VOICE 24x7
Sunday, December 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

‘কৰ্ণাটক ক্ষমতালৈ আহিলে বজৰং দলৰ বিৰুদ্ধে ব্যৱস্থা’! কংগ্ৰেছৰ নির্বাচনী প্ৰতিশ্ৰুতি, মোদীৰ গৰিহণা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 2, 2023
in ৰাজনীতি
‘কৰ্ণাটক ক্ষমতালৈ আহিলে বজৰং দলৰ বিৰুদ্ধে ব্যৱস্থা’! কংগ্ৰেছৰ নির্বাচনী  প্ৰতিশ্ৰুতি, মোদীৰ গৰিহণা
0
SHARES
27
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছে বিধানসভা নিৰ্বাচনত জয়লাভ কৰি কৰ্ণাটকত ক্ষমতা দখল কৰিলে সংঘ পৰিয়ালৰ বজৰং দলৰ বিৰুদ্ধে ‘কঠোৰ আইনী ব্যৱস্থা’ গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি দিছে। মঙলবাৰে দলৰ সভাপতি মল্লিকাৰ্জুন খার্গেই ৰাজ্যিক নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে ।

হিন্দুত্ববাদী বজৰং দলৰ উপৰিও কংগ্ৰেছৰ ইস্তাহাৰত উগ্ৰ মুছলমান গোট পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া (পিএফআই)ৰ বিৰুদ্ধেও আইনী ব্যৱস্থা লোৱাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। ইস্তাহাৰত উল্লেখ কৰা হৈছে এইদৰে-, “জাতি আৰু ধৰ্মৰ ভিত্তিত সম্প্ৰদায়ৰ মাজত ঘৃণা বিয়পোৱা ব্যক্তি আৰু সংগঠনৰ বিৰুদ্ধে শক্তিশালী আৰু নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰিবলৈ কংগ্ৰেছে প্ৰতিশ্ৰুতিবদ্ধ।”

 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে হোস্পেট এলেকাত বিজেপিৰ হৈ প্ৰচাৰ চলাই কংগ্ৰেছৰ ইস্তাহাৰত উল্লেখ কৰা প্ৰতিশ্ৰুতিক  সমালোচনা কৰে। তেওঁ কয়, “পূৰ্বতে কংগ্ৰেছে ৰামনামৰ ওপৰত বাধা আৰোপ কৰাত সক্ৰিয় আছিল, এতিয়া তেওঁলোকে ‘জয় বজৰংগবলী’ ধ্বনি দিয়াসকলৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিব বিচাৰিছে। এইটো সঁচাকৈয়ে দুৰ্ভাগ্যজনক।” ইয়াৰ পূৰ্বে চিত্ৰদুৰ্গা ৰেলীত মোদীয়ে কয় যে কংগ্ৰেছে ক্ষমতাৰ বাবে সদায় সন্ত্ৰাসৰ সৈতে আপোচ কৰি আহিছে।

Previous Post

মহাত্মা গান্ধীৰ নাতি সমাজ কৰ্মী অৰুণ গান্ধীৰ ৮৯ বছৰ বয়সত মৃত্যু

Next Post

সোণাইপৰীয়া কবি ৰমেশ বৰদলৈলৈ “অসম সুৰভি-২০২৩” বঁটা

Related Posts

দলীয় কাম-কাজত অনুপস্থিতি, বাজপেয়ী ভৱনতো অদৃশ্য, শীঘ্ৰে দায়িত্বৰ পৰা অপসাৰণ হ’ব নেকি আঙুৰলতা ডেকা ?
ৰাজনীতি

দলীয় কাম-কাজত অনুপস্থিতি, বাজপেয়ী ভৱনতো অদৃশ্য, শীঘ্ৰে দায়িত্বৰ পৰা অপসাৰণ হ’ব নেকি আঙুৰলতা ডেকা ?

December 8, 2023
উত্তৰ-পূবত বিজেপিক প্ৰতিহত কৰিবলৈ তৎপৰ কংগ্ৰেছ, তৃণমূলকে ধৰি ১৫টা বিৰোধী দল,  দুদিনীয়া বৈঠক সম্পন্ন
ৰাজনীতি

উত্তৰ-পূবত বিজেপিক প্ৰতিহত কৰিবলৈ তৎপৰ কংগ্ৰেছ, তৃণমূলকে ধৰি ১৫টা বিৰোধী দল, দুদিনীয়া বৈঠক সম্পন্ন

December 2, 2023
দলীয় অন্তঃকন্দল!!ধেমাজি জিলা সভাপতিৰ পদত্যাগ
ৰাজনীতি

দলীয় অন্তঃকন্দল!!ধেমাজি জিলা সভাপতিৰ পদত্যাগ

December 2, 2023
বিটিএডিত বিজেপিয়ে বজাইছে লোকসভা নির্বাচনৰ ৰণডংকা, ৰণোজ পেগুৰ উপস্থিতিত মাজবাটত বিশাল বাইক ৰেলী
ৰাজনীতি

বিটিএডিত বিজেপিয়ে বজাইছে লোকসভা নির্বাচনৰ ৰণডংকা, ৰণোজ পেগুৰ উপস্থিতিত মাজবাটত বিশাল বাইক ৰেলী

November 29, 2023
বজালী-নলবাৰীৰ তৃণমূল কংগ্ৰেছৰ নেতা-কর্মীৰ কংগ্ৰেছত যোগদান
ৰাজনীতি

বজালী-নলবাৰীৰ তৃণমূল কংগ্ৰেছৰ নেতা-কর্মীৰ কংগ্ৰেছত যোগদান

November 20, 2023
কার্বি আংলং বিজেপিত জোকৰনি, কার্বি স্বায়ত্ব শাসিত পৰিষদৰ তিনি প্ৰাক্তন কার্যবাহী সদস্যই যোগদান কৰিব কংগ্ৰেছত
ৰাজনীতি

কার্বি আংলং বিজেপিত জোকৰনি, কার্বি স্বায়ত্ব শাসিত পৰিষদৰ তিনি প্ৰাক্তন কার্যবাহী সদস্যই যোগদান কৰিব কংগ্ৰেছত

November 15, 2023
Next Post
সোণাইপৰীয়া কবি ৰমেশ বৰদলৈলৈ “অসম সুৰভি-২০২৩” বঁটা

সোণাইপৰীয়া কবি ৰমেশ বৰদলৈলৈ "অসম সুৰভি-২০২৩" বঁটা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

December 10, 2023
🙏 দৈনিক ৰাশিফল 🙏

🙏 দৈনিক ৰাশিফল 🙏

December 10, 2023
প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7