VOICE 24x7
Wednesday, May 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

কংগ্ৰেছৰ পুনৰুজ্জীৱিতকৰণে নহয়, চন্দ্ৰশেখৰ ৰাওকো ক্ষমতালৈ অনাৰ দায়িত্ব ল’লে প্ৰশান্ত কিশোৰে ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
April 25, 2022
in ৰাজনীতি
কংগ্ৰেছৰ পুনৰুজ্জীৱিতকৰণে নহয়, চন্দ্ৰশেখৰ ৰাওকো ক্ষমতালৈ অনাৰ দায়িত্ব ল’লে প্ৰশান্ত কিশোৰে ?
0
SHARES
6
VIEWS
Share on FacebookShare on Twitter

দেশৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দল কংগ্ৰেছৰ পুনৰ  উত্থানৰ বাবে এক বিশেষ পৰিকল্পনাসহ ৰাজনৈতিক ৰণনীতিবিদ প্ৰশান্ত কিশোৰে দলটোত যোগদান কৰিব বুলি ব্যাপক চর্চালৈ আহিছে  ৷ কেবল কংগ্ৰেছৰ পুনৰুজ্জীৱিতকৰণে নহয়, তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ দলক পুনৰ শাসনৰ গাদীলৈ অনাৰ পৰিকল্পনা কৰিব প্ৰশান্ত কিশোৰে ৷

অহা বছৰ ৰাজ্যখনত অনুষ্ঠিত হ’ব লগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰে সাক্ষাৎ কৰিছে চন্দ্ৰশেখৰ ৰাওক ৷ জানিব পৰা মতে প্ৰশান্ত কিশোৰৰ  ৰাজনৈতিক পৰামৰ্শদাতা  প্ৰতিষ্ঠান আই-পেকৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ উল্লেখ্য যে বিজেপিৰ উপৰি জে ডি ইউ, তৃণমুল কংগ্ৰেছৰ দৰে ৰাজনৈতিক দলৰ সৈতেও কাম কৰিছিল প্ৰশান্ত কিসোৰৰ প্ৰতিষ্ঠানে ৷

ইপিনে, প্ৰশান্ত কিশোৰৰ যোগদানক লৈ ব্যাপক চর্চা আৰম্ভ হৈছে ৷ যোগদানৰ পূর্বে কংগ্ৰেছত কৰিবলগীয়া পৰিৱর্তনৰ বাবে তেওঁ বান্ধি দিয়া চর্ত মানি ল’বনে নাই সেয়াও হ’ব লক্ষণীয় ৷ ইতিমধ্যে প্ৰশান্ত কিশোৰৰ প্ৰস্তাৱ চালি জাৰি চোৱাৰ বাবে ছোনিয়া গান্ধীয়ে গঠন কৰি দিছে কমিটী ৷ শীঘ্ৰে এই সমগ্ৰ তথ্য স্পষ্ট হৈ পৰাৰ সম্ভাৱনা আছে ৷

Previous Post

ৰহাৰ চাপৰমুখ ৰে’ল জংচনত কোটি টকাৰ গাঞ্জা জব্দ

Next Post

দেওবাৰে নিশা কৰণ জোহৰৰ পাৰ্টিত আলিয়া ভট্ট, চাৰা আলী খান, ৰণবীৰ সিং আৰু অন্যান্য তাৰকা

Related Posts

কংগ্ৰেছ ত্যাগ কপিল ছিবালৰ সমাজবাদী পার্টীৰ সমর্থনত ৰাজ্যসভাৰ নির্বাচনত দাখিল কৰিলে মনোনয়ন
ৰাজনীতি

কংগ্ৰেছ ত্যাগ কপিল ছিবালৰ সমাজবাদী পার্টীৰ সমর্থনত ৰাজ্যসভাৰ নির্বাচনত দাখিল কৰিলে মনোনয়ন

May 25, 2022
‘দুর্নীতিৰ বিৰুদ্ধে শূণ্য সহণশীলতা’ কাক কয় পুনৰ শিকালে আপে, এক শতাংশ কমিছন দাবী কৰা মন্ত্ৰীক বর্খাস্ত-গ্ৰেপ্তাৰ
ৰাজনীতি

‘দুর্নীতিৰ বিৰুদ্ধে শূণ্য সহণশীলতা’ কাক কয় পুনৰ শিকালে আপে, এক শতাংশ কমিছন দাবী কৰা মন্ত্ৰীক বর্খাস্ত-গ্ৰেপ্তাৰ

May 24, 2022
গৰু চোৰাং ব্যৱসায়ৰ গোচৰত চিবিআইৰ সন্মুখত হাজিৰ হৈছে তৃণমূল কংগ্ৰেছৰ  নেতা অনুব্ৰত মণ্ডল
ৰাজনীতি

গৰু চোৰাং ব্যৱসায়ৰ গোচৰত চিবিআইৰ সন্মুখত হাজিৰ হৈছে তৃণমূল কংগ্ৰেছৰ নেতা অনুব্ৰত মণ্ডল

May 19, 2022
পুনৰ কংগ্ৰেছৰ সভাপতি হ’ব ৰাহুল গান্ধী!  দলৰ মজিয়াৰ পৰা কোনে কৰিলে দাবী ?
ৰাজনীতি

পুনৰ কংগ্ৰেছৰ সভাপতি হ’ব ৰাহুল গান্ধী! দলৰ মজিয়াৰ পৰা কোনে কৰিলে দাবী ?

May 12, 2022
চৰকাৰৰ বিফলতাই নেকি কাৰণ ?
ৰাজনীতি

চৰকাৰৰ বিফলতাই নেকি কাৰণ ?

May 11, 2022
অমিত শ্বাহৰ ভ্ৰমণৰ সময়তে কলকাতাত যুৱ বিজেপি কর্মীৰ ৰহস্যজনক মৃত্যু, তীব্ৰ উত্তেজনা
ৰাজনীতি

অমিত শ্বাহৰ ভ্ৰমণৰ সময়তে কলকাতাত যুৱ বিজেপি কর্মীৰ ৰহস্যজনক মৃত্যু, তীব্ৰ উত্তেজনা

May 6, 2022
Next Post
দেওবাৰে  নিশা কৰণ জোহৰৰ পাৰ্টিত আলিয়া ভট্ট, চাৰা আলী খান, ৰণবীৰ সিং আৰু অন্যান্য তাৰকা

দেওবাৰে নিশা কৰণ জোহৰৰ পাৰ্টিত আলিয়া ভট্ট, চাৰা আলী খান, ৰণবীৰ সিং আৰু অন্যান্য তাৰকা

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

May 25, 2022
কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7