VOICE 24x7
Monday, October 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

গান্ধী পৰিয়ালৰ বাহিৰৰ পৰা হ’ব কংগ্ৰেছৰ পৰৱর্তী সভাপতি , গান্ধী পৰিয়ালৰ আনুগত্য অশোক গেহলটে কৰিব প্ৰতিদ্বন্দিতা ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
September 23, 2022
in ৰাজনীতি
গান্ধী পৰিয়ালৰ বাহিৰৰ পৰা হ’ব কংগ্ৰেছৰ পৰৱর্তী সভাপতি , গান্ধী পৰিয়ালৰ আনুগত্য অশোক গেহলটে কৰিব প্ৰতিদ্বন্দিতা ?
0
SHARES
15
VIEWS
Share on FacebookShare on Twitter

গান্ধী পৰিয়ালৰ বাহিৰৰ পৰা কংগ্ৰেছৰ পৰৱর্তী সভাপতি নির্বাচিত হোৱাটো একপ্ৰকাৰ নিশ্চিত হৈছে ৷ প্ৰাক্তন সভাপতি তথা সাংসদ ৰাহুল গান্ধীয়ে স্পষ্ট কৰি দিছে যে গান্ধী পৰিয়ালৰ পৰা কোনো ব্যক্তি পৰৱর্তী সভাপতি হোৱাটো উচিত নহয় ৷ এই কথা প্ৰকাশ কৰিছে ৰাজস্থানৰ মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অশোক গেহলটে  ৷ শুকুৰবাৰে  গেহলটে নিশ্চিত কৰে যে তেওঁ দলৰ শীৰ্ষ পদৰ বাবে প্ৰতিদ্বন্দ্বিতা তেওঁ কয় – “মই কংগ্ৰেছ সভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিম। অতি সোনকালে মনোনয়ন দাখিল কৰিম । দেশৰ বর্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিৰোধী দল শক্তিশালী হোৱাৰ প্ৰয়োজন ৷ মই তেওঁক কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীক একাধিকবাৰ কংগ্ৰেছৰ সভাপতি হোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিছো । কিন্তু তেওঁ স্পষ্টকৈ কৈছিল যে গান্ধী পৰিয়ালৰ কোনো লোক পৰৱৰ্তী মুৰব্বী হ’ব নালাগে।”

গেহলটে  কংগ্ৰেছৰ সভাপতি পদৰ নির্বাচনত অৱতীর্ণ হোৱাটো নিশ্চিত হোৱাৰ লগে লগে ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ আসনত তেওঁ অধিষ্ঠিত হৈ থাকিব নে নাথাকে তাক লৈ অনিশ্চয়তাৰ সৃষ্টি কৰিছে ৷

কিয়নো কংগ্ৰেছৰ চিন্তন শিৱিৰৰ সিদ্ধান্ত অনুসৰি  প্ৰবীণ নেতাগৰাকীয়ে মুখ্যমন্ত্ৰীৰ আসন  খালী কৰিবলগীয়া হ’ব পাৰে ৷ কিয়নো চিন্তন শিৱিৰত “এটা দল, এটা পদ” নীতি গ্ৰহণ কৰা হৈছিল ৷ অৱশ্যে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব নেকি বুলি সোধাত কংগ্ৰেছ নেতাগৰাকীয়ে পুনৰ কয় যে দলৰ মুৰব্বীসকলে মুখ্যমন্ত্ৰী হিচাপে কার্যনিবাহ কৰি  নাথাকে। তেওঁ লগতে কয় যে যদি তেওঁ  দলৰ মুৰব্বী হয় তেন্তে পৰৱৰ্তী কাৰ্য্যবিধিৰ সিদ্ধান্ত  কংগ্ৰেছৰ সাধাৰণ সম্পাদক অজয় মাকেন আৰু ছোনিয়া গান্ধীয়ে ল’ব।

