2023
স্মার্ট-অদম্য আৰক্ষীকো কেৰেপ নকৰে অপৰাধীয়ে ? পুনৰ দুই মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে দুবৃর্ত্তই

সোণৰ অলংকাৰ পিন্ধি নোলাব, পুনৰ বৃদ্ধ মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে চিলনী চোৰে

October 2, 2023
ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে  ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

October 2, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7