VOICE 24x7
Monday, August 8, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মহাৰাষ্ট্ৰত অব্যাহত ৰাজনৈতিক অচলাৱস্থাঃ বিদ্ৰোহীয়ে নিজৰ গোটৰ নাম দিলে “শিৱ সেনা বালাচাহেব”

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 25, 2022
in ৰাজনীতি
মহাৰাষ্ট্ৰত অব্যাহত ৰাজনৈতিক অচলাৱস্থাঃ বিদ্ৰোহীয়ে নিজৰ গোটৰ নাম দিলে “শিৱ সেনা বালাচাহেব”
0
SHARES
14
VIEWS
Share on FacebookShare on Twitter

আজিও ওৰ পৰা নাই মহাৰাষ্ট্ৰত সৃষ্টি হোৱা অচলাৱস্থাৰ ৷ বিদ্ৰোহী বিধায়কসকলে গুৱাহাটীত বাহৰ পাতি থকাৰ সময়তে মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই চৰকাৰ ৰক্ষা কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ উদ্ধৱ থাকৰে নেতৃত্বাধীন শিৱসেনাই বিধানসভাৰ পৰা বিদ্ৰোহী বিধায়কসকলক অযোগ্য ঘোষণা কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰাৰ সময়তে শনিবাৰে একনাথ ছিন্দেৰ নেতৃত্বত বিদ্ৰোহী বিধায়কসকলে তেওঁলোকৰ গোটৰ নাম ‘শিৱসেনা বালাচাহেব’ বুলি অভিহিত কৰে।

বিদ্ৰোহী শিৱসেনাৰ বিধায়ক দীপক কেছাৰকাৰে কয়- ‘আমাৰ গ্ৰুপৰ নাম হ’ব শিৱসেনা বালাচাহেব। আমি কোনো দলৰ লগত একত্ৰিত নহও।’- উদ্ধৱ থাকৰে নেতৃত্বাধীন শিৱসেনাৰ কাৰ্যনিৰ্বাহক বৈঠকৰ মাজতে একনাথ ছিন্দে গোটে লৈছে  এই সিদ্ধান্ত। গুৱাহাটীত ৩৮ জন বিদ্ৰোহী বিধায়কে শিবিৰ পাতি থকাৰ সময়তে মহা বিকাশ আঘড়ী চৰকাৰ ৰক্ষাৰ চেষ্টা চলাই আহিছে ৷ শুকুৰবাৰে বিদ্ৰোহী শিবিৰটোৱে ভাৰপ্ৰাপ্ত  বিধানসভাৰ অধ্যক্ষ নৰহৰি জিৰৱাললৈ পত্ৰ লিখি বিধানসভাত নিৰ্বাচিত নেতা একনাথ ছিন্দে হ’ব বুলি সদৰী কৰিছে ৷

ইফালে,শিৱ সৈনিকে বিদ্ৰোহী বিধায়কৰ কাৰ্যালয় ভাঙি পেলোৱাৰ ঘটনা সংঘটিত হৈছে।পুনেৰ বিদ্ৰোহী বিধায়ক তানাজী সাৱন্তৰ কার্যালয় ভাঙি-ছিঙি লণ্ড ভণ্ড কৰিছে  শিৱ সৈনিকে। পুনে আৰক্ষীয়ে এক সতৰ্কবাণী জাৰি কৰি মহানগৰীৰ শিৱসেনাৰ নেতাসকলৰ সৈতে জড়িত কাৰ্যালয়সমূহত সকলো থানাক নিৰাপত্তা নিশ্চিত কৰিবলৈ কয়।লগতে মুম্বাই আৰক্ষীয়ে হাই এলাৰ্ট জাৰি কৰি সকলো আৰক্ষী থানাক মহানগৰীৰ সকলো ৰাজনৈতিক কাৰ্যালয়ত নিৰাপত্তা সুনিশ্চিত কৰিবলৈ অনুৰোধ জনাইছে। বিষয়া পর্যায়ৰ আৰক্ষী জোৱানসকলে প্রতিটো ৰাজনৈতিক কার্যালয় পৰিদর্শন কৰি তেওঁলোকৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ নির্দেশ দিয়া হৈছে৷ শুকুৰবাৰে শিৱ সৈনিকে মুম্বাইত বিদ্ৰোহী বিধায়ক মংগেশ কুদলকাৰ আৰু দিলীপ লেণ্ডেৰ হোৰ্ডিং ভাঙিছিল।