কংগ্ৰেছে নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰাৰ এদিন পিছতে এই নিশ্চিতকৰণ কৰা হৈছে। গেহলট আৰু শশী থাৰুৰ নিৰ্বাচনত মুখামুখি হ’বলৈ সাজু হৈছে। কংগ্ৰেছৰ অন্তৱৰ্তীকালীন মুৰব্বী ছোনিয়া গান্ধীয়ে আগন্তুক নিৰ্বাচনত কোনো পক্ষ গ্ৰহণ নকৰে বুলি কোৱাৰ বিপৰীতে ৰাহুল গান্ধীয়ে দলৰ সভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ইচ্ছুকসকলক সোঁৱৰাই দিয়ে যে এই পদটো কেৱল সাংগঠনিক নহয়, “মতাদৰ্শগত”ও ৷

 

Previous Post

পৱিত্ৰ মদিনাত ওলাইছে সোণ-তামৰ খনি, ৫৩৩ নিযুত ডলাৰ বিনিয়োগৰ সম্ভাৱনা

Next Post

‘কুটুম্ব সুৰক্ষা পৰিষদ’ চমুকৈ কে.এছ.পি.ৰ গুৰুত্বপূৰ্ণ সভা

Related Posts

গুৱাহাটীত ‘আপ’ৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিং, সম্বোধন কৰিব দলীয় কর্মকর্তাক
ৰাজনীতি

গুৱাহাটীত ‘আপ’ৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিং, সম্বোধন কৰিব দলীয় কর্মকর্তাক

September 28, 2023
নৱেম্বৰত অসমলৈ আহিব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী
ৰাজনীতি

নৱেম্বৰত অসমলৈ আহিব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

September 27, 2023
আজিৰ পৰা অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা
ৰাজনীতি

আজিৰ পৰা অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা

September 21, 2023
দুমাহৰ পাছতে নির্বাচনঃ কোন ৰাজ্যৰ চৰকাৰে ৪৫০ টকাতে দিব ৰন্ধন গেছৰ চিলিণ্ডাৰ!
ৰাজনীতি

দুমাহৰ পাছতে নির্বাচনঃ কোন ৰাজ্যৰ চৰকাৰে ৪৫০ টকাতে দিব ৰন্ধন গেছৰ চিলিণ্ডাৰ!

September 15, 2023
বিধানসভাত বিৰোধীক অংগুষ্ঠ প্ৰদর্শন চন্দ্ৰমোহন পাটোৱাৰীৰ, জ্যেষ্ঠ মন্ত্ৰীৰ অশোভনীয় আচৰণক লৈ উত্তাল সদন
ৰাজনীতি

বিধানসভাত বিৰোধীক অংগুষ্ঠ প্ৰদর্শন চন্দ্ৰমোহন পাটোৱাৰীৰ, জ্যেষ্ঠ মন্ত্ৰীৰ অশোভনীয় আচৰণক লৈ উত্তাল সদন

September 14, 2023
ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিবাহক সভাৰ সফল সমাপ্তি
ৰাজনীতি

ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিবাহক সভাৰ সফল সমাপ্তি

September 11, 2023
Next Post
‘কুটুম্ব সুৰক্ষা পৰিষদ’ চমুকৈ কে.এছ.পি.ৰ গুৰুত্বপূৰ্ণ সভা

‘কুটুম্ব সুৰক্ষা পৰিষদ’ চমুকৈ কে.এছ.পি.ৰ গুৰুত্বপূৰ্ণ সভা

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • ছীল হ’ল গুৱাহাটীৰ পল্টন বজাৰৰ বিখ্যাত মা কালী হোটেল, গ্ৰাহকক অস্বাস্থ্যকৰ খাদ্য যোগানৰ অভিযোগ

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কাজিৰঙা জাতীয় অৰ্কিড উদ্যানৰ নতুন পৰ্যটন বৰ্ষৰ কাৰ্যসূচী আৰম্ভ, প্ৰতি সন্ধিয়া ১৪ লোকনৃত্যৰ প্ৰদর্শনৰে মন মুহিব দেশী-বিদেশী পর্যটকৰ

কাজিৰঙা জাতীয় অৰ্কিড উদ্যানৰ নতুন পৰ্যটন বৰ্ষৰ কাৰ্যসূচী আৰম্ভ, প্ৰতি সন্ধিয়া ১৪ লোকনৃত্যৰ প্ৰদর্শনৰে মন মুহিব দেশী-বিদেশী পর্যটকৰ

October 2, 2023
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশিফল 🙏

October 2, 2023
কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

October 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7