VOICE 24x7
Saturday, May 28, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

চাৰি ৰাজ্যত চমকপ্ৰদ বিজয়ৰ পাছতে বিজেপিৰ লক্ষ্য গুজৰাট, বিশাল ৰোড শ্ব’ৰে প্ৰধানমন্ত্ৰীৰ চমক

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 11, 2022
in ৰাজনীতি
চাৰি ৰাজ্যত চমকপ্ৰদ বিজয়ৰ পাছতে বিজেপিৰ  লক্ষ্য গুজৰাট, বিশাল ৰোড শ্ব’ৰে প্ৰধানমন্ত্ৰীৰ চমক
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ  লগতে আন তিনিখন ৰাজ্যত চমকপ্ৰদ বিজয়ৰ পাছত বিজেপিৰ পৰৱর্তী লক্ষ্য হৈছে  গুজৰাট ৷ পাচ ৰাজ্যৰ ফলাফল ঘোষণাৰ এদিন পিছতে প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে আজি নিৰ্বাচনমুখী ৰাজ্য গুজৰাটত  বজালে নির্বাচনী ৰনশিঙা ৷ এক বিশাল ৰোড শ্ব’ৰে প্ৰধানমন্ত্ৰীয়ে  গুজৰাটত চমক সৃষ্টি কৰে ৷ । প্ৰধানমন্ত্ৰী মোদীয়ে কেইবাটাও চৰকাৰী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ দুদিনীয়া ভ্ৰমণসূচীৰে আজি  তেওঁৰ গৃহ ৰাজ্যত উপস্থিত হৈছে । তেওঁ আজি সন্ধিয়া গুজৰাট পঞ্চায়ত মহাসন্মিলনত ভাষণ প্ৰদান কৰিব ৷  য’ত ৰাজ্যখনৰ পঞ্চায়ত সমূহৰ এক লাখতকৈও অধিক প্ৰতিনিধি উপস্থিত থাকিব।

আজি গুজৰাটত উপস্থিত হোৱাৰ পাছতে তেওঁ  ফুলেৰে সজোৱা এখন খোলা জীপত উঠি বিমানবন্দৰৰ পৰা গান্ধীনগৰত বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয় কমলামলৈ তেওঁ ৰোড শ্ব’ কৰে ৷ ৰাস্তাৰ কাষত সমবেত হোৱা শ শ সমৰ্থক আৰু গুণমুগ্ধলৈ হাত জোকাৰি মোদীয়ে অভিবাদন জ্ঞাপন কৰে ৷ । গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল আৰু ৰাজ্যিক বিজেপিৰ সভাপতি চি আৰ পাটিল প্ৰধানমন্ত্ৰী মোডীৰ সৈতে ৰোড শ্ব’ত উপস্থিত থাকে ৷ গুজৰাটত বিধানসভা নিৰ্বাচন এই বছৰৰ শেষভাগত  অনুষ্ঠিত হ’ব ৷ কাইলৈ প্ৰধানমন্ত্ৰীয়ে পুৱা ১১ বজাত ৰাষ্ট্ৰীয় ৰক্ষা বিশ্ববিদ্যালয়ৰ (আৰআৰইউ) ভৱন মুকলি কৰিব ৷ মুখ্য অতিথি হিচাপে আৰআৰইউৰ প্ৰথম সমাৱৰ্তন তেওঁ  ভাষণ প্ৰদান কৰিব। ১২ মাৰ্চৰ সন্ধিয়া প্ৰায় ৬:৩০ বজাত তেওঁ ১১ তম খেল মহাকুম্ভ মুকলি কৰাৰ লগতে অনুষ্ঠানটোত ভাষণ প্ৰদান কৰিব ৷

 

Previous Post

ব্যর্থ শান্তি আলোচনা, দুদিনতে ইউক্ৰেইনৰ পৰা পলায়ন ১লাখ লোক

Next Post

বাংগালোৰত উদ্ধাৰ হ’ল লাভ জেহাদৰ বলি হোৱা অসমৰ কিশোৰী

Related Posts

বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী
ৰাজনীতি

বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

May 28, 2022
অসম জাতীয় পৰিষদ ত্যাগ চিত্তৰঞ্জন বসুমতাৰীৰ
ৰাজনীতি

অসম জাতীয় পৰিষদ ত্যাগ চিত্তৰঞ্জন বসুমতাৰীৰ

May 27, 2022
এটা পৰিয়ালে শাসন কৰিবলৈ গঠন হোৱা নাছিল তেলেংগানা , কাক সমালোচনা কৰি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে ?
ৰাজনীতি

এটা পৰিয়ালে শাসন কৰিবলৈ গঠন হোৱা নাছিল তেলেংগানা , কাক সমালোচনা কৰি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে ?

May 26, 2022
কংগ্ৰেছ ত্যাগ কপিল ছিবালৰ সমাজবাদী পার্টীৰ সমর্থনত ৰাজ্যসভাৰ নির্বাচনত দাখিল কৰিলে মনোনয়ন
ৰাজনীতি

কংগ্ৰেছ ত্যাগ কপিল ছিবালৰ সমাজবাদী পার্টীৰ সমর্থনত ৰাজ্যসভাৰ নির্বাচনত দাখিল কৰিলে মনোনয়ন

May 25, 2022
‘দুর্নীতিৰ বিৰুদ্ধে শূণ্য সহণশীলতা’ কাক কয় পুনৰ শিকালে আপে, এক শতাংশ কমিছন দাবী কৰা মন্ত্ৰীক বর্খাস্ত-গ্ৰেপ্তাৰ
ৰাজনীতি

‘দুর্নীতিৰ বিৰুদ্ধে শূণ্য সহণশীলতা’ কাক কয় পুনৰ শিকালে আপে, এক শতাংশ কমিছন দাবী কৰা মন্ত্ৰীক বর্খাস্ত-গ্ৰেপ্তাৰ

May 24, 2022
গৰু চোৰাং ব্যৱসায়ৰ গোচৰত চিবিআইৰ সন্মুখত হাজিৰ হৈছে তৃণমূল কংগ্ৰেছৰ  নেতা অনুব্ৰত মণ্ডল
ৰাজনীতি

গৰু চোৰাং ব্যৱসায়ৰ গোচৰত চিবিআইৰ সন্মুখত হাজিৰ হৈছে তৃণমূল কংগ্ৰেছৰ নেতা অনুব্ৰত মণ্ডল

May 19, 2022
Next Post
বাংগালোৰত উদ্ধাৰ হ’ল লাভ জেহাদৰ বলি হোৱা অসমৰ কিশোৰী

বাংগালোৰত উদ্ধাৰ হ’ল লাভ জেহাদৰ বলি হোৱা অসমৰ কিশোৰী

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

হায়দৰাবাদ বিমানবন্দৰত  উষ্ম আদৰণি  বক্সিং চেম্পিয়ন  নিখাত  জাৰীনক

হায়দৰাবাদ বিমানবন্দৰত উষ্ম আদৰণি বক্সিং চেম্পিয়ন নিখাত জাৰীনক

May 28, 2022
বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

May 28, 2022
স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

May 28, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7