VOICE 24x7
Saturday, May 28, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

গোৱাৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে শপত ল’লে প্ৰমোদ ছাৱন্তে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 28, 2022
in ৰাজনীতি
গোৱাৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে শপত ল’লে প্ৰমোদ ছাৱন্তে
0
SHARES
10
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) নেতা প্ৰমোদ ছাৱন্তে সোমবাৰে একেৰাহে দ্বিতীয়বাৰৰ বাবে গোৱাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। পানাজীৰ ড০ শ্যামা প্ৰসাদ মুখাৰ্জী ষ্টেডিয়ামত আয়োজিত এক অনুষ্ঠানত ৰাজ্যপাল পি এছ শ্ৰীধৰণ পিল্লাইয়ে তেওঁক পদ আৰু গোপনীয়তাৰ শপত বাক্য  পাঠ কৰোৱাই ।  এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, নীতিন গাডকাৰী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা , হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰ, মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান ,উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী, অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাকে ধৰি কেইবাখনো বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী অনুষ্ঠানত উপস্থিত থাকে ৷  প্ৰমোদ ছাৱন্তে  ৪০ জনীয়া গোৱা বিধানসভাৰ শেহতীয়াকৈ সমাপ্ত  হোৱা নিৰ্বাচনত বিজেপিক ২০ খন আসনত জয়ী কৰোৱাৰ ক্ষেত্ৰত নেতৃত্ব দিছিল।

গোৱাত বিজেপিক তিনিজন নিৰ্দলীয় আৰু মহাৰাষ্ট্ৰবাদী গোমন্তক পাৰ্টিৰ (এম জি পি) দুজন বিধায়কেও  সমৰ্থন দিছে ৷  উপকূলীয় ৰাজ্যখনত  বিজেপিয়ে  একেৰাহে তৃতীয় বাৰৰ বাবে চৰকাৰ গঠন কৰিছে ৷ আজিৰ শপত গ্ৰহণ অনুষ্ঠানত ১০,০০০ তকৈয়ো অধিক লোক উপস্থিত থাকে  ৷

Previous Post

গুৱাহাটীত চেঞ্চুৰীৰ দিশে পেট্ৰ’লৰ মূল্য, এসপ্তাহত ষষ্ঠবাৰৰ বাবে বাঢ়িল ইন্ধনৰ দাম

Next Post

ইমামীয়ে ক্ৰয় কৰিলে ডাৰ্মিকুল ব্ৰেণ্ড

Related Posts

বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী
ৰাজনীতি

বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

May 28, 2022
অসম জাতীয় পৰিষদ ত্যাগ চিত্তৰঞ্জন বসুমতাৰীৰ
ৰাজনীতি

অসম জাতীয় পৰিষদ ত্যাগ চিত্তৰঞ্জন বসুমতাৰীৰ

May 27, 2022
এটা পৰিয়ালে শাসন কৰিবলৈ গঠন হোৱা নাছিল তেলেংগানা , কাক সমালোচনা কৰি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে ?
ৰাজনীতি

এটা পৰিয়ালে শাসন কৰিবলৈ গঠন হোৱা নাছিল তেলেংগানা , কাক সমালোচনা কৰি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে ?

May 26, 2022
কংগ্ৰেছ ত্যাগ কপিল ছিবালৰ সমাজবাদী পার্টীৰ সমর্থনত ৰাজ্যসভাৰ নির্বাচনত দাখিল কৰিলে মনোনয়ন
ৰাজনীতি

কংগ্ৰেছ ত্যাগ কপিল ছিবালৰ সমাজবাদী পার্টীৰ সমর্থনত ৰাজ্যসভাৰ নির্বাচনত দাখিল কৰিলে মনোনয়ন

May 25, 2022
‘দুর্নীতিৰ বিৰুদ্ধে শূণ্য সহণশীলতা’ কাক কয় পুনৰ শিকালে আপে, এক শতাংশ কমিছন দাবী কৰা মন্ত্ৰীক বর্খাস্ত-গ্ৰেপ্তাৰ
ৰাজনীতি

‘দুর্নীতিৰ বিৰুদ্ধে শূণ্য সহণশীলতা’ কাক কয় পুনৰ শিকালে আপে, এক শতাংশ কমিছন দাবী কৰা মন্ত্ৰীক বর্খাস্ত-গ্ৰেপ্তাৰ

May 24, 2022
গৰু চোৰাং ব্যৱসায়ৰ গোচৰত চিবিআইৰ সন্মুখত হাজিৰ হৈছে তৃণমূল কংগ্ৰেছৰ  নেতা অনুব্ৰত মণ্ডল
ৰাজনীতি

গৰু চোৰাং ব্যৱসায়ৰ গোচৰত চিবিআইৰ সন্মুখত হাজিৰ হৈছে তৃণমূল কংগ্ৰেছৰ নেতা অনুব্ৰত মণ্ডল

May 19, 2022
Next Post
ইমামীয়ে ক্ৰয় কৰিলে ডাৰ্মিকুল ব্ৰেণ্ড

ইমামীয়ে ক্ৰয় কৰিলে ডাৰ্মিকুল ব্ৰেণ্ড

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

হায়দৰাবাদ বিমানবন্দৰত  উষ্ম আদৰণি  বক্সিং চেম্পিয়ন  নিখাত  জাৰীনক

হায়দৰাবাদ বিমানবন্দৰত উষ্ম আদৰণি বক্সিং চেম্পিয়ন নিখাত জাৰীনক

May 28, 2022
বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

May 28, 2022
স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

May 28, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7