VOICE 24x7
Wednesday, August 10, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পাছতে শিৱসেনাৰ নেতা পদৰ পৰা আঁতৰিল একনাথ ছিন্দে, পত্ৰ লিখি অৱগত কৰিলে উদ্ধৱ থাকৰেই

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 2, 2022
in ৰাজনীতি
মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পাছতে শিৱসেনাৰ  নেতা পদৰ পৰা আঁতৰিল একনাথ ছিন্দে, পত্ৰ লিখি অৱগত কৰিলে উদ্ধৱ থাকৰেই
0
SHARES
15
VIEWS
Share on FacebookShare on Twitter

মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰি  মহা বিকাশ অঘড়ী চৰকাৰ পতন ঘটোৱাৰ পাছত নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে একনাথ ছিন্দেই ৷ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পাছতে  শুকুৰবাৰে নিশা শিৱসেনাৰ সভাপতি উদ্ধৱ ঠাকৰেই ‘দলটোৰ নেতা’ পদৰ পৰা ছিন্দেক অপসাৰণ কৰে।

এদিন পূৰ্বে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা ছিন্দেলৈ লিখা এখন পত্ৰত থাকৰেই তেওঁক “দল বিৰোধী কাৰ্যকলাপত লিপ্ত” থকাৰ অভিযোগ উত্থাপন কৰিছে।পত্ৰখনত কোৱা হৈছে যে  ছিন্দেই  “স্বেচ্ছাই” দলৰ সদস্যপদ ত্যাগ কৰিছে, সেয়েহে “শিৱসেনা দলৰ সভাপতি হিচাপে তেওঁৰ  হাতত থকা ক্ষমতা ব্যৱহাৰ কৰি ছিন্দেক দলীয় সংগঠনৰ  নেতাৰ পদৰ পৰা আঁতৰাই পেলোৱা হৈছে ৷ .

শিৱ সেনা, এন চি পি আৰু কংগ্ৰেছৰ মিত্ৰজোঁট চৰকাৰক নেতৃত্ব দিয়া থাকৰেই ২৯ জুনত ৰাজ্যপালে নিৰ্দেশ দিয়া ফ্ল’ৰ টেষ্ট স্থগিত ৰাখিবলৈ উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল ৷ কিন্তু ৰাজ্য়পালৰ নির্দেশত উচ্চতম ন্যায়ালয়ে স্থগিতাদেশ প্ৰদান কৰিবলৈ অস্বীকাৰ কৰাৰ পিছতে মুখ্যমন্ত্ৰী পদৰ পৰা  থাকৰেই পদত্যাগ কৰে। ৫৫ জন সেনা বিধায়কৰ ভিতৰত ৩৯ জনেই ছিন্দেক সমর্থন আগবঢ়োৱাৰ পাছত উদ্ধৱ থাকৰে  চৰকাৰে সংখ্যাগৰিষ্ঠতা হেৰুৱাই পেলাই ৷ইয়াৰ পূৰ্বে শিৱসেনাই ১৬ জন বিদ্ৰোহী বিধায়কক অযোগ্য ঘোষণা কৰাৰ লগতে বিধানসভাত দলটোৰ নেতা হিচাপেও ছিন্দেক অপসাৰণ কৰিছিল। আনহাতে ছিন্দে শিবিৰে দাবী কৰিছিল যে যিহেতু তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা আছে, সেয়েহে তেওঁলোকৰ গোটটোৱেই হৈছে বিধায়িনী দলৰ প্ৰকৃত শিৱসেনা।

 

 

 

Previous Post

পৰিয়ালৰ পৰা বিচিন্ন শিশুক উদ্ধাৰঃ লগে লগে বৈঠকত মিলিত হৈ পিতৃ-মাতৃৰ সন্ধান ভাৰত-পাক সেনাৰ

Next Post

বলীউডৰ জনপ্ৰিয় অভিনেতা ৰাজপাল যাদৱৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ

Related Posts

মহাৰাষ্ট্ৰ কেবিনেট সম্প্ৰসাৰণ: একনাথ চিন্দে মন্ত্ৰীসভাৰ মন্ত্ৰীসকলৰ সম্পূৰ্ণ তালিকা
ৰাজনীতি

মহাৰাষ্ট্ৰ কেবিনেট সম্প্ৰসাৰণ: একনাথ চিন্দে মন্ত্ৰীসভাৰ মন্ত্ৰীসকলৰ সম্পূৰ্ণ তালিকা

August 9, 2022
কি বিশেষ দিনৰ বাবে ছচিয়েল মিডিয়াৰ ডিপিত ৰাষ্ট্ৰীয় পতাকাৰ ছবি লগাবলৈ আহ্বান জনালে প্ৰধানমন্ত্ৰীয়ে !!
ৰাজনীতি

কি বিশেষ দিনৰ বাবে ছচিয়েল মিডিয়াৰ ডিপিত ৰাষ্ট্ৰীয় পতাকাৰ ছবি লগাবলৈ আহ্বান জনালে প্ৰধানমন্ত্ৰীয়ে !!

August 2, 2022
এনফর্চমেণ্টে মন্ত্ৰীক গ্ৰেপ্তাৰৰ পাছতে কেবিনেট পুনৰ সালসলনিৰ প্ৰস্তুতি মমতাৰ, অন্তর্ভুক্ত হ’ব নতুন মুখ
ৰাজনীতি

এনফর্চমেণ্টে মন্ত্ৰীক গ্ৰেপ্তাৰৰ পাছতে কেবিনেট পুনৰ সালসলনিৰ প্ৰস্তুতি মমতাৰ, অন্তর্ভুক্ত হ’ব নতুন মুখ

August 1, 2022
মহাৰাষ্ট্ৰক লৈ বিতর্কিত মন্তব্য ৰাজ্যপাল কোছিয়াৰীৰ, ক’লে এই কথা
ৰাজনীতি

মহাৰাষ্ট্ৰক লৈ বিতর্কিত মন্তব্য ৰাজ্যপাল কোছিয়াৰীৰ, ক’লে এই কথা

July 30, 2022
দ্ৰৌপদী মুর্মুক ‘ৰাষ্ট্ৰপত্নী’ বুলি সম্বোধন কৰিলে কংগ্ৰেছ নেতাই, ক্ষমা ভিক্ষাৰ দাবী বিজেপিৰ, উত্তাল সংসদ
ৰাজনীতি

দ্ৰৌপদী মুর্মুক ‘ৰাষ্ট্ৰপত্নী’ বুলি সম্বোধন কৰিলে কংগ্ৰেছ নেতাই, ক্ষমা ভিক্ষাৰ দাবী বিজেপিৰ, উত্তাল সংসদ

July 28, 2022
তিনিদিনত ১২ ঘণ্টা জেৰা, সুধিলে ১০০ টা প্ৰশ্নঃ ইডিৰ সন্মুখত কি পৰিস্থিতিৰ সন্মুখীন হ’ল কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধী !!
ৰাজনীতি

তিনিদিনত ১২ ঘণ্টা জেৰা, সুধিলে ১০০ টা প্ৰশ্নঃ ইডিৰ সন্মুখত কি পৰিস্থিতিৰ সন্মুখীন হ’ল কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধী !!

July 27, 2022
Next Post
বলীউডৰ জনপ্ৰিয় অভিনেতা ৰাজপাল যাদৱৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ

বলীউডৰ জনপ্ৰিয় অভিনেতা ৰাজপাল যাদৱৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আজিৰ পৰা আৰম্ভ হ’ল শিক্ষকৰ অনলাইন বদলিকৰণ প্ৰক্ৰিয়া

আজিৰ পৰা আৰম্ভ হ’ল শিক্ষকৰ অনলাইন বদলিকৰণ প্ৰক্ৰিয়া

August 10, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 10, 2022
“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7