VOICE 24x7
Friday, June 9, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

দেশজুৰি ৰাষ্ট্ৰপতি নির্বাচনৰ প্ৰচাৰ চলাব বিজেপিয়ে , জার্মানীলৈ মোদী যোৱাৰ পূর্বে ঘোষণা হ’ব প্ৰার্থীৰ নাম

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 17, 2022
in ৰাজনীতি
কাক নির্বাচন কৰিব প্ৰার্থী!! ৰাষ্ট্ৰপতি নির্বাচনক লৈ কুচকাৱাজ চলাইছে বিৰোধীয়ে
0
SHARES
11
VIEWS
Share on FacebookShare on Twitter

পৰৱৰ্তী ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে বিজেপি ৷ শুকুৰবাৰে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে বিজেপিয়ে ১৪ জনীয়া প্ৰচাৰ পৰিচালনা সমিতি গঠন কৰে ৷এই কমিটীত আহ্বায়ক হিচাপে  আছে জলসম্পদ মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱট।

বিজেপি নেতৃত্বাধীন এন ডি এই  এতিয়াও প্ৰাৰ্থী ঘোষণা কৰা নাই ৷ অৱশ্যে পৰৱর্তী সপ্তাহত বিজেপিয়ে ৰাষ্ট্ৰপতি পদৰ প্ৰার্থী ঘোষণা কৰাৰ সম্ভাৱনা আছে ৷  জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জাৰ্মানীলৈ যোৱাৰ পূৰ্বে বিজেপিয়ে ৰাষ্ট্ৰপতিৰ প্ৰাৰ্থী ঘোষণা কৰাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে। ২৬ জুনৰ ভিতৰত মনোনয়ন দাখিল কৰাৰ সময়ত তেওঁ উপস্থিত থাকিব বুলি আশা কৰা হৈছে।

১৮ জুলাইত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ ৷ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাৰ্যকাল ২৪ জুলাইত শেষ হ’ব। মন্ত্ৰী আৰু দলীয় বিষয়ববীয়া থকা বিজেপি কমিটিয়ে এন ডি এৰ প্ৰাৰ্থীগৰাকীৰ বাবে দেশজোৰা সমৰ্থনৰ চেষ্টা চলাব ৷

এই কমিটীত কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডী, অশ্বিনী বৈষ্ণৱ, সৰ্বানন্দ সোণোৱাল, অৰ্জুন মেঘৱাল আৰু ভাৰতী পাৱাৰ অন্তভুর্ক্ত হৈ আছে ৷ বিজেপিৰ সাধাৰণ সম্পাদক বিনোদ টাউড আৰু চি টি ৰবি সহ আহ্বায়ক বুলি দলৰ এক বিবৃতিত কোৱা হৈছে। তৰুণ চুঘ, ডি কে অৰুণা, ঋতুৰাজ সিনহা, ভি শ্ৰীনৱসন, সম্বিত পাত্ৰ আৰু ৰাজদীপ ৰায়ও  কমিটীখনৰ সদস্য ৷

 

 

Previous Post

কেনে আছে ছোনিয়া গান্ধীঃ জনালে কংগ্ৰেছে

Next Post

মানসিক স্বাস্থ্যৰ প্ৰতি সমৰ্পিত প্ৰথম থিয়েটাৰ মহোৎসৱৰ সাক্ষী হ’বলৈ সাজু হৈছে মহাৰাষ্ট্ৰ

Related Posts

কেন্দ্ৰীয় মন্ত্ৰীত্ব হেৰুৱাব ৰামেশ্বৰ তেলীয়ে !! সন্মুখত চাৰিখন ডাঙৰ ৰাজ্যৰ বিধানসভা আৰু লোকসভা নির্বাচনক লৈ তৎপৰ বিজেপিয়ে কৰিব সালসলনি
ৰাজনীতি

কেন্দ্ৰীয় মন্ত্ৰীত্ব হেৰুৱাব ৰামেশ্বৰ তেলীয়ে !! সন্মুখত চাৰিখন ডাঙৰ ৰাজ্যৰ বিধানসভা আৰু লোকসভা নির্বাচনক লৈ তৎপৰ বিজেপিয়ে কৰিব সালসলনি

June 8, 2023
‘কেৰালা মুছলিম লীগ ধৰ্মনিৰপেক্ষ দল’! আমেৰিকাত ৰাহুলৰ মন্তব্যক সমালোচনা  বিজেপিৰ
ৰাজনীতি

‘কেৰালা মুছলিম লীগ ধৰ্মনিৰপেক্ষ দল’! আমেৰিকাত ৰাহুলৰ মন্তব্যক সমালোচনা বিজেপিৰ

June 2, 2023
ভোটৰ পূৰ্বে ৰাজস্থানত গেহলটৰ নতুন প্ৰতিশ্ৰুতি’! ১০০ ইউনিটলৈ দিব নালাগে বিদ্যুত মাচুল
ৰাজনীতি

ভোটৰ পূৰ্বে ৰাজস্থানত গেহলটৰ নতুন প্ৰতিশ্ৰুতি’! ১০০ ইউনিটলৈ দিব নালাগে বিদ্যুত মাচুল

June 1, 2023
বিজেপিৰ প্ৰতি  বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে  ছিন্দেৰ সংগ !
ৰাজনীতি

বিজেপিৰ প্ৰতি বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে ছিন্দেৰ সংগ !

May 30, 2023
সাতজন অবিজেপি মুখ্যমন্ত্ৰী উপস্থিত নাথাকে নিটি আয়োগৰ সভাত
ৰাজনীতি

সাতজন অবিজেপি মুখ্যমন্ত্ৰী উপস্থিত নাথাকে নিটি আয়োগৰ সভাত

May 27, 2023
অনিমন্ত্ৰিত ৰাষ্ট্ৰপতি মুর্মুঃ কংগ্ৰেছ, তৃণমূলকে ধৰি ১৯টা বিৰোধী দলে বর্জন কৰিব নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠান
ৰাজনীতি

বিৰোধীয়ে বর্জন কৰিলেও মোদীৰ সংসদ ভৱন উদ্বোধনী অনুষ্ঠানত থাকিব ১৭ টা ৰাজনৈতিক দল

May 25, 2023
Next Post
মানসিক স্বাস্থ্যৰ প্ৰতি সমৰ্পিত প্ৰথম থিয়েটাৰ মহোৎসৱৰ সাক্ষী হ’বলৈ সাজু হৈছে মহাৰাষ্ট্ৰ

মানসিক স্বাস্থ্যৰ প্ৰতি সমৰ্পিত প্ৰথম থিয়েটাৰ মহোৎসৱৰ সাক্ষী হ'বলৈ সাজু হৈছে মহাৰাষ্ট্ৰ

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 9, 2023
চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

June 8, 2023
বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

June 8, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7