VOICE 24x7
Wednesday, May 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

নাগালেণ্ডত নির্বাচনৰ পূর্বে নতুন সমীকৰণ, একেলগে দলত্যাগ ২১ জন বিধায়কৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
April 30, 2022
in ৰাজনীতি
নাগালেণ্ডত নির্বাচনৰ পূর্বে নতুন সমীকৰণ, একেলগে দলত্যাগ ২১ জন বিধায়কৰ
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

আগন্তুক বর্ষত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে পট পৰিৱর্তন ঘটিছে নাগালেণ্ডৰ ৰাজনীতিত ৷ শুকুৰবাৰে নাগা পিপলছ ফ্ৰণ্টৰ (এনপিএফ)ৰ ২৫ জন বিধায়কৰ ভিতৰত ২১ জনে নেচনেলিষ্ট ডেমক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টি (এনডিপিপি)ত যোগদান কৰে।

এনপিএফৰ ২১ জন বিধায়কৰ যোগদানৰ লগে লগে ৬০ জনীয়া বিধানসভাত মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ৰ নেতৃত্বত এনডিপিপিৰ শক্তি ৪২ জনলৈ বৃদ্ধি পালে ৷  ইয়াৰ বিপৰীতে এনপিএফৰ  বিধায়কৰ সংখ্যা চাৰিজনলৈ হ্ৰাস পালে ৷ বিজেপিৰ ১২ জন আৰু  দুজন নিৰ্দলীয় দুজন বিধায়ক আছে।

এন পি এফৰ সভাপতি ছুৰহোজেলি লিজিয়েটচুৱে বৃহস্পতিবাৰে দলটোৱে অহা বছৰৰ  বিধানসভা নিৰ্বাচনত অকলশৰীয়াকৈ প্ৰতিদ্বন্দিতা কৰিব বুলি ঘোষণা কৰাৰ পিছতে বিধায়কসকলে দলত্যাগ কৰে ৷

এনপিএফে যোৱা বছৰৰ আগষ্টত এনডিপিপি আৰু বিজেপিক লৈ গঠিত শাসনাধিষ্ঠ পিপলছ ডেমক্ৰেটিক এলায়েন্সত যোগদান কৰি নাগা ৰাজনৈতিক বিষয়টো আগুৱাই নিয়াৰ উদ্দেশ্যৰে ৰাজ্যখনৰ বিৰোধী বিহীন চৰকাৰ ইউনাইটেড ডেমক্ৰেটিক এলায়েন্স (ইউডিএ) গঠন কৰিছিল।

Previous Post

গুৱাহাটীৰ ৫ হেজাৰ মহিলাক ‘মাইক্ৰ’ফাইনেন্স উদগণি আৰু সকাহ আঁচনি’ৰ চেক প্ৰদান

Next Post

জেনেৰেল মনোজ পাণ্ডে দেশৰ নতুন সেনা প্ৰধান

Related Posts

কংগ্ৰেছ ত্যাগ কপিল ছিবালৰ সমাজবাদী পার্টীৰ সমর্থনত ৰাজ্যসভাৰ নির্বাচনত দাখিল কৰিলে মনোনয়ন
ৰাজনীতি

কংগ্ৰেছ ত্যাগ কপিল ছিবালৰ সমাজবাদী পার্টীৰ সমর্থনত ৰাজ্যসভাৰ নির্বাচনত দাখিল কৰিলে মনোনয়ন

May 25, 2022
‘দুর্নীতিৰ বিৰুদ্ধে শূণ্য সহণশীলতা’ কাক কয় পুনৰ শিকালে আপে, এক শতাংশ কমিছন দাবী কৰা মন্ত্ৰীক বর্খাস্ত-গ্ৰেপ্তাৰ
ৰাজনীতি

‘দুর্নীতিৰ বিৰুদ্ধে শূণ্য সহণশীলতা’ কাক কয় পুনৰ শিকালে আপে, এক শতাংশ কমিছন দাবী কৰা মন্ত্ৰীক বর্খাস্ত-গ্ৰেপ্তাৰ

May 24, 2022
গৰু চোৰাং ব্যৱসায়ৰ গোচৰত চিবিআইৰ সন্মুখত হাজিৰ হৈছে তৃণমূল কংগ্ৰেছৰ  নেতা অনুব্ৰত মণ্ডল
ৰাজনীতি

গৰু চোৰাং ব্যৱসায়ৰ গোচৰত চিবিআইৰ সন্মুখত হাজিৰ হৈছে তৃণমূল কংগ্ৰেছৰ নেতা অনুব্ৰত মণ্ডল

May 19, 2022
পুনৰ কংগ্ৰেছৰ সভাপতি হ’ব ৰাহুল গান্ধী!  দলৰ মজিয়াৰ পৰা কোনে কৰিলে দাবী ?
ৰাজনীতি

পুনৰ কংগ্ৰেছৰ সভাপতি হ’ব ৰাহুল গান্ধী! দলৰ মজিয়াৰ পৰা কোনে কৰিলে দাবী ?

May 12, 2022
চৰকাৰৰ বিফলতাই নেকি কাৰণ ?
ৰাজনীতি

চৰকাৰৰ বিফলতাই নেকি কাৰণ ?

May 11, 2022
অমিত শ্বাহৰ ভ্ৰমণৰ সময়তে কলকাতাত যুৱ বিজেপি কর্মীৰ ৰহস্যজনক মৃত্যু, তীব্ৰ উত্তেজনা
ৰাজনীতি

অমিত শ্বাহৰ ভ্ৰমণৰ সময়তে কলকাতাত যুৱ বিজেপি কর্মীৰ ৰহস্যজনক মৃত্যু, তীব্ৰ উত্তেজনা

May 6, 2022
Next Post
জেনেৰেল মনোজ পাণ্ডে দেশৰ নতুন সেনা প্ৰধান

জেনেৰেল মনোজ পাণ্ডে দেশৰ নতুন সেনা প্ৰধান

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

May 25, 2022
কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7