 

 

Previous Post

চেন্নাইত গাড়ীৰ চলাই থাকোঁতে বাগৰি পৰিল গছ , মৃত্যু মহিলাৰ

Next Post

ভাৰতীয় চলচ্চিত্ৰ জগতত জনপ্ৰিয় অভিনেতা শ্বাহৰুখ খানৰ ৩০ বছৰ

Related Posts

কি বিশেষ দিনৰ বাবে ছচিয়েল মিডিয়াৰ ডিপিত ৰাষ্ট্ৰীয় পতাকাৰ ছবি লগাবলৈ আহ্বান জনালে প্ৰধানমন্ত্ৰীয়ে !!
ৰাজনীতি

কি বিশেষ দিনৰ বাবে ছচিয়েল মিডিয়াৰ ডিপিত ৰাষ্ট্ৰীয় পতাকাৰ ছবি লগাবলৈ আহ্বান জনালে প্ৰধানমন্ত্ৰীয়ে !!

August 2, 2022
এনফর্চমেণ্টে মন্ত্ৰীক গ্ৰেপ্তাৰৰ পাছতে কেবিনেট পুনৰ সালসলনিৰ প্ৰস্তুতি মমতাৰ, অন্তর্ভুক্ত হ’ব নতুন মুখ
ৰাজনীতি

এনফর্চমেণ্টে মন্ত্ৰীক গ্ৰেপ্তাৰৰ পাছতে কেবিনেট পুনৰ সালসলনিৰ প্ৰস্তুতি মমতাৰ, অন্তর্ভুক্ত হ’ব নতুন মুখ

August 1, 2022
মহাৰাষ্ট্ৰক লৈ বিতর্কিত মন্তব্য ৰাজ্যপাল কোছিয়াৰীৰ, ক’লে এই কথা
ৰাজনীতি

মহাৰাষ্ট্ৰক লৈ বিতর্কিত মন্তব্য ৰাজ্যপাল কোছিয়াৰীৰ, ক’লে এই কথা

July 30, 2022
দ্ৰৌপদী মুর্মুক ‘ৰাষ্ট্ৰপত্নী’ বুলি সম্বোধন কৰিলে কংগ্ৰেছ নেতাই, ক্ষমা ভিক্ষাৰ দাবী বিজেপিৰ, উত্তাল সংসদ
ৰাজনীতি

দ্ৰৌপদী মুর্মুক ‘ৰাষ্ট্ৰপত্নী’ বুলি সম্বোধন কৰিলে কংগ্ৰেছ নেতাই, ক্ষমা ভিক্ষাৰ দাবী বিজেপিৰ, উত্তাল সংসদ

July 28, 2022
তিনিদিনত ১২ ঘণ্টা জেৰা, সুধিলে ১০০ টা প্ৰশ্নঃ ইডিৰ সন্মুখত কি পৰিস্থিতিৰ সন্মুখীন হ’ল কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধী !!
ৰাজনীতি

তিনিদিনত ১২ ঘণ্টা জেৰা, সুধিলে ১০০ টা প্ৰশ্নঃ ইডিৰ সন্মুখত কি পৰিস্থিতিৰ সন্মুখীন হ’ল কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধী !!

July 27, 2022
শিৱসেনা কাৰ !! প্ৰমাণ দিবলৈ উদ্ধৱ থাকৰে-একনাথ ছিন্দেক নির্দেশ নির্বাচনী আয়োগৰ
ৰাজনীতি

শিৱসেনা কাৰ !! প্ৰমাণ দিবলৈ উদ্ধৱ থাকৰে-একনাথ ছিন্দেক নির্দেশ নির্বাচনী আয়োগৰ

July 23, 2022
Next Post
ভাৰতীয় চলচ্চিত্ৰ জগতত জনপ্ৰিয় অভিনেতা  শ্বাহৰুখ খানৰ ৩০ বছৰ

ভাৰতীয় চলচ্চিত্ৰ জগতত জনপ্ৰিয় অভিনেতা শ্বাহৰুখ খানৰ ৩০ বছৰ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

August 8, 2022
১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 7, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7