VOICE 24x7
Saturday, September 23, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

চাকৰিৰ বজাৰঃ বাজপেয়ী ভৱনক সামৰি ন্যায়িক তদন্তৰ দাবী প্ৰদেশ কংগ্ৰেছৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 30, 2023
in ৰাজনীতি
চাকৰিৰ বজাৰঃ বাজপেয়ী ভৱনক সামৰি ন্যায়িক তদন্তৰ দাবী প্ৰদেশ কংগ্ৰেছৰ
0
SHARES
10
VIEWS
Share on FacebookShare on Twitter

বিজেপিৰ মুখ্য কার্যালয় বাজপেয়ী ভৱনক সামৰি  নিযুক্তি কেলেংকাৰীৰ ন্যায়িক তদন্তৰ দাবী উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছে ৷ আজি গুৱাহাটীস্থিত ৰাজীৱ ভৱনত এখন সংবাদমেলত প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ভৰত চন্দ্ৰ নৰহে কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই স্বচ্চ আৰু নিকা পদ্ধতিৰ মাজেৰে নিযুক্তি দিয়াৰ দাবী উত্থাপন কৰিছিল, সেই দাবী তেওঁলোকৰ দলৰে একাংশ জ্যেষ্ঠ নেতা-কর্মীয়ে মিছা বুলি প্ৰিতপন্ন কৰিছে ৷ চাকৰিৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগত একাংশ বিজেপি নেতা গ্ৰেপ্তাৰ হৈছে ৷ দুখজনকভাৱে কিষাণ মর্চাৰ নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰে আত্মহত্যা কৰিবলগীয়া হৈছে ৷ অভিমণ্যু দাসৰ দৰে নেতাৰ বিৰুদ্ধে মাৰণাস্ত্ৰৰে ভাবুকি দিয়াৰ অভিযোগ উঠিছে ৷ এইজন নেতাক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰত ব্যর্থ হৈছে ৷

 

চাকৰিৰ এই দুর্নীতিৰ সৈতে আৰএছএছ তথা বাজপেয়ী ভৱনৰ কার্যালয় সম্পাদক শান্তনু পূজাৰীৰ নাম উত্থাপন হৈছে বুলি উল্লেখ কৰি তেওঁ কয় –“ গ্ৰেপ্তাৰ হোৱা দ্বিবন ডেকা, অনুৰাগ চলিহা,তৃষ্ণা শর্মা আদিয়ে বিজেপিৰ ওপৰৰ মহলৰ নির্দেশত তেওঁলোকে চাকৰি প্ৰার্থীৰ পৰা ধন সংগ্ৰহ কৰাৰ কথা প্ৰকাশ কৰিছে ৷ কিন্তু ওপৰ মহলনো কোন সেয়া ৰাইজে এতিয়াও জানিব পৰা নাই ৷ ওপৰ মহল মানে স্বাভাৱিকতে বিজেপিৰ কোনো নেতা –মন্ত্ৰী  অথবা বিধায়ক জড়িত হৈ থকাৰ সন্দেহ কৰা হৈছে ৷ এই সন্দেহ দুৰ কৰাৰ দায়িত্ব মুখ্যমন্ত্ৰীৰ ৷ ধনৰ বিনিময়ত বিজেপিৰ এক দুষ্টচক্ৰই এই চাকৰিৰ বজাৰ অব্যাহত ৰাখিছে ৷ ‘যাৰ বাবে সমগ্ৰ কেলেংকাৰীৰ ন্যায়িক তদন্তৰ দাবী কৰিছে প্ৰদেশ কংগ্ৰেছে ৷

Previous Post

কিমান সুৰক্ষিত দেশৰ ৰাজধানী!! দিল্লীৰ ভজনপুৰাত মাজনিশা এমাজনৰ মেনেজাৰক গুলীয়াই হত্যা

Next Post

জামিন লাভ ইমৰাণ খানৰ, তোষাখানা গোচৰত নিম্ন আদালতৰ নিৰ্দেশত স্থগিতাদেশ উচ্চ ন্যায়ালয়ৰ

Related Posts

আজিৰ পৰা অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা
ৰাজনীতি

আজিৰ পৰা অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা

September 21, 2023
দুমাহৰ পাছতে নির্বাচনঃ কোন ৰাজ্যৰ চৰকাৰে ৪৫০ টকাতে দিব ৰন্ধন গেছৰ চিলিণ্ডাৰ!
ৰাজনীতি

দুমাহৰ পাছতে নির্বাচনঃ কোন ৰাজ্যৰ চৰকাৰে ৪৫০ টকাতে দিব ৰন্ধন গেছৰ চিলিণ্ডাৰ!

September 15, 2023
বিধানসভাত বিৰোধীক অংগুষ্ঠ প্ৰদর্শন চন্দ্ৰমোহন পাটোৱাৰীৰ, জ্যেষ্ঠ মন্ত্ৰীৰ অশোভনীয় আচৰণক লৈ উত্তাল সদন
ৰাজনীতি

বিধানসভাত বিৰোধীক অংগুষ্ঠ প্ৰদর্শন চন্দ্ৰমোহন পাটোৱাৰীৰ, জ্যেষ্ঠ মন্ত্ৰীৰ অশোভনীয় আচৰণক লৈ উত্তাল সদন

September 14, 2023
ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিবাহক সভাৰ সফল সমাপ্তি
ৰাজনীতি

ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিবাহক সভাৰ সফল সমাপ্তি

September 11, 2023
বিদ্যুৎ সংকট জোৰা মৰাত ব্যর্থ , বিচনী-লেম্প লৈ বিধানসভালৈ আহিল অখিল গগৈ
ৰাজনীতি

বিদ্যুৎ সংকট জোৰা মৰাত ব্যর্থ , বিচনী-লেম্প লৈ বিধানসভালৈ আহিল অখিল গগৈ

September 11, 2023
৯-১০ ছেপ্তেম্বৰত গুৱাহাটীত  বিজেপিৰ মহিলা মর্চাৰ ৰাষ্ট্ৰীয় কার্যনিবাহক সভা
ৰাজনীতি

৯-১০ ছেপ্তেম্বৰত গুৱাহাটীত বিজেপিৰ মহিলা মর্চাৰ ৰাষ্ট্ৰীয় কার্যনিবাহক সভা

August 26, 2023
Next Post
জামিন লাভ ইমৰাণ খানৰ,  তোষাখানা গোচৰত নিম্ন আদালতৰ নিৰ্দেশত স্থগিতাদেশ উচ্চ ন্যায়ালয়ৰ

জামিন লাভ ইমৰাণ খানৰ, তোষাখানা গোচৰত নিম্ন আদালতৰ নিৰ্দেশত স্থগিতাদেশ উচ্চ ন্যায়ালয়ৰ

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7