VOICE 24x7
Friday, June 24, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিধায়ক বাঢ়িছে একনাথ ছিন্দেৰ শিবিৰত, ক্ৰমাৎ শক্তিহীন উদ্ধৱ থাকৰে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 23, 2022
in ৰাজনীতি
বিধায়ক বাঢ়িছে একনাথ ছিন্দেৰ শিবিৰত, ক্ৰমাৎ শক্তিহীন উদ্ধৱ থাকৰে
0
SHARES
6
VIEWS
Share on FacebookShare on Twitter

ক্ৰমাৎ শক্তি বাঢ়িছে মহাৰাষ্ট্ৰৰ বিদ্ৰোহী নেতা একনাথ ছিন্দেৰ ৷ গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত বাহৰ পাতি থকা ছিন্দেৰ পক্ষত অধিক বিধায়কে সমর্থন প্ৰদান কৰা বুলি জানিব পৰা গৈছে ৷ ইয়াৰ লগে লগে উদ্ধৱ থাকৰেই মুখ্যমন্ত্ৰীৰ পদ এৰাৰ সম্ভাৱনা  ক্ৰমাৎ বৃদ্ধি পাইছে ৷ জানিব পৰা মতে  প্ৰায় ৪২ জন বিধায়কৰ সৈতে গুৱাহাটীত বাহৰ পাতি আছে ৷

আজি পুৱা তিনিজন শিৱ সেনা বিধায়ক – দীপক কেছাকাৰ (সাৱন্তৱাড়ীৰ বিধায়ক), মংগেশ কুদলকাৰ (চেম্বুৰ) আৰু সদা সৰ্বাংকৰ (দাদাৰ)-এ বিদ্ৰোহীৰ  শিবিৰত যোগ দিয়ে ৷ । ইয়াৰ বিপৰীতে উদ্ধৱ থাকৰেই  আহ্বান কৰা এখন সভাত মাত্ৰ ১৩ জন বিধায়কহে উপস্থিত আছিল বুলি জানিব পৰা গৈছে ৷  আজি ৪২ জন বিধায়কসহ নতুন এটা ভিডিঅ’ টুইট কৰিছে একনাথ ছিন্দেই ৷ গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত একেলগে দেখা পোৱা  মহাৰাষ্ট্ৰৰ ৪২ জন বিদ্ৰোহী বিধায়কৰ ভিতৰত আছে  শিৱসেনাৰ ৩৫ জন আৰু ৭ জন নিৰ্দলীয় বিধায়ক ৷

অৱশ্যে শিৱসেনাৰ নেতা সঞ্জয় ৰাউটে বিধায়কসকলক ভাবুকি দি চুৰাটৰ পৰা গুৱাহাটীলৈ অনাৰ অভিযোগ উত্থাপন কৰে। ‘যিসকল গুচি গ’ল তেওঁলোক শিৱসেনা নহয়। প্ৰকৃত শিৱসেনা তেওঁলোক যিসকলক  মুম্বাইৰ ৰাজপথত  দেখিছিলো। আমাৰ দল শক্তিশালী। কিছুমান বিধায়কে আমাক এৰি যোৱাৰ অৰ্থ এইটো নহয় যে সংগঠনটো দুৰ্বল। প্ৰায় ১৭-১৮ জন ভাৰতীয় জনতা পাৰ্টিৰ জিম্মাত আছে। ২০ জন বিধায়কৰ সৈতে আমি যোগাযোগত আছো।”-তেওঁ কয় ৷

 

Previous Post

কিয় ভীষ্ম পিতামাহ নামেৰে জনাজাত মুকেশ খান্না ?

Next Post

২০০ টকাৰ নোট ছপা কৰাৰ ব্যয় ৫০০ টকাৰ নোটৰ তুলনাত অধিক

Related Posts

আজি দেশৰ তিনিখন লোকসভা আৰু সাতখন বিধানসভা আসনৰ বাবে ভোটগ্ৰহণ
ৰাজনীতি

আজি দেশৰ তিনিখন লোকসভা আৰু সাতখন বিধানসভা আসনৰ বাবে ভোটগ্ৰহণ

June 23, 2022
কোন হ’ব কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নতুন অধ্যক্ষ ?
ৰাজনীতি

কোন হ’ব কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নতুন অধ্যক্ষ ?

June 21, 2022
কাক নির্বাচন কৰিব প্ৰার্থী!! ৰাষ্ট্ৰপতি নির্বাচনক লৈ কুচকাৱাজ চলাইছে বিৰোধীয়ে
ৰাজনীতি

দেশজুৰি ৰাষ্ট্ৰপতি নির্বাচনৰ প্ৰচাৰ চলাব বিজেপিয়ে , জার্মানীলৈ মোদী যোৱাৰ পূর্বে ঘোষণা হ’ব প্ৰার্থীৰ নাম

June 17, 2022
একেৰাহে তৃতীয় দিনাও ৰাহুল গান্ধীক জেৰা ই ডিৰ, প্ৰতিবাদ অব্যাহত কংগ্ৰেছীৰ
ৰাজনীতি

একেৰাহে তৃতীয় দিনাও ৰাহুল গান্ধীক জেৰা ই ডিৰ, প্ৰতিবাদ অব্যাহত কংগ্ৰেছীৰ

June 15, 2022
ৰাষ্ট্ৰপতি নিৰ্বাচনঃ বুধবাৰে মমতা বেনার্জীয়ে আহ্বান জনোৱা সভাত ভাগ ল’ব কংগ্ৰেছে
ৰাজনীতি

ৰাষ্ট্ৰপতি নিৰ্বাচনঃ বুধবাৰে মমতা বেনার্জীয়ে আহ্বান জনোৱা সভাত ভাগ ল’ব কংগ্ৰেছে

June 14, 2022
ৰাজ্যসভাৰ নির্বাচনত বিজেপিৰ সাফল্যঃমনোনীত হ’ল নির্মলা সীতাৰমণ, পৰাজিত মিডিয়া বেৰন সুভাষ চন্দ্ৰা
ৰাজনীতি

ৰাজ্যসভাৰ নির্বাচনত বিজেপিৰ সাফল্যঃমনোনীত হ’ল নির্মলা সীতাৰমণ, পৰাজিত মিডিয়া বেৰন সুভাষ চন্দ্ৰা

June 11, 2022
Next Post
২০০ টকাৰ নোট ছপা কৰাৰ ব্যয় ৫০০ টকাৰ নোটৰ তুলনাত অধিক

২০০ টকাৰ নোট ছপা কৰাৰ ব্যয় ৫০০ টকাৰ নোটৰ তুলনাত অধিক

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

১২ ঘণ্টালৈ বৃদ্ধি  পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

১২ ঘণ্টালৈ বৃদ্ধি পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

June 24, 2022
পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

June 24, 2022
এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত  নচলিব ই-ৰিক্সা

এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত নচলিব ই-ৰিক্সা

June 24, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